• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ বিস্ফোৰণ, ২৫ লৈ বৃদ্ধি নিহতৰ সংখ্যা, ৭০০ৰো অধিক আহত

ভয়ংকৰ বিস্ফোৰণ, ২৫ লৈ বৃদ্ধি নিহতৰ সংখ্যা, ৭০০ৰো অধিক আহত

1 year ago
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

25 minutes ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

58 minutes ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

1 hour ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

2 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

2 hours ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

2 hours ago
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

3 hours ago
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

4 hours ago
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

5 hours ago
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

10 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

10 hours ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভয়ংকৰ বিস্ফোৰণ, ২৫ লৈ বৃদ্ধি নিহতৰ সংখ্যা, ৭০০ৰো অধিক আহত

editor by editor
April 27, 2025
in বিবিধ, বিশ্ব
0
ভয়ংকৰ বিস্ফোৰণ, ২৫ লৈ বৃদ্ধি নিহতৰ সংখ্যা, ৭০০ৰো অধিক আহত
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভয়ংকৰ বিস্ফোৰণ, ২৫ লৈ বৃদ্ধি নিহতৰ সংখ্যা, ৭০০ৰো অধিক আহত

ইৰাণত সংঘটিত হৈছে এক অতিকে শোকাৱহ ঘটনা। এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈ প্ৰাণ হেৰুৱালে ২৫ গৰাকী লোকে। লগতে ৭৫০ লোক আহত বুলি জানিব পৰা গৈছে। ইয়াৰে অধিক সংখ্যকৰে অৱস্থা সংকটজনক। যাৰ ফলত নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা।

এই ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে দক্ষিণ ইৰাণৰ আব্বাছ শ্বাহিদ ৰজাই জাহাজ বন্দৰত। সেই জাহাজ বন্দৰত সংঘটিত এক বৃহৎ বিস্ফোৰণত ঘটনাস্থলীতে ১৪ জন লোকৰ মৃত্যু হৈছিল, যি বৰ্তমানে ২৫ লৈ বৃদ্ধি পাইছে। কালি ২৬ এপ্ৰিল তাৰিখে সংঘটিত হৈছিল এই বিস্ফোৰণ।

বিস্ফোৰণৰ আঁৰৰ কাৰণৰ তদন্ত অব্যাহত আছে। ৰাসায়নিক পদাৰ্থৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হব পাৰে বুলি বিশ্বাস কৰা হৈছে। তথাপি বৰ্তমানলৈ ইয়াৰ কাৰণ স্পষ্ট হোৱা নাই। এই বন্দৰটো ইৰাণৰ সৰ্ববৃহৎ বাণিজ্যিক বন্দৰ আৰু ই কৌশলগতভাৱে গুৰুত্বপূৰ্ণ হৰমুজ জলদ্বীপৰ ওচৰত অৱস্থিত।

চৰকাৰী মুখপাত্ৰ এগৰাকীয়ে জনোৱা অনুসৰি, বিস্ফোৰণৰ কাৰণ নিৰ্ণয় কৰিবলৈ কিছু সময় লাগিব। কিন্তু এতিয়ালৈকে যিটো কথা প্ৰকাশ পাইছে সেয়া হ’ল বন্দৰটোৰ এটা চুকত ৰখা কন্টেইনাৰ, য’ত সম্ভৱতঃ বিস্ফোৰণৰ কাৰণ হোৱা ৰাসায়নিক পদাৰ্থ মজুত আছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Fire BlastIran PortMassive Fire Blast
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং
জীৱনশৈলী

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

September 15, 2026
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে
জীৱনশৈলী

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

September 15, 2026
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?
অসম

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

September 15, 2026
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ
জীৱনশৈলী

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

September 15, 2026
Next Post
বিশ্বৰ সবাতোকৈ কঠিন ৩ অভিযান্ত্ৰিক শিক্ষা, য’ত পঢ়িলেই লাভ কৰিব কোটি টকাৰ চাকৰি

বিশ্বৰ সবাতোকৈ কঠিন ৩ অভিযান্ত্ৰিক শিক্ষা, য'ত পঢ়িলেই লাভ কৰিব কোটি টকাৰ চাকৰি

ভয়ংকৰ অগ্নিকাণ্ড, একেলগে ছাৰখাৰ শতাধিক ঘৰ, ২ শিশুৱে হেৰুৱালে প্ৰাণ, বহু অগ্নিদ্বগ্ধ

ভয়ংকৰ অগ্নিকাণ্ড, একেলগে ছাৰখাৰ শতাধিক ঘৰ, ২ শিশুৱে হেৰুৱালে প্ৰাণ, বহু অগ্নিদ্বগ্ধ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.