• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্ৰীদেৱীয়ে নাকচ কৰিছিল, অন্য এগৰাকীয়ে গ্ৰহণ কৰিছিল, বাজেটতকৈ ৭ গুণ অধিক উপাৰ্জন কৰিছিল

শ্ৰীদেৱীয়ে নাকচ কৰিছিল, অন্য এগৰাকীয়ে গ্ৰহণ কৰিছিল, বাজেটতকৈ ৭ গুণ অধিক উপাৰ্জন কৰিছিল

2 years ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

10 minutes ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

24 minutes ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

48 minutes ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

1 hour ago
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

2 hours ago
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

3 hours ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

3 hours ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

3 hours ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

4 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

4 hours ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

4 hours ago
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

শ্ৰীদেৱীয়ে নাকচ কৰিছিল, অন্য এগৰাকীয়ে গ্ৰহণ কৰিছিল, বাজেটতকৈ ৭ গুণ অধিক উপাৰ্জন কৰিছিল

editor by editor
December 29, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
শ্ৰীদেৱীয়ে নাকচ কৰিছিল, অন্য এগৰাকীয়ে গ্ৰহণ কৰিছিল, বাজেটতকৈ ৭ গুণ অধিক উপাৰ্জন কৰিছিল
0
SHARES
257
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্ৰীদেৱীয়ে নাকচ কৰিছিল, অন্য এগৰাকীয়ে গ্ৰহণ কৰিছিল, বাজেটতকৈ ৭ গুণ অধিক উপাৰ্জন কৰিছিল

৩০ বছৰ পূৰ্বে মুক্তি পোৱা এখন ব্লকবাষ্টাৰ ছবি। অতিকে সফল ছবিখনে ভৱাতকৈ অধিক উপাৰ্জন কৰিছিল। আজিও মানুহে সেই চিনেমাখন চাবলৈ ভাল পায়। তাৰকা তথা অভিনেতাসকলৰ অভিনয়, চিনেমাৰ কাহিনীয়ে অনুৰাগীক অধিক আকৰ্ষিত কৰিছিল। যাৰ ফলতে ৭ গুণ অধিক উাপাৰ্জন কৰিবলৈ সক্ষম হৈছিল চিনেমাখনে।

নান পাটেকাৰ অভিনীত সেই চিনেমাখন আছিল ‘ক্ৰান্তিবীৰ’। ১৯৯৪ চনত মুক্তি লাভ কৰা একচন থ্ৰিলাৰ ছবি ‘ক্ৰান্তিবীৰ’ ত নানা পাটেকাৰে মূখ্য ভূমিকা পালন কৰিছিল। ডিম্পল কাপাডিয়াক সহযোগী চৰিত্ৰত দেখা গৈছিল। একে সময়তে পৰেশ ৰাৱাল, অতুল কুলকাৰ্ণী, মমতা কুলকাৰ্ণীৰ দৰে তাৰকাও ছবিখনৰ অংশ আছিল। ইয়াত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছিল ডেনি ডেনজংপাই।

নানা পাটেকাৰৰ অন্যতম জনপ্ৰিয় ছবি ‘ক্ৰান্তিবীৰ’ত তেওঁৰ বলিষ্ঠ প্ৰদৰ্শনক অতিশয় প্ৰশংসা কৰা হৈছিল। পাছে জানিব পৰা মতে, এই চিনেমাখনত মেঘা দীক্ষিতৰ চৰিত্ৰৰ বাবে প্ৰথমে শ্ৰীদেৱীক অফাৰ দিয়া হৈছিল কিন্তু পোনচাটেই নাকচ কৰিছিল অভিনেত্ৰীগৰাকীয়ে।

ইয়াৰ পিছত সেই চৰিত্ৰ ডিম্পল কাপাডিয়ালৈ যায়। একেদৰে মমতা কুলকাৰ্ণীৰ চৰিত্ৰটো পাইছিল কাজলে, কিন্তু কাজলেও ছবিখনত কাম কৰিবলৈও অস্বীকাৰ কৰিছিল।

ছবিখনত ডিম্পল কাপাডিয়াৰ ভূমিকা সৰু আছিল যদিও অতি শক্তিশালী আছিল। তেওঁৰ অভিনয়ৰ যথেষ্ট প্ৰশংসা হৈছিল। আনকি ডিম্পলে ‘ক্ৰান্তিবীৰ’ৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাও লাভ কৰিছিল। একে সময়তে নানা পাটেকাৰে ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।

নানা পাটেকাৰ আৰু ডিম্পল কাপাডিয়াৰ ‘ক্ৰান্তিবীৰ’ সেই সময়ত অতি কম খৰচত নিৰ্মাণ কৰা হৈছিল। বক্স অফিচ ইণ্ডিয়াৰ তথ্য অনুসৰি ইয়াৰ নিৰ্মাণৰ বাবে নিৰ্মাতাসকলে মাত্ৰ ২.২৫ কোটি টকা ব্যয় কৰিছিল যদিও মুক্তিৰ পিছত ছবিখনে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰি দেশজুৰি ৯.৩৫ কোটি টকা উপাৰ্জন কৰিছিল। বিশ্বজুৰি সংগ্ৰহ কৰা হৈছিল ১৫.৮৫ কোটি টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

UPI লেনদেনত নতুন নিয়ম
প্ৰযুক্তি

UPI লেনদেনত নতুন নিয়ম

September 15, 2026
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান
বিনোদন

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

September 15, 2026
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য
জীৱনশৈলী

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

September 15, 2026
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?
অসম

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

September 15, 2026
Next Post
কোন হ’ব ICCৰ বৰ্ষ শ্ৰেষ্ঠ ক্ৰিকেটাৰ, তালিকাত নাই এজনো ভাৰতীয়ৰ নাম

কোন হ'ব ICCৰ বৰ্ষ শ্ৰেষ্ঠ ক্ৰিকেটাৰ, তালিকাত নাই এজনো ভাৰতীয়ৰ নাম

কিদৰে নিৰ্ণয় কৰা হয় পান কাৰ্ডৰ নম্বৰ, প্ৰতিটো আখৰত নিহিত থাকে বিশেষ অৰ্থ

কিদৰে নিৰ্ণয় কৰা হয় পান কাৰ্ডৰ নম্বৰ, প্ৰতিটো আখৰত নিহিত থাকে বিশেষ অৰ্থ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.