• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ প্ৰথমটো পাকিস্তান আক্ৰমণৰ কিয় নাম দিয়া হ’ল ‘অপাৰেচন সিন্দূৰ’ ?

ভাৰতৰ প্ৰথমটো পাকিস্তান আক্ৰমণৰ কিয় নাম দিয়া হ’ল ‘অপাৰেচন সিন্দূৰ’ ?

11 months ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

19 minutes ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

47 minutes ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

1 hour ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

2 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

2 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

5 hours ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

6 hours ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

7 hours ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

7 hours ago
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

7 hours ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

8 hours ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ভাৰতৰ প্ৰথমটো পাকিস্তান আক্ৰমণৰ কিয় নাম দিয়া হ’ল ‘অপাৰেচন সিন্দূৰ’ ?

editor by editor
May 7, 2025
in বিশ্ব, ভাৰত, ৰাজনীতি
0
ভাৰতৰ প্ৰথমটো পাকিস্তান আক্ৰমণৰ কিয় নাম দিয়া হ’ল ‘অপাৰেচন সিন্দূৰ’ ?
0
SHARES
633
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ প্ৰথমটো পাকিস্তান আক্ৰমণৰ কিয় নাম দিয়া হ’ল ‘অপাৰেচন সিন্দূৰ’ ?

ভাৰতে মাজ নিশা পাকিস্তানৰ ৯ টা কৈ সন্ত্ৰাসবাদী ঘাটিক অতৰ্কিতে আক্ৰমণ কৰি পেহেলগাম ঘটনাৰ প্ৰথমটো প্ৰতিশোধ লয়। এই বৃহৎ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ভাৰতে নাম দিয়ে ‘অপাৰেচন সিন্দূৰ’ । পাছে কিয় এই নাম দিয়া হ’ল এই আক্ৰমণৰ?

২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ধৰ্ম সুধি হিন্দু বুলি জনাৰ পাছতে কেইবাগৰাকী পুৰুষক হত্যা কৰিছিল। এই সন্ত্ৰাসবাদী আক্ৰমণত বহু মহিলাই হেৰুৱাইছিল স্বামী। অকালতে মচিব লগা হৈছিল কপালৰ সেন্দুৰ। কোনোগৰাকীয়ে আকৌ গাৰ মাহ-হালধীৰ গোন্ধ নাযাওতেই হেৰুাৱইছিল সেন্দুৰ। যি ঘটনাই শোকবিহ্বল কৰি তুলিছিল সমগ্ৰ ভাৰতবাসীক।

সেই সেন্দুৰৰ প্ৰতিশোধ হিচাপেই ভাৰতীয় সেনাই এই অভিযানৰ নাম ‘অপাৰেচন সিন্দূৰ’ ৰাখে, আৰু সেই নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰেই প্ৰতিশোধ ল’বলৈ ভাৰতে ১৫ দিনৰ পিছতে মাজনিশা হঠাতে বৃহৎ আক্ৰমণৰ জৰিয়তে পাকিস্তান দখল কাশ্মীৰৰ ৯টাকৈ সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰে।

পেহেলগামৰ সেই সন্ত্ৰাসবাদী আক্ৰমণত স্বামী হেৰুওৱা মহিলা কেইগৰাকীৰ বাবেই এই প্ৰতীক বিচাপে নাম ৰাখে অপাৰেচন সেন্দূৰ।

উল্লেখ্য যে, ২২ এপ্ৰিলৰ দিনা ২৬ গৰাকী পৰ্যটকক তেওঁলোকৰ ধৰ্মৰ বিষয়ে প্ৰশ্ন কৰি গুলীয়াই হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে। এই আক্ৰমণত ২৫ জন ভাৰতীয় আৰু এজন নেপালী লোকে প্ৰাণ হেৰুাৱইছিল। আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদীয়ে তেওঁলোকৰ ধৰ্ম সুধি কেৱল পুৰুষকহে হত্যা কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: indian armyOperation SindoorPakistan TerroristSindpoor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

March 18, 2026
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব
জীৱনশৈলী

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

March 18, 2026
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই
জীৱনশৈলী

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

March 18, 2026
Next Post
অপাৰেচন সিন্দূৰ- ভাৰতৰ বিমানবন্দৰ বন্ধ, বিমান সংস্থাই বাতিল কৰে বিমান সেৱা

অপাৰেচন সিন্দূৰ- ভাৰতৰ বিমানবন্দৰ বন্ধ, বিমান সংস্থাই বাতিল কৰে বিমান সেৱা

এতিয়াহে পুত্ৰৰ আত্মাই শান্তি লাভ কৰিলে, অহৰহ বৈছে আনন্দৰ চকুলো

এতিয়াহে পুত্ৰৰ আত্মাই শান্তি লাভ কৰিলে, অহৰহ বৈছে আনন্দৰ চকুলো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.