• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৯ জানুৱাৰীত সিদ্ধি লাভ কৰিব ৫ৰাশিৰ জাতকে, তালিকাত আছেনে আপুনি?

২৯ জানুৱাৰীত সিদ্ধি লাভ কৰিব ৫ৰাশিৰ জাতকে, তালিকাত আছেনে আপুনি?

1 year ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 day ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

1 day ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

1 day ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

1 day ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

3 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, February 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৯ জানুৱাৰীত সিদ্ধি লাভ কৰিব ৫ৰাশিৰ জাতকে, তালিকাত আছেনে আপুনি?

২৯ জানুৱাৰীত সিদ্ধি লাভ কৰিব ৫ৰাশিৰ জাতকে, তালিকাত আছেনে আপুনি?

editor by editor
January 28, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
২৯ জানুৱাৰীত সিদ্ধি লাভ কৰিব ৫ৰাশিৰ জাতকে, তালিকাত আছেনে আপুনি?
0
SHARES
6.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ২৯ জানুৱাৰী ২০২৫ বুধবাৰে চন্দ্ৰই দিনজুৰি বৃশ্চিক ৰাশিত অৱস্থান কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ মাঘী অমাবস্যা তিথি৷ কাইলৈ সন্ধিয়া ৬ বাজি ৫ মিনিট পৰ্যন্ত অমাবস্যা তিথি থাকিব৷ তাৰপাছতেই মাঘৰ শুক্লা প্ৰতিপদ তিথি আৰম্ভ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ সিদ্ধি যোগ আৰু ব্যাতিপত যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ প্ৰথমে থাকিব উত্তৰ আষাঢ় আৰু পাছত শ্ৰৱণা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত বুধবাৰ হৈছে সিদ্ধিদাতা গণেশৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব৷ জানি থওক কাইলৈ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

কাইলৈ শ্ৰৱণা নক্ষত্ৰৰ প্ৰভাৱত কোনো আত্মীয় বা প্ৰতিবেশীৰ পৰা খুব ভাল কোনো খবৰ আহিব পাৰে মেষ ৰাশিৰ জাতকৰ৷ ইয়াৰ ফলত আপোনাৰ মন কাইলৈ আনন্দেৰে পৰিপূৰ্ণ হৈ থাকিব৷ বিৰোধীসকলে আপোনাক জব্দ কৰাৰ বাবে নানান ধৰণৰ চক্ৰান্ত কৰিলেও বিৰোধীসকলৰ এই চেষ্টা ব্যৰ্থ কৰি দিব আপুনি৷ বৰং আপোনাৰ শত্ৰুৱেই নিজৰ মাজত যুঁজ কৰিব পাৰে৷

সিংহ ৰাশি

কাইলৈ কোনো সামাজিক কামত সক্ৰিয়ভাৱে অংশ ল’ব পাৰে সিংহ ৰাশিৰ জাতকে৷ ইয়াৰ ফলত সমাজত জনপ্ৰিয়তা আৰু প্ৰতিপত্তি বৃদ্ধি পাব সিংহ ৰাশিৰ জাতকে৷ কাইলৈ গণেশৰ কৃপাত আত্মবিশ্বাসেৰে তুংগত থাকিব সিংহ ৰাশিৰ জাতক৷ জীৱনসংগীৰ সৈতে কোনো বিষয়ত মনোমালিন্য হ’লে কাইলৈ দূৰ হ’ব৷ কোনো সুন্দৰ স্থানত কাইলৈ পঢ়িবলৈ যাব পাৰে৷

কন্যা ৰাশি

সিদ্ধি যোগৰ শুভ প্ৰভাৱত কাইলৈ ৭ জুন সম্পদ বৃদ্ধিৰ যোগ আছে কন্যা ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ স্বাস্থ্য খুব ভালে নাথাকিব পাৰে৷ অৱশ্যে মোটা আৰ্থিক লাভ হ’ব পাৰে কন্যা ৰাশিৰ জাতকৰ৷ নিজৰ স্বাস্থ্যৰ প্ৰতি আপুনি গুৰুত্ব দিয়ক৷ কাইলৈ আপুনি নিজৰ সন্তানৰ ভৱিষ্যৎ সম্পৰ্কিত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷

তুলা ৰাশি

কাইলৈ বুধবাৰে ব্যতিপত যোগৰ প্ৰভাৱত যি কোনো কামত  সফলতা লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ কাইলৈ আপুনি নিজৰ কেৰিয়াৰত সাফল্যৰ চিৰি বগাব৷ কাইলৈ নিজৰ সকলো কাম সম্পূৰ্ণ মন দি কৰিব তুলা ৰাশিৰ জাতকে৷ আত্মবিশ্বাসেৰে তুংগত থাকিব৷ যি কামতেই হাত দিয়ে তাতেই সাফল্য লাভ কৰিব৷

মকৰ ৰাশি

সন্তানৰ বিষয়ত কাইলৈ কোনো ভাল খবৰ পাব পাৰে৷ ইয়াৰ ফলত কাইলৈ মকৰ ৰাশিৰ জাতকৰ মনত আনন্দ থাকিব৷ কাইলৈ আপুনি নীতি আৰু আদৰ্শ বোধৰ কাৰণে কোনো বেয়া কামৰ পৰা দূৰৈত থাকিব৷ ইয়াৰ ফলত প্ৰথমে কিছু সমস্যা হ’লেও শেষত জয় আপোনাৰেই হ’ব৷ বিনিয়োগৰ পৰা ভাল লাভ কৰিব পাৰে মকৰ ৰাশিৰ জাতকে৷ সংগীৰ সৈতে ভাল সময় কটাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

২০২৫ত ধনবান ৩ৰাশি! ধন আৰু বৈভৱৰ দেৱতা শুক্ৰই ১০ বাৰকৈ সলাব ঘৰ, লাভৱান হ’ব কোন কোন ৰাশিৰ জাতক?

২০২৫ত ধনবান ৩ৰাশি! ধন আৰু বৈভৱৰ দেৱতা শুক্ৰই ১০ বাৰকৈ সলাব ঘৰ, লাভৱান হ’ব কোন কোন ৰাশিৰ জাতক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.