• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৃষ্ণা দ্বিতীয়া, মহাদেৱৰ আশীৰ্বাদত ধনলাভৰ যোগ আছে ৫ৰাশিৰ ভাগ্যত

কৃষ্ণা দ্বিতীয়া, মহাদেৱৰ আশীৰ্বাদত ধনলাভৰ যোগ আছে ৫ৰাশিৰ ভাগ্যত

2 years ago
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

17 minutes ago
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

44 minutes ago
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

2 hours ago
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

2 hours ago
ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

3 hours ago
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

4 hours ago
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

5 hours ago
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

5 hours ago
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

6 hours ago
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

6 hours ago
জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

7 hours ago
জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কৃষ্ণা দ্বিতীয়া, মহাদেৱৰ আশীৰ্বাদত ধনলাভৰ যোগ আছে ৫ৰাশিৰ ভাগ্যত

কৃষ্ণা দ্বিতীয়া, মহাদেৱৰ আশীৰ্বাদত ধনলাভৰ যোগ আছে ৫ৰাশিৰ ভাগ্যত

editor by editor
June 24, 2024
in জীৱনশৈলী, লেখা
0
কৃষ্ণা দ্বিতীয়া, মহাদেৱৰ আশীৰ্বাদত ধনলাভৰ যোগ আছে ৫ৰাশিৰ ভাগ্যত
0
SHARES
9.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৪ জুন ২০২৪ সোমবাৰে শনিৰ ৰাশি মকৰত দিনজুৰি গোচৰ কৰিব চন্দ্ৰই৷ ইতিমধ্যেই আহাৰ মাহ৷ আজি আহাৰ কৃষ্ণা দ্বিতীয়া৷ ২৪ জুনৰ পৰা মিথুন ৰাশিত সূৰ্যই অৱস্থান কৰিছে৷ সেই স্থানত পূৰ্বৰে পৰাই বুধ আৰু শুক্ৰই অৱস্থান কৰি আছে৷ ইয়াৰ ফলত মিথুন ৰাশিত গঠিত হৈছে ত্ৰিগ্ৰহী যোগ, শুক্ৰাদিত্য ৰাজযোগ আৰু বুধাদিত্য ৰাজযোগ৷  আজি থাকিবলগীয়া শুভ যোগসমূহ হৈছে ইন্দ্ৰ যোগ, সৰ্বাৰ্থ সিদ্ধি যোগ আৰু বৈধৃতি যোগ৷ ইয়াৰোপৰি প্ৰথমে উত্তৰ আহাৰ আৰু তাৰপিছতেই শ্ৰাৱণ নক্ষত্ৰ৷ জ্যোতিষ অনুসৰি সোমবাৰ হৈছে মহাদেৱৰ প্ৰিয় দিন৷ ইয়াৰোপৰি সপ্তাহৰ প্ৰথম দিনা চন্দ্ৰৰ প্ৰভাৱ লক্ষ্য কৰা যাব৷ এইসমূহ শুভ যোগৰ প্ৰভাৱত কাইলৈ সৌভাগ্য বৰ্ষণ হ’ব এই পাঁচ ৰাশিৰ জাতকৰ ওপৰত৷ জানি থওক তালিকাত কোন কোন আছে৷

মেষ ৰাশি

সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ ফল লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ মহাদেৱৰ আশীৰ্বাদত আপোনাৰ দাম্পত্য জীৱন সুখৰ হ’ব৷ দীৰ্ঘদিন ধৰি পৰি থকা কোনো অমীমাংসিত কাম সম্পন্ন কৰিব পাৰিব৷ নতুন কাম আৰম্ভ কৰিব মেষ ৰাশিৰ জাতকে৷  সকলো কামতেই আপুনি সফলতা পাব৷ শহুৰৰ ঘৰৰ পৰা কিবা সমস্যা থাকিলেও দূৰ হ’ব৷

