জুবিন গাৰ্গৰ মৃত্যুত তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা৷
২০, ২১, ২২ ছেপ্টেম্বৰ ৰাজ্যিক শোক ঘোষণা চৰকাৰৰ৷
কাইলৈ পুৱতি নিশা অসম পাবহি জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ৷
মনোৰঞ্জনমূলক সকলো অনুষ্ঠান বাতিল কৰা হৈছে ৰাজ্যত৷
ৰাজ্য চৰকাৰৰ সকলো কাৰ্যসূচীও বাতিল কৰা হৈছে৷
কেৱল চলিব চিকিৎসা সম্পৰ্কীয় কাম কাজহে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















