• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন, কিমান দিনলৈ থাকিব এই শাসন ব্যৱস্থা

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন, কিমান দিনলৈ থাকিব এই শাসন ব্যৱস্থা

1 year ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

6 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

7 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

8 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

9 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

9 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

10 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

11 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

11 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

12 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

12 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

13 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন, কিমান দিনলৈ থাকিব এই শাসন ব্যৱস্থা

editor by editor
February 14, 2025
in অসম, উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন, কিমান দিনলৈ থাকিব এই শাসন ব্যৱস্থা
0
SHARES
371
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন, কিমান দিনলৈ থাকিব এই শাসন ব্যৱস্থা

এন বীৰেণ সিঙে দেওবাৰে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছতে বৃহস্পতিবাৰে ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হয়। মুখ্যমন্ত্ৰীৰ পদত্যাগৰ পিছত বিশ্বাস কৰা হৈছিল যে দলটোৱে সৰ্বসন্মতিক্ৰমে মুখ্যমন্ত্ৰী প্ৰাৰ্থী এগৰাকী নিৰ্বাচিত কৰিব কিন্তু তেনে নোহোৱাত ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হয়।

ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদনত এক উচ্চ পদস্থ সূত্ৰৰ উদ্ধৃতি দি কোৱা হৈছে যে মণিপুৰত বিজেপিয়ে ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ পৰা বিৰত আছে কাৰণ দলটো মতাদৰ্শগতভাৱে ইয়াৰ বিৰোধী। ২০২৩ চনৰ মে’ মাহৰ পৰা মণিপুৰত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ পিছত বীৰেণ সিঙৰ প্ৰতি সমৰ্থন কমি আহিছিল। কেৱল এয়াই নহয় দলৰ ভিতৰৰ বহু নেতাই তেওঁক সমালোচনা কৰিছিল।

কিন্তু সকলো সমাপন কৰি মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ পদত্যাগ আৰু ৰাষ্ট্ৰপতিৰ শাসন অনা হয়। সংবিধানৰ ৩৫৬ অনুচ্ছেদৰ অধীনত এখন ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়া হয়। ৩৫৬ নং অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ ফলত ৰাজ্য চৰকাৰৰ সকলো কাম কেন্দ্ৰলৈ আৰু ৰাজ্যৰ বিধায়িনী দলৰ কাম সংসদলৈ কাৰ্যকৰীভাৱে হস্তান্তৰ কৰা হয়। অৱশ্যে আদালতৰ কাম-কাজ অপৰিৱৰ্তিত হৈ থাকে।

ৰাষ্ট্ৰপতিৰ শাসনৰ প্ৰক্ৰিয়া আৰম্ভ হয় যেতিয়া ৰাজ্যপালৰ দ্বাৰা প্ৰেৰণ কৰা প্ৰতিবেদনৰ পৰা ৰাষ্ট্ৰপতি সন্তুষ্ট হয় যে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে য’ত সংবিধানৰ বিধান অনুসৰি ৰাজ্যখনৰ চৰকাৰে কাম কৰিব নোৱাৰে। ইয়াৰ পিছত ৰাষ্ট্ৰপতিয়ে ইয়াৰ ঘোষণা জাৰি কৰে।

ৰাষ্ট্ৰপতিৰ শাসন দুমাহলৈকে বলবৎ থাকিব পাৰে। কাৰ্যকাল বৃদ্ধি কৰিবলৈ লোকসভা আৰু ৰাজ্যসভাই ইয়াৰ ম্যাদ উকলি যোৱাৰ পূৰ্বে এটা প্ৰস্তাৱৰ জৰিয়তে অনুমোদন দিব লাগিব। যদি দুয়োটা সদনৰ পৰা অনুমোদন পোৱা যায়, তেন্তে ৰাষ্ট্ৰপতিৰ শাসনৰ ঘোষণা আৰু ৬ মাহৰ বাবে বৃদ্ধি কৰিব পৰা যাব। সংসদে ছমাহৰ পৰা তিনিবছৰলৈ বৃদ্ধিৰ অনুমোদন দিব পাৰে।

উল্লেখ্য য়ে, মণিপুৰৰ পূৰ্বে পুডুচেৰীত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়া হৈছিল । ২০২১ চনত পুডুচেৰীত কংগ্ৰেছ চৰকাৰক ট্ৰাষ্ট ভোটত ব্যৰ্থ হৈ ক্ষমতাৰ পৰা উৎখাত কৰা হৈছিল। পুডুচেৰীয়ে ইতিহাসত ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনত ৭ বছৰতকৈ অধিক সময় (২,৭৩৯ দিন) কটায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: manipurManipur Statepresident rule
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

March 18, 2026
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব
জীৱনশৈলী

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

March 18, 2026
Next Post
ট্ৰাম্প-মোডীৰ বিশেষ বৈঠত, বৈঠকত অন্তত ভাৰতলৈ আহিল কেইবাটাও ভাল খবৰ

ট্ৰাম্প-মোডীৰ বিশেষ বৈঠত, বৈঠকত অন্তত ভাৰতলৈ আহিল কেইবাটাও ভাল খবৰ

আজি  ভেলেইণ্টাইন ডে’ৰ দিনা সলনি হৈ পৰিব ৫ ৰাশিৰ ভাগ্য, সৌভাগ্যই টোকৰ মাৰিব

আজি  ভেলেইণ্টাইন ডে'ৰ দিনা সলনি হৈ পৰিব ৫ ৰাশিৰ ভাগ্য, সৌভাগ্যই টোকৰ মাৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.