• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শতিকাৰ ভয়ংকৰ বনজুই, ঘৰ হেৰুৱালে বহু কেইগৰাকী হলীউড তাৰকাই

শতিকাৰ ভয়ংকৰ বনজুই, ঘৰ হেৰুৱালে বহু কেইগৰাকী হলীউড তাৰকাই

2 years ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

20 minutes ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

37 minutes ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

1 hour ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

2 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

2 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

3 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

4 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

5 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

6 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

6 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

8 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শতিকাৰ ভয়ংকৰ বনজুই, ঘৰ হেৰুৱালে বহু কেইগৰাকী হলীউড তাৰকাই

editor by editor
January 9, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
শতিকাৰ ভয়ংকৰ বনজুই, ঘৰ হেৰুৱালে বহু কেইগৰাকী হলীউড তাৰকাই
0
SHARES
599
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শতিকাৰ ভয়ংকৰ বনজুই, ঘৰ হেৰুৱালে বহু কেইগৰাকী হলীউড তাৰকাই

এই সময়ত আমেৰিকাৰ পৰা অতি দুখজনক খবৰ আহিছে। আমেৰিকাৰ লছ এঞ্জেলছৰ অৰণ্যত হোৱা অগ্নিকাণ্ডৰ বাবে চহৰখনৰ আড়ম্বৰপূৰ্ণ পেলিছাডেছ অঞ্চলত থকা বহু হলিউডৰ তাৰকাৰ বাংলো জ্বলি গৈছে।

ইয়াৰ বাবেই তাৰকাসকলে নিজৰ ঘৰ এৰি যাবলৈ বাধ্য হৈছে। পেৰিছ হিল্টন, ষ্টিভেন স্পিলবাৰ্গ, মেণ্ডী মূৰ, এষ্টন কাটচাৰকে ধৰি বহু হলিউডৰ তাৰকাৰ ঘৰ জ্বলি ছাই হৈ পৰিছে। পেৰিছ হিল্টনৰ ঘৰটো ৭২ কোটি টকাত নিৰ্মাণ কৰা হৈছিল।

এই অগ্নিকাণ্ড এতিয়াও নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই। অগ্নিকাণ্ডৰ বাবে হলিউডৰ বহু চেলিব্ৰিটিয়ে ঘৰ এৰি যাবলৈ বাধ্য হয়।

মন কৰিবলগীয়া যে এই সময়ত কেলিফৰ্ণিয়াত প্ৰচণ্ড বতাহ বলিছে আৰু এনে পৰিস্থিতিত এই জুইয়ে আৰু অধিক ভয়ানক ৰূপ ধাৰণ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি
অসম

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

September 27, 2026
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?
বাণিজ্য

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

September 27, 2026
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!
বাণিজ্য

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

September 27, 2026
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন
বিনোদন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

September 27, 2026
Next Post
‘মোৰ খাদ্যত বিষ দিয়া হৈছিল’ – বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ন’ভাক জ’কভিচৰ দাবীয়ে

'মোৰ খাদ্যত বিষ দিয়া হৈছিল' - বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ন’ভাক জ’কভিচৰ দাবীয়ে

বনজুইৰ বিধ্বংসী ৰূপ, ১০ হাজাৰৰো অধিক ঘৰ জুইত জাহ, ১০ লোক নিহত

বনজুইৰ বিধ্বংসী ৰূপ, ১০ হাজাৰৰো অধিক ঘৰ জুইত জাহ, ১০ লোক নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.