• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধৰ্মীয় পৰিচয় অপ্ৰয়োজনীয়, বিশেষ বিবাহ আইন কি? কিয় সোনাক্ষীয়ে এই আইনৰ অধীনত সম্পন্ন কৰিছে বিবাহ?

ধৰ্মীয় পৰিচয় অপ্ৰয়োজনীয়, বিশেষ বিবাহ আইন কি? কিয় সোনাক্ষীয়ে এই আইনৰ অধীনত সম্পন্ন কৰিছে বিবাহ?

2 years ago
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

9 minutes ago
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

29 minutes ago
অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

58 minutes ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

2 hours ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

2 hours ago
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

3 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

4 hours ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

5 hours ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

5 hours ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

6 hours ago
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

6 hours ago
আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ধৰ্মীয় পৰিচয় অপ্ৰয়োজনীয়, বিশেষ বিবাহ আইন কি? কিয় সোনাক্ষীয়ে এই আইনৰ অধীনত সম্পন্ন কৰিছে বিবাহ?

ধৰ্মীয় পৰিচয় অপ্ৰয়োজনীয়, বিশেষ বিবাহ আইন কি? কিয় সোনাক্ষীয়ে এই আইনৰ অধীনত সম্পন্ন কৰিছে বিবাহ?

editor by editor
June 24, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিশ্ব, ভাৰত, লেখা
0
ধৰ্মীয় পৰিচয় অপ্ৰয়োজনীয়, বিশেষ বিবাহ আইন কি? কিয় সোনাক্ষীয়ে এই আইনৰ অধীনত সম্পন্ন কৰিছে বিবাহ?
0
SHARES
255
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন জীৱনৰ পাতনি মেলিলে বলীউড অভিনেত্ৰী সোনাক্ষী সিনহাই৷ আন দহোগৰাকীৰ দৰেই যুগ্ম জীৱনৰ পাতনি মেলিলেও সোনাক্ষীৰ বিয়াখন কৰোবাত যেন কিছু ব্যতিক্ৰমো৷ কাৰণ সোনাক্ষীৰ স্বামী মুছলমান সম্প্ৰদায়ৰ ব্যক্তি৷ স্বামী মুছলমান হোৱা স্বত্ত্বেও বিবাহৰ পাছৰ পাৰ্টীত সোনাক্ষীক দেখা গ’ল ৰঙা শাৰীৰে সৈতে শিৰত সেন্দুৰ লোৱা৷ দেওবাৰে নিশা বিবাহপাশত আৱদ্ধ হৈছে সোনাক্ষী-জাহিৰ৷ কিন্তু কি বিধি মানি বিয়া কৰালে দুয়োৱে?

হিন্দু ৰীতি নে মুছলমান ৰীতি মানি বিয়া কৰাইছে সোনাক্ষী-জাহিৰে? বিবাহৰ নামত অন্যান্য কোনো নীতি নিয়ম পালন কৰাৰ সলনি দুয়োকে কেৱল এখন বিশেষ পত্ৰত ছহী কৰা দেখা গৈছে৷ অৰ্থাৎ হিন্দু অথৱা মুছলমান কোনো নিয়মকেই এই বিবাহত অগ্ৰাধিকাৰ দিয়া হোৱা নাই৷ মুছলমান পৰিয়ালৰ বোৱাৰী হ’লেও সোনাক্ষীয়ে ধৰ্ম পৰিবৰ্তন নকৰে বুলি সোনাক্ষীৰ শহুৰেক ইকবাল ৰতনছিয়ে৷ স্পেছিয়েল মেৰিজ এক্ট অৰ্থাৎ, বিশেষ বিবাহ আইন অনুসৰি বিয়া হৈছে সোনাক্ষী-জাহিৰৰ৷

বিশেষ বিবাহ আইন কি?

ভাৰতত বিবাহ সংক্ৰান্তীয় তিনিধৰণৰ আইন আছে৷ ১) হিন্দু বিবাহ আইন ২) মুছলমান বিবাহ আইন আৰু ৩) বিশেষ বিবাহ আইন৷ ১৯৫৪ চনৰ ৯ অক্টোবৰত সংসদত এই বিশেষ আইন পাছ কৰা হৈছে৷ কোনো ধৰ্মীয় আচাৰ নমনাকৈ বিবাহবন্ধনৰ অধিকাৰ দিয়ে এই আইনে৷ এই আইনে ধৰ্মান্তৰিত হোৱাৰ কথা নকয়৷ ধৰ্মীয় পৰিচয় অপৰিবৰ্তিত ৰাখিয়েই বিবাহবন্ধনত আৱদ্ধ হ’ব পাৰি৷

এই আইনৰ অধীনত কোনে কোনে বিয়া কৰাব পাৰে?

ধৰ্ম আৰু বৰ্ণ পৰিচয় নিৰ্বিশেষে সকলো ভাৰতীয় নাগৰিকেই এই আইন মানি বিয়া কৰাব পাৰে৷ এওঁলোকে যিয়ে নিজৰ ধৰ্ম পৰিচয় বিবাহৰ পাছতো ধৰি ৰাখিব খোজে তেওঁলোকে এই আইনৰ অধীনত বিয়া কৰাব পাৰে৷

এই আইনৰ অধীনত বিয়া কৰাৰ পদ্ধতি কি কি?

এই আইন অনুসৰি বিয়া কৰাৰ কিছু নিয়ম আছে৷ প্ৰথমে দম্পত্তিহালে বিয়াৰ অন্তত এমাহ আগত মেৰিজ ৰেজিষ্ট্ৰী অফিচাৰৰ ওচৰত বৈধ নথিসহ আৱেদন জমা দিব লাগে৷ অনলাইনতো আবেদন কৰিব পাৰে৷ এই সংক্ৰান্তীয় সংশ্লিষ্ট ৱেবচাইটত আৱেদন কৰিব পাৰে৷ ৰেজিষ্ট্ৰিৰ দিনা সেই আৱেদন পত্ৰ উভয় পক্ষই লগত ৰাখিব লাগে৷ উভয় পক্ষৰ পৰা তিনিজন সাক্ষীৰ উপস্থিতিত বিয়াৰ ৰেজিষ্ট্ৰীপত্ৰৰ ছহী কৰিব লাগে দুয়োগৰাকীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?
জীৱনশৈলী

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

April 14, 2026
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?
জীৱনশৈলী

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

April 14, 2026
অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা
জীৱনশৈলী

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

April 14, 2026
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ
জীৱনশৈলী

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

April 14, 2026
Next Post
ভগৱান শিৱক ক্ৰোধিত কৰে এই ৫ বিধ বস্তুৱে! শিৱলিংগত এই ৫ বস্তু কাহানিও অৰ্পণ নকৰিব

ভগৱান শিৱক ক্ৰোধিত কৰে এই ৫ বিধ বস্তুৱে! শিৱলিংগত এই ৫ বস্তু কাহানিও অৰ্পণ নকৰিব

বুৰ্জ খালিফাৰ গাত বিজ্ঞাপন আপুনিও দিব পাৰে! বুৰ্জ খালিফাৰ গাত এটা বিজ্ঞাপন চলাওঁতে কিমান খৰচ হয় জানেনে?

বুৰ্জ খালিফাৰ গাত বিজ্ঞাপন আপুনিও দিব পাৰে! বুৰ্জ খালিফাৰ গাত এটা বিজ্ঞাপন চলাওঁতে কিমান খৰচ হয় জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.