• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ট্ৰাম্প-মোডীৰ বিশেষ বৈঠত, বৈঠকত অন্তত ভাৰতলৈ আহিল কেইবাটাও ভাল খবৰ

ট্ৰাম্প-মোডীৰ বিশেষ বৈঠত, বৈঠকত অন্তত ভাৰতলৈ আহিল কেইবাটাও ভাল খবৰ

2 years ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

25 minutes ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

1 hour ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

2 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

2 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

3 hours ago
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

3 hours ago
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

3 hours ago
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

4 hours ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

7 hours ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

8 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

9 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ট্ৰাম্প-মোডীৰ বিশেষ বৈঠত, বৈঠকত অন্তত ভাৰতলৈ আহিল কেইবাটাও ভাল খবৰ

editor by editor
February 14, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
ট্ৰাম্প-মোডীৰ বিশেষ বৈঠত, বৈঠকত অন্তত ভাৰতলৈ আহিল কেইবাটাও ভাল খবৰ
0
SHARES
971
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ট্ৰাম্প-মোডীৰ বিশেষ বৈঠত, বৈঠকত অন্তত ভাৰতলৈ আহিল কেইবাটাও ভাল খবৰ

প্ৰধানমন্ত্ৰী মোডীৰ আমেৰিকা ভ্ৰমণৰ সময়ত প্ৰতিৰক্ষা খণ্ডত দুয়োখন দেশৰ মাজত বহু গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়, য’ত দুয়োখন দেশে ১০ বছৰৰ কাঠামো গঢ়ি তোলাত সন্মতি প্ৰকাশ কৰে, যাৰ ফলত দুয়োখন দেশৰ প্ৰতিৰক্ষা অংশীদাৰিত্ব বৃদ্ধি পাব। ভাৰত বিশেষভাৱে উপকৃত হয় এই বৈঠকৰ অন্তত।

ইয়াৰ অধীনত ভাৰতে আমেৰিকাৰ পৰা জেভেলিন এণ্টি টেংক মিছাইল, ষ্ট্ৰাইকাৰ সশস্ত্ৰ যুদ্ধ বাহন আৰু পি ৮১ নৌ চোৱাচিতা বিমান ক্ৰয় কৰিব। ইয়াৰ উপৰিও দুয়োখন দেশৰ মাজত প্ৰযুক্তি হস্তান্তৰ আৰু প্ৰতিৰক্ষা সঁজুলি যোগানৰ সুবিধাৰ বাবে আন্তঃৰাষ্ট্ৰীয় অস্ত্ৰ সৰবৰাহৰ নিয়মাৱলী পুনৰীক্ষণ কৰা হ’ব।

সকলো ঠিকে থাকিলে দুয়োখন দেশে ইজনে সিজনৰ পৰা গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা সঁজুলি ক্ৰয় কৰিবলৈ সক্ষম হ’ব। মহাকাশ, বায়ু প্ৰতিৰক্ষা, ক্ষেপণাস্ত্ৰ, সামুদ্ৰিক আৰু সাগৰীয় যুদ্ধ আদি ক্ষেত্ৰত প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰতো দুয়োখন দেশৰ মাজত আলোচনা হয়।

ভাৰতক পঞ্চম প্ৰজন্মৰ যুদ্ধ বিমান বিক্ৰীৰ নীতিৰ পুনৰীক্ষণৰ কথাও আমেৰিকাই ঘোষণা কৰিছে। এফ-৩৫ যুঁজাৰু বিমান নিৰ্মাণ কৰা কোম্পানী লকহিড মাৰ্টিনেও এক বিবৃতি প্ৰকাশ কৰি কয় যে, ‘ভাৰতত এফ-৩৫ যুদ্ধ বিমান যোগান ধৰাৰ ঘোষণাত আমি উৎফুল্লিত হৈছো। আমি দুয়োখন চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আৰু যুদ্ধ বিমান, জেভেলিন আৰু হেলিকপ্টাৰৰ দৰে কৌশলগত অধিগ্ৰহণৰ কাম কৰিবলৈ আগ্ৰহী, যিয়ে ভাৰতীয় সশস্ত্ৰ বাহিনীক আৰু অধিক শক্তিশালী কৰিব।’

ভাৰত আৰু আমেৰিকাই স্বায়ত্তশাসিত ব্যৱস্থা উদ্যোগ মিত্ৰজোঁট (ASIA) চুক্তি আৰম্ভ কৰিছে। ইয়াৰ অধীনত দুয়োখন দেশে সাগৰৰ তলত সহযোগিতা উন্নত কৰিব আৰু পানীৰ তলৰ ডমেইন সজাগতাৰ অধীনত যৌথভাৱে স্পৰ্শকাতৰ প্ৰযুক্তি বিকশিত কৰিব।

উল্লেখ্য যে, ভাৰত হৈছে প্ৰথমখন দেশ যাৰ সৈতে আমেৰিকাই স্পৰ্শকাতৰ সামুদ্ৰিক প্ৰযুক্তি বিকশিত কৰিব। ইয়াৰ উপৰিও দুয়োখন দেশে যৌথভাৱে বিভিন্ন প্ৰতিৰক্ষা প্ৰযুক্তিৰ বিকাশৰ বিষয়েও আলোচনা কৰে, য’ত আছে ছি পিকেট চাৰ্ভিলেন্স চিষ্টেম, ৱেব গ্লাইডাৰ আনমেনড ভেহিকেল, লো ফ্ৰিকুৱেন্সি এক্টিভ ছ’নাৰ অন্তৰ্ভুক্ত।

ইণ্ডিয়া আৰু আমেৰিকাই ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য ৫০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। দুয়োখন দেশৰ মাজত গুৰুত্বপূৰ্ণ বাণিজ্যিক চুক্তি এই বছৰতে সহমতত উপনীত হ’ব পাৰে।

এই সকলোবোৰৰ উপৰিও ভাৰতৰ বাবে আন এক ভাল খবৰ হৈছে, মুম্বাই আক্ৰমণৰ দোষী তহব্বুৰ ৰাণাক আমেৰিকাৰ পৰা ভাৰতলৈ প্ৰত্যাবৰ্তনত মঞ্জুৰী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: India America relationNarendra Modi and Donald TrumpTrump and Modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ
অপৰাধ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

September 22, 2026
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু
ভাৰত

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

September 22, 2026
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ
ভাৰত

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

September 22, 2026
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক
জীৱনশৈলী

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

September 22, 2026
Next Post
আজি  ভেলেইণ্টাইন ডে’ৰ দিনা সলনি হৈ পৰিব ৫ ৰাশিৰ ভাগ্য, সৌভাগ্যই টোকৰ মাৰিব

আজি  ভেলেইণ্টাইন ডে'ৰ দিনা সলনি হৈ পৰিব ৫ ৰাশিৰ ভাগ্য, সৌভাগ্যই টোকৰ মাৰিব

IPL অনুৰাগীলৈ সুখবৰ, গুৱাহাটীত অনুষ্ঠিত হ’ব দুখনকৈ খেল, শ্বাহৰুখ-ধোনী আহিব অসমলৈ

IPL অনুৰাগীলৈ সুখবৰ, গুৱাহাটীত অনুষ্ঠিত হ'ব দুখনকৈ খেল, শ্বাহৰুখ-ধোনী আহিব অসমলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.