• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৃশ্য দেখিলে শিয়ৰি উঠিব আপুনিও! চালানৰ ভয়ত দুজনকৈ ট্ৰেফিক আৰক্ষীক বহুদূৰ চোচৰাই নিলে বাহনে

দৃশ্য দেখিলে শিয়ৰি উঠিব আপুনিও! চালানৰ ভয়ত দুজনকৈ ট্ৰেফিক আৰক্ষীক বহুদূৰ চোচৰাই নিলে বাহনে

2 years ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

২ জুনৰ পৰা বহুকেইটা ৰাশিৰ জীৱনলৈ আহিব পৰিৱৰ্তন, হ’ব ধনৰ বৰষুণ!

12 minutes ago
কিদৰে বঢ়াব উপাৰ্জন? এই উপায়ে কৰিব আপোনাক সহায়

কিদৰে বঢ়াব উপাৰ্জন? এই উপায়ে কৰিব আপোনাক সহায়

39 minutes ago
কিং বনাম প্ৰিন্স, কোনে দখল কৰিব IPLৰ খিতাপ? বৰষুণ হ’লে ঘটিব ডাঙৰ ঘটনা

কিং বনাম প্ৰিন্স, কোনে দখল কৰিব IPLৰ খিতাপ? বৰষুণ হ’লে ঘটিব ডাঙৰ ঘটনা

1 hour ago
ৰেচন কাৰ্ডকলৈ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

ৰেচন কাৰ্ডকলৈ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

3 hours ago
প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

18 hours ago
মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

19 hours ago
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

19 hours ago
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

20 hours ago
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

22 hours ago
ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

22 hours ago
আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

23 hours ago
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দৃশ্য দেখিলে শিয়ৰি উঠিব আপুনিও! চালানৰ ভয়ত দুজনকৈ ট্ৰেফিক আৰক্ষীক বহুদূৰ চোচৰাই নিলে বাহনে

editor by editor
November 3, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
দৃশ্য দেখিলে শিয়ৰি উঠিব আপুনিও! চালানৰ ভয়ত দুজনকৈ ট্ৰেফিক আৰক্ষীক বহুদূৰ চোচৰাই নিলে বাহনে
0
SHARES
551
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দৃশ্য দেখিলে শিয়ৰি উঠিব আপুনিও! চালানৰ ভয়ত দুজনকৈ ট্ৰেফিক আৰক্ষীক বহুদূৰ চোচৰাই নিলে বাহনে

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা শিহৰণকাৰী দৃশ্য। দুজনকৈ ট্ৰেফিক আৰক্ষীক চোচৰাই নিলে এখন বাহনে। যি দৃশ্য এতিয়া সামাজিক মাধ্যমত দ্ৰুত গতিত বিয়পি পৰিছে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি শনিবাৰে সন্ধিয়া প্ৰায় ৭.৩০ মান বজাত ৰাজধানী দিল্লীৰ বেৰ চৰায়ৰ এই ঘটনা। সেই বেৰ চৰায়ৰ ৰোডত মাৰ্কেটৰ কাষত দুই ট্ৰেফিক আৰক্ষীয়ে ট্ৰেফিক নিয়ম নমনা বাহনৰ চালান কাটি আছিল।

সেই সময়তে এখন চাৰিচকীয়া বাহনক দুই ট্ৰেফিক আৰক্ষীয়ে ৰখিবলৈ নিৰ্দেশ দিয়ে। সেই নিৰ্দেশ অনুসৰি বাহন খন ৰখেও। পাথে যেই দুই আৰক্ষী বাহনখনৰ কাষ চাপি লগে লগে বাহন খনে দুয়ো আৰক্ষীকে খুন্দিয়াই তাৰ পৰা পলায়নৰ চেষ্টা চলায়।

এই লিংকত ক্লিক কৰি ভিডিঅ’টো চাব পাৰিব-  https://x.com/ndtvindia/status/1852992252337099094

কিন্তু দুয়ো আৰক্ষীয়ে অকনো সময় নেখেদাই লগে লগে বাহন খনৰ সমুখত ধৰি দিয়ে। বাহন খনে কিন্তু তথাপি সেই স্থানত নৰখি তেনেদৰেই দুয়ো আৰক্ষীকে চোচৰাই লৈ যায়।

তেনেদৰে প্ৰায় ২০ মিটাৰ মান বাট দুয়ো আৰক্ষীয়ে চোচৰাই নিয়ে বাহন চালকে। যাৰ ফলত বেয়াকৈ আঘাত পায় আৰক্ষী। বৰ্তমানে দুয়ো আৰক্ষীতে চফদৰ্জংগ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

বাহনখনৰ সন্দৰ্ভত তথ্য জানিব পৰা অনুসৰি বাহনখন বসন্ত কুঞ্জৰ জয় ভগৱানৰ নামত ৰেজিষ্টাৰ আছিল বুলি জানিব পৰা গৈছে। পাছে বৰ্তমানলৈ কাকো আটক কৰিব পৰা হোৱা নাই। আৰক্ষীয়ে অধিক অনুসন্ধান অব্যাহত ৰাখিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: delhidelhi policeDelhi Road AccidentDelhi Traffic PoliceSocial Media Viral Videoviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!
জীৱনশৈলী

২ জুনৰ পৰা বহুকেইটা ৰাশিৰ জীৱনলৈ আহিব পৰিৱৰ্তন, হ’ব ধনৰ বৰষুণ!

May 31, 2026
কিদৰে বঢ়াব উপাৰ্জন? এই উপায়ে কৰিব আপোনাক সহায়
বাণিজ্য

কিদৰে বঢ়াব উপাৰ্জন? এই উপায়ে কৰিব আপোনাক সহায়

May 31, 2026
কিং বনাম প্ৰিন্স, কোনে দখল কৰিব IPLৰ খিতাপ? বৰষুণ হ’লে ঘটিব ডাঙৰ ঘটনা
বিনোদন

কিং বনাম প্ৰিন্স, কোনে দখল কৰিব IPLৰ খিতাপ? বৰষুণ হ’লে ঘটিব ডাঙৰ ঘটনা

May 31, 2026
ৰেচন কাৰ্ডকলৈ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!
অসম

ৰেচন কাৰ্ডকলৈ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

May 31, 2026
Next Post
অতিকে লজ্জাজনক! দেশৰ মাটিতেই হোৱাইটৱাশ্ব ভাৰত, পৰাজয়ৰ মূখ্য কাৰণ এই ৫ খেলুৱৈ

অতিকে লজ্জাজনক! দেশৰ মাটিতেই হোৱাইটৱাশ্ব ভাৰত, পৰাজয়ৰ মূখ্য কাৰণ এই ৫ খেলুৱৈ

শনিৰ দুৰ্লভ ৰাজযোগ, ৰকেটৰ দৰে ভাগ্য উজলি উঠিব ৩ ৰাশিৰ

শনিৰ দুৰ্লভ ৰাজযোগ, ৰকেটৰ দৰে ভাগ্য উজলি উঠিব ৩ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.