• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাশবিকতাৰ সীমা পাৰ! ওৰে নিশা ৩ পাষণ্ডই…, পুৱাহে পোহৰলৈ আহে সকলো

পাশবিকতাৰ সীমা পাৰ! ওৰে নিশা ৩ পাষণ্ডই…, পুৱাহে পোহৰলৈ আহে সকলো

2 years ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

11 hours ago
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

11 hours ago
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

11 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

13 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

13 hours ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

14 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

15 hours ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

15 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

16 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

17 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

18 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পাশবিকতাৰ সীমা পাৰ! ওৰে নিশা ৩ পাষণ্ডই…, পুৱাহে পোহৰলৈ আহে সকলো

editor by editor
October 4, 2024
in বিবিধ, ভাৰত, ৰাজনীতি
0
পাশবিকতাৰ সীমা পাৰ! ওৰে নিশা ৩ পাষণ্ডই…, পুৱাহে পোহৰলৈ আহে সকলো
0
SHARES
335
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাশবিকতাৰ সীমা পাৰ! ওৰে নিশা ৩ পাষণ্ডই…, পুৱাহে পোহৰলৈ আহে সকলো

মহাৰাষ্ট্ৰৰ পৰা আহিছে এক নৃশংসতাৰ খবৰ। ৩ পাষণ্ডৰ কামনাৰ বলি ২১ বছৰীয়া যুৱতী। প্ৰথমে অপহৰণ কৰি নি ওৰেটো নিশা অপকৰ্ম যুৱতীৰ সৈতে। আজি পুৱাহে পোহৰলৈ আহে সকলো।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ১০টাকৈ আৰক্ষীৰ দলে বৰ্তমানে পলাতক অৱস্থাত থকা তিনি অভিযুক্তৰ সন্ধান অব্যাহত ৰাখিছে। কিন্তু এতিয়ালৈকে কতো কোনো শুংসুত্ৰ নাই অভিযুক্তৰ।

মহাৰাষ্ট্ৰৰ পুনেৰ কণ্ডৱা অঞ্চলত এই ঘটনা সংঘটিত হৈছে। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, বন্ধু-বান্ধৱীৰ সৈতে বপ দেৱ ঘাট পৰিদৰ্শন কৰিবলৈ গৈছিল ভুক্তভোগী যুৱতীগৰাকী। তাতেই তিনিজন লোকে অপহৰণ কৰি নিয়ে যুৱতীক।

তিনিওজন অভিযুক্তই ভুক্তভোগী যুৱতীগৰাকীক এক নিৰ্জন স্থানলৈ নি দলবদ্ধ ধৰ্ষণ কৰে। নিশা প্ৰায় ১১ বজাত সংঘটিত হয় এই ঘটনা। এই কাণ্ড সংঘটিত কৰাৰ পিছত অভিযুক্তই সেই স্থানৰ পৰা পলায়ন কৰে। আজি অৰ্থাৎ ৪ অক্টোবৰ তাৰিখে পুৱা প্ৰায় ৫ মান বজাতহে এই দলবদ্ধ ধৰ্ষণৰ তথ্য আৰক্ষীয়ে লাভ কৰে।

তথ্য লাভ কৰাৰ লগে লগে পুনে আৰক্ষী সক্ৰিয় হৈ পৰে। আৰক্ষীয়ে ক্ৰাইম ব্ৰাঞ্চৰ ১০টা দল গঠন কৰি কেৱল গোচৰৰ তদন্তই নহয়, অভিযুক্তক বিচাৰিও অভিযান চলাই আছে। আৰক্ষীয়ে ভুক্তভোগীৰ চিকিৎসা পৰীক্ষা সম্পন্ন কৰিছে। এতিয়ালৈকে ভুক্তভোগীৰ অৱস্থা সন্দৰ্ভত কোনো আপডেট দিয়া হোৱা নাই।

পুনেৰ দলবদ্ধ ধৰ্ষণ কাণ্ডক লৈ গৰম হৈ পৰিছে মহাৰাষ্ট্ৰৰ ৰাজনীতি। শিৱসেনাৰ (ইউ বি টি)ৰ মুখপাত্ৰ আনন্দ ডুবেই কয় যে কণ্ডৱাৰ পৰা অহা খবৰটো চাঞ্চল্যকৰ। আমাৰ এগৰাকী ভনীক ৩ জন অপৰাধীয়ে দলবদ্ধ ধৰ্ষণ কৰে। মহাৰাষ্ট্ৰ চৰকাৰক লক্ষ্য কৰি তেওঁ কয় যে ৰাজ্যত আইন-শৃংখলা ভংগ হৈছে। এফালে নৱৰাত্ৰিৰ পবিত্ৰ উৎসৱ চলি আছে আৰু আনফালে এনে ঘটনা পোহৰলৈ আহিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Gang RapemaharastraPune rape caserape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

September 20, 2026
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক
জীৱনশৈলী

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

September 20, 2026
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত
বিনোদন

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

September 20, 2026
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা
বাণিজ্য

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

September 20, 2026
Next Post
২০ অক্টোবৰত কৰ্কট ৰাশিত প্ৰৱেশ কৰিব মংগল গ্ৰহই, বিপুল সৌভাগ্যই উজলাই উঠিব ৫ ৰাশিৰ লোকক

২০ অক্টোবৰত কৰ্কট ৰাশিত প্ৰৱেশ কৰিব মংগল গ্ৰহই, বিপুল সৌভাগ্যই উজলাই উঠিব ৫ ৰাশিৰ লোকক

অসম্পূৰ্ণ হৈ ৰোৱা ক্ৰিকেটাৰৰ সৈতে মাধুৰীৰ প্ৰেম, কোন সেই ক্ৰিকেটাৰ !

অসম্পূৰ্ণ হৈ ৰোৱা ক্ৰিকেটাৰৰ সৈতে মাধুৰীৰ প্ৰেম, কোন সেই ক্ৰিকেটাৰ !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.