• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিবাৰৰ দিনটো কেনেকুৱা যাব আপোনাৰ? ৩ ৰাশিয়ে পাব নতুন সুযোগ!

শনিবাৰৰ দিনটো কেনেকুৱা যাব আপোনাৰ? ৩ ৰাশিয়ে পাব নতুন সুযোগ!

2 months ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

12 seconds ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

48 minutes ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

2 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

3 hours ago
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

4 hours ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

5 hours ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

6 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

6 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

6 hours ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

8 hours ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

8 hours ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিবাৰৰ দিনটো কেনেকুৱা যাব আপোনাৰ? ৩ ৰাশিয়ে পাব নতুন সুযোগ!

শনিবাৰৰ ৰাশিফল জানো আহক...

editor by editor
July 4, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
শনিবাৰৰ দিনটো কেনেকুৱা যাব আপোনাৰ? ৩ ৰাশিয়ে পাব নতুন সুযোগ!
0
SHARES
40
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

​​৪ জুলাই মেষ আৰু সিংহ ৰাশিকে ধৰি বহু ৰাশিৰ বাবে ভাগ্য উদয় হ’ব। কাইলৈ ​​দিন ৰাতি কুম্ভ ৰাশিত চন্দ্ৰই গতি কৰিব। কাইলৈ ​​বৃহস্পতি আৰু বুধ চন্দ্ৰৰ পৰা ষষ্ঠ স্থানত আৰু শুক্ৰই সপ্তম স্থানত গতি কৰিব, সেয়েহে, কাইলৈ ​​চন্দ্ৰাধিযোগৰ সংমিশ্ৰণো গঠন হ’ব। গতিকে কোনবোৰ ৰাশিৰ বাবে আৰু কোনবোৰ বিষয়ত অৰ্থাৎ ৪ জুলাই ভাগ্যৱান হ’ব জানো আহক…

মেষ ৰাশি

কাইলৈ ​​অৰ্থাৎ শনিবাৰে মেষ ৰাশিৰ বাবে কঢ়িয়াই আনিব কেৰিয়াৰৰ নতুন মাইলৰ খুঁটি। আপুনি আপোনাৰ সামৰ্থ্যৰ বাহিৰত নতুন কিবা এটা লাভ কৰিবলৈ সক্ষম হ’ব। বিলাসীতাও উপভোগ কৰিব। দিনটোৰ দ্বিতীয়াৰ্ধ ৰোমান্টিক হ’ব। আপুনি হয়তো আপোনাৰ প্ৰেম জীৱনত পৰম্পৰা ভাঙি যোৱা সিদ্ধান্ত ল’ব পাৰে।

বৃষ ৰাশি

কাইলৈ ​​৪ জুলাইত বৃষ ৰাশিৰ বাবে ব্যৱসায়িক সুবিধা আহিব। কাম কৰাৰ অগতানুগতিক পদ্ধতিত আপুনি সফলতা লাভ কৰিব পাৰে। শিক্ষা আৰু পাঠদানত আপুনি সফলতা লাভ কৰিব। শহুৰেকৰ পৰা সহায় লাভ কৰিব। ঘনিষ্ঠ আত্মীয়ক লগ পোৱাৰ সুযোগ পাব পাৰে।

মিথুন ৰাশি

কাইলৈ আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ লৈ আগবাঢ়িব পাৰে। সামাজিক স্থানত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। কাইলৈ প্ৰিয়জনৰ এক নতুন দিশ আপুনি দেখিব পাৰিব। প্ৰেমত শুভ।

কৰ্কট ৰাশি

আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হ’ব। বন্ধুৰ লগত ফুৰিব যাব পাৰে। কিন্তু বেছি খৰছ নকৰিব, নহ’লে আপুনি খালী পকেট লৈ ঘৰলৈ ঘুৰি আহিব। আপোনাৰ প্ৰিয়জনৰ পৰা অহা এক ফোনে আপোনাৰ গোটেই দিন ধুনীয়া কৰি তুলিব।

সিংহ ৰাশি

কাইলৈ আৰ্থিক বিনিয়োগৰ যি নতুন নতুন সুযোগ হাতত আহিব তাৰ অতি ভালদৰে বিবেচনা কৰক। কিন্তু ধন তেতিয়াই বিনিয়োগ কৰক যেতিয়া আপুনি সেই যোজনা সমূহক ভালকৈ অধ্যয়ণ কৰি ল’ব। প্ৰেম আৰু দাম্পত্য জীৱনত শুভ ফল লাভ কৰিব।

কন্যা ৰাশি

যিকোনো পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবৰ বাবে এই দ্ৰুত গতিক বাহাল ৰাখক । আপোনাৰ যধে মধে খৰচ কৰাৰ অভ্যাসৰ পিনে চাই আপোনাৰ মা দেউতা চিন্তিত হ’ব পাৰে। সামাজিক গতিবিধিয়ে আপোনাকে ধৰি সকলোকে সুখী কৰিব। কাৰোবাৰ প্ৰেমত সফলতা লাভ কৰিব। কাইলৈ দিনটোত প্ৰেমত শুভ।

তুলা ৰাশি

আপোনাৰ অস্থাৱৰ সম্পত্তি কোনোবাই আজি চুৰি কৰিব পাৰে সেইবাবে যিমান পাৰে গুৰুত্ব দিব। আজিৰ দিনটো আনন্দৰে ভৰা হ’ব ,কাৰণ আপোনাৰ জীৱন সংগী আপোনাক কাইলৈ সুখ দিবলৈ প্ৰয়াস কৰিব। ভাৱনাৰ বিশৃংখলতাই আপোনাক চিন্তিত কৰি তুলিব পাৰে। কৰ্ম ক্ষেত্ৰত শুভ। জীৱন সংগীৰ স্বাস্থ্য আজি অলপ বেয়াৰ ফালে ঢাল খাব পাৰে।

বৃশ্চিক ৰাশি

সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত। পাৰিবাৰিক সমস্যা থাকিব পাৰে। আপোনাৰ সহযোগীৰ লগত ব্যৱসায়িক কৰা পৰিকল্পনা ইত্যাদি বাস্তৱত ৰূপায়িত কৰিব পাৰে । এই ৰাশিৰ জাতক-জাতিকাই ভাই -ভনীৰ লগত ঘৰত চিনেমা অথবা খেল দেখিব পাৰে।এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। আত্মত্মীয় সমূহক লৈ কাইলৈ আপোনাৰ আৰু জীৱন সংগীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে।

ধনু ৰাশি

ঘৰৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি কাইলৈ আপুনি আপোনাৰ জীৱনসংগীৰ লগত আলোচনা কৰি মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে। কাইলৈ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে। বিবাদ,মতভেদ আৰু বেলেগৰ আপোনাক সমালোচনা কৰাৰ অভ্যাস টোক গুৰুত্ব নিদিব। আপোনাৰ প্ৰেম-প্ৰসংগৰ বিষয়ে বেছি ইফালে-সিফালে কথা কৈ নুফুৰিব। আপোনাৰ কাম আৰু প্ৰাথমিকতাত ধ্যান একাগ্ৰ কৰক।

মকৰ ৰাশি

যিকোনো ডাঙৰ যোজনা আৰু বিচাৰ আপোনাৰ মন আকৰ্ষিত কৰিব পাৰে । যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগত সেই ব্যক্তিৰ বিষয়ে ভালকৈ সোধ পোছ কৰি লোৱাটো ভাল হ’ব। ঘৰুৱা জীৱনত কিছু হতাশাৰ সন্মুখীন হ’ব পাৰে। কাইলৈ আপুনি চাৰিওফালে প্ৰেম আৰু প্ৰেমে বিলাই ফুৰিব। সহকৰ্মী আপোনাক বহুত সহায় সহযোগ কৰিব আৰু অফিচত বিশ্বাসৰ ভেটিত নতুন সম্বন্ধৰ আৰম্ভণি হব। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰ জন আপোনাৰ সহায় কৰিব পাৰে । আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সচাঁ হয় ,আপোনাৰ জীৱনৰ লগৰীয়ে আপোনাৰ প্ৰকৃত প্ৰেয়সী।

কুম্ভ ৰাশি

প্ৰেমে কাইলৈ বাৰুকৈয়ে আপোনাক আগুৰি ধৰিব। ঘৰৰ মানুহৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে কিন্তু আপুনি নিজৰ পৃথিৱীতেই মচগুল হৈ থাকিব। কাইলৈ খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সচাঁকৈ আনন্দ লাভ কৰিব পাৰে। আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা ভাল লগা বস্তু আপোনাৰ সন্মুখত আহিব তেতিয়া আপুনি ভাবুক হৈ পৰিব পাৰে।

মীন ৰাশি

কাইলৈ পিতৃ-মাতৃৰ পৰা গালি খাব পাৰে। সাৱধানে থাকক , কোনোবাই আপোনাৰ লগত ফ্লাৰ্ট কৰিব পাৰে। কাইলