• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ককায়েকৰ বিয়াত নাচি থাকোতেই হঠাতে বাগৰি পৰি ভগ্নী নিহত, মুহুৰ্ততে সুখ দুখলৈ পৰিবৰ্তিত

ককায়েকৰ বিয়াত নাচি থাকোতেই হঠাতে বাগৰি পৰি ভগ্নী নিহত, মুহুৰ্ততে সুখ দুখলৈ পৰিবৰ্তিত

2 years ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

16 seconds ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

22 minutes ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

3 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

4 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

5 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

6 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

7 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

21 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

22 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

22 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

23 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ককায়েকৰ বিয়াত নাচি থাকোতেই হঠাতে বাগৰি পৰি ভগ্নী নিহত, মুহুৰ্ততে সুখ দুখলৈ পৰিবৰ্তিত

editor by editor
February 10, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
ককায়েকৰ বিয়াত নাচি থাকোতেই হঠাতে বাগৰি পৰি ভগ্নী নিহত, মুহুৰ্ততে সুখ দুখলৈ পৰিবৰ্তিত
0
SHARES
975
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ককায়েকৰ বিয়াত নাচি থাকোতেই হঠাতে বাগৰি পৰি ভগ্নী নিহত, মুহুৰ্ততে সুখ দুখলৈ পৰিবৰ্তিত

এক অতিকে সুখৰ পৰিৱেশ চাৰিওফালে নাচ-গান। সকোলৱে বিয়া বুলি ফুৰ্তি কৰি আছে। সংগীতৰ অনুষ্ঠানো চলি আছে। ককায়েকৰ বিয়া বুলি ভনীয়েক বোৰৰো গাত তত নাই। পাছে সেই সুখৰ মুহুৰ্ত পলকতে দুখলৈ পৰিবৰ্তিত হয় এখন বিয়ঘৰত।

ককায়েকৰ বিয়া বুলি মোমায়েকৰ ছোৱালীয়ে নিজৰ নৃত্য প্ৰদৰ্শন কৰি আছিল। কিন্তু ডেৰ মিনিট মান নচাৰ পাছতে, নাচি থকাৰ মাজতে, হঠাতে ষ্টেজতে বাগৰি পৰে পৰিণীতা। বাগৰি পৰা মানে একেবাৰে প্ৰাণ বায়ু ওলাই যা পৰিণীতাৰ।

লগে লগে হুৱা দুৱা লাগি যায় সকলোফালে। ততাতৈয়াকৈ পৰিণীতাক হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। হাৰ্ট এটেক হৈ মৃত্যু হয় পৰণীতাৰ।

এই ঘটনা মধ্যপ্ৰদেশৰ বিদিশাৰ। ইন্দোৰৰ নিবাসী পৰিণিতাই পেহীয়েকৰ লৰাৰ বিয়া বুলি বিদিশালৈ গৈছিল। কিন্তু ফুৰ্তি কৰি থাকোতেই ২৩ বছৰীয়া পৰিণিতাৰ জীৱনেই শেষ হৈ যায়।

সেই ঘটনাৰ ভিডিঅ বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। যিয়েই ভিডিঅটো দেখিছে দুখ প্ৰকাশ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: madhya pradeshViral Storyviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?
জীৱনশৈলী

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

September 9, 2026
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক
বিশ্ব

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

September 9, 2026
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?
জীৱনশৈলী

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

September 9, 2026
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?
বিনোদন

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

September 9, 2026
Next Post
ঐশ্বৰ্যই নাকচ কৰা হলীউডৰ এখন চিনেমাই বক্স অফিচ হিট হিচাপে উপাৰ্জন কৰিছিল ৪১১২ কোটি টকা

ঐশ্বৰ্যই নাকচ কৰা হলীউডৰ এখন চিনেমাই বক্স অফিচ হিট হিচাপে উপাৰ্জন কৰিছিল ৪১১২ কোটি টকা

সকলোৰে সমুখতে কাজিয়াত লিপ্ত হৰভজন আৰু ছেৱেইব আখতাৰ, ভাইৰেল ভিডিঅ’

সকলোৰে সমুখতে কাজিয়াত লিপ্ত হৰভজন আৰু ছেৱেইব আখতাৰ, ভাইৰেল ভিডিঅ'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.