সিংহ ৰাশি

২৪ জুন সোমবাৰে ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত মনৰ সকলো ইচ্ছা পূৰণ হ’ব সিংহ ৰাশিৰ জাতকৰ৷  আপোনাৰ আৰ্থিক অৱস্থাৰ বহু পৰিমানে উন্নতি হ’ব৷ যিয়ে বিদেশত ব্যৱসায় কৰিছে তেওঁলোকে আৰ্থিকভাৱে লাভাম্বিত হ’ব৷ ভায়েক ভনীয়েকৰ মাজত সম্পৰ্ক উন্নত হ’ব৷ প্ৰেম জীৱনত সুখ আৰু ৰোমান্স বৰ্তি থাকিব৷ কাৰ্যালয়ৰ পৰিবেশ অনুকূল থাকিব৷

তুলা ৰাশি

বৈধৃতি যোগৰ প্ৰভাৱত লাভবান হ’ব তুলা ৰাশিৰ জাতক৷ মহাদেৱৰ কৃপাত জীৱনৰ সকলো সমস্যা দূৰ হৈ শান্তি ঘূৰি আহিব আপোনাৰ জীৱনত৷ নতুন কোনো ব্যৱসায় আপুনি আৰম্ভ কৰিব পাৰে৷ সহকৰ্মীসকলৰ সৈতে সম্পৰ্কৰ উন্নতি হ’ব তুলা ৰাশিৰ জাতকৰ৷ ব্যৱসায়ত অতিৰিক্ত লাভ কৰিব পাৰে৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে আলাপ হ’ব পাৰে৷

ধনু ৰাশি

সপ্তাহৰ প্ৰথম দিনটোত শ্ৰাৱণ নক্ষত্ৰৰ শুভ প্রভাৱ লাভ কৰিব পাৰিব ধনু ৰাশিৰ জাতকে৷ ধৰ্মীয় বিষয়ত আগ্ৰহী হ’ব আপুনি৷ কেৰিয়াৰত নতুন সাফল্য লাভ কৰিব পাৰে৷ যিয়ে ব্যৱসায় কৰিছে, তেওঁলোকেও বিশেষভাৱে লাভৱান হ’ব৷  আপুনি যি কামতেই হাত দিয়ে তাতেই কাংখিত ফল লাভ কৰিব৷ ধনু ৰাশিৰ জাতকে বিদেশ যাত্ৰাৰ কথাও চিন্তা কৰিব পাৰে৷

কুম্ভ ৰাশি

সোমবাৰে চন্দ্ৰ দেৱতাৰ আশীৰ্বাদ থাকিব কুম্ভ ৰাশিৰ জাতকৰ ওপৰত৷ ইন্দ্ৰ যোগৰ প্ৰভাৱত আপোনাৰ দীৰ্ধদিনে ৰৈ থকা কাম সম্পন্ন হ’ব৷ আপোনাৰ মনত সাহস আৰু আত্মবিশ্বাস থাকিব৷ যিয়ে নতুন চাকৰি বিচাৰি আছে তেওঁলোকে নতুন চাকৰি লাভ কৰাৰ সম্ভাৱনা আছে৷ ব্যৱসায়ীসকলে নতুন কোনো চুক্তি কৰিব পাৰে৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব কুম্ভ ৰাশিৰ জাতকৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?
জীৱনশৈলী

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

May 21, 2026
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি
জীৱনশৈলী

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

May 21, 2026
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?
অসম

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

May 21, 2026
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?
জীৱনশৈলী

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

May 21, 2026
Next Post
ধৰ্মীয় পৰিচয় অপ্ৰয়োজনীয়, বিশেষ বিবাহ আইন কি? কিয় সোনাক্ষীয়ে এই আইনৰ অধীনত সম্পন্ন কৰিছে বিবাহ?

ধৰ্মীয় পৰিচয় অপ্ৰয়োজনীয়, বিশেষ বিবাহ আইন কি? কিয় সোনাক্ষীয়ে এই আইনৰ অধীনত সম্পন্ন কৰিছে বিবাহ?

ভগৱান শিৱক ক্ৰোধিত কৰে এই ৫ বিধ বস্তুৱে! শিৱলিংগত এই ৫ বস্তু কাহানিও অৰ্পণ নকৰিব

ভগৱান শিৱক ক্ৰোধিত কৰে এই ৫ বিধ বস্তুৱে! শিৱলিংগত এই ৫ বস্তু কাহানিও অৰ্পণ নকৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.