• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩ মাহ বয়সত অপহৃত! অনাথ যুৱকে বিচাৰি পালে তেওঁৰ কোটিপতি পিতৃক, তাৰপিছত…

1 year ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

6 minutes ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

36 minutes ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

2 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

3 hours ago
যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

22 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

23 hours ago
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

24 hours ago
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

1 day ago
মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩ মাহ বয়সত অপহৃত! অনাথ যুৱকে বিচাৰি পালে তেওঁৰ কোটিপতি পিতৃক, তাৰপিছত…

৩ মাহত অপহৃত, অনাথ যুৱকে বিচাৰি পালে তেওঁৰ কোটিপতি পিতৃক, তাৰপিছত...

editor by editor
December 13, 2024
in জীৱনশৈলী, বিবিধ
0
৩ মাহ বয়সত অপহৃত! অনাথ যুৱকে বিচাৰি পালে তেওঁৰ কোটিপতি পিতৃক, তাৰপিছত…
0
SHARES
259
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিনেমাত আমি প্ৰত্যেকেই দেখিছো ছবিৰ নায়ক দৰিদ্ৰ থাকে, কষ্টেৰে জীৱনযাপন কৰি থাকে আৰু এদিন হঠাৎ নায়কে গম পায় যে তেওঁ কোটিপতিৰ সন্তান৷ বহুতেই ধাৰণা কৰে যে এয়া কেৱল কাল্পনিক জগততেই সম্ভৱ৷ বাস্তৱত এয়া ঘটিব পাৰে বুলি বহুতেই নাভাৱে৷ কিন্তু সেয়া ঘটিল ২৬ বছৰীয়া এগৰাকী যুৱকৰ সৈতে৷ এদিন হঠাৎ তেওঁ জানিব পাৰিলে যে তেওঁৰ পিতৃ এগৰাকী কোটিপতি৷ তাৰপিছত কি কৰিলে যুৱকজনে?

চীনৰ ২৬ বছৰ বয়সীয়া যুৱক চি কিংশুৱাইৰ জীৱন এক লহমাতেই সলনি হৈ গ’ল যেতিয়া তেওঁ জানিব পাৰিলে যে তেওঁৰ পিতৃ এজন কোটিপতি৷ জীৱনৰ এক গুৰুত্বপূৰ্ণ সময় তেওঁ অনাথ হিচাপেই কটালে৷ চীনৰ এক সংবাদমেলৰ সূত্ৰৰ খবৰ অনুসৰি তিনি মাহতে অপহৃত হৈছিল চি৷ ইয়াৰপিছতেই প্ৰায় দুই দশক ধৰি সেই যুৱকক বিচাৰিছিল পিতৃ মাতৃয়ে৷ কিন্তু ক’তো সন্ধান নাপালে যুৱকৰ৷

শেহতীয়াকৈ সেই হেৰুওৱা সন্তানৰ সন্ধান পাইছে পিতৃ মাতৃয়ে৷ সন্তানৰ প্ৰত্যাবৰ্তন উদযাপন কৰিবলৈ পাৰ্টীও দিছে পিতৃ মাতৃয়ে৷ উপহাৰ হিচাপে চি ক কেইবাটাও ফ্লেটৰ চাবি আৰু এখন বাহন উপহাৰ দিয়াৰ ইচ্ছা কৰিছিল পিতৃ মাতৃয়ে৷ কিন্তু চিয়ে সকলোবোৰ উপহাৰেই প্ৰত্যাখান কৰিছে৷ পৰিবৰ্তে কেৱল এটা ফ্লেটহে লৈছে৷ য’ত তেওঁ আৰু তেওঁৰ ভৱিষ্যতে হ’বলগীয়া পত্নীয়ে বসবাস কৰিব৷

চিয়ে এই সন্দৰ্ভত জনাই যে তেওঁ নিবিচাৰে এই বিপুল ঐশ্বৰ্যৰ ফলত তেওঁৰ জীৱনযাপনলৈ কোনো পৰিবৰ্তন আহক৷ চলি থাকিবলৈ যিখিনি লাগে সেইখিনি পালেই যথেষ্ট৷ বৰ্তমান তেওঁ এক লাইভ ষ্ট্ৰিমিং চেনেল খুলি তাৰপৰা কিছু আয় কৰে৷ চিৰ এই ঘটনা সামাজিক মাধ্যমত ভাইৰেল হৈছে৷ বহুতেই কৈছে চিয়ে সম্পত্তি প্ৰত্যাখান কৰাটোও তেওঁৰ এটা পাব্লিচিটি ষ্টাণ্ট৷ বহুতেই তেওঁৰ দৃঢ় মানসিকতাৰো প্ৰশংসা কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?
জীৱনশৈলী

March 11, 2026
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

March 11, 2026
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী
জীৱনশৈলী

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

March 11, 2026
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ
জীৱনশৈলী

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

March 11, 2026
Next Post
‘সংবিধান, সংঘৰ বিধান নহয়!’ লোকসভাৰ প্ৰথম ভাষণতেই কাক টাৰ্গেট প্ৰিয়ংকাৰ?

২০২৫ৰ প্ৰথম দিনাই ঘৰলৈ আনক এইকেইপদ সামগ্ৰী, সমগ্ৰ বছৰ ভৰি উঠিব অৰ্থৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন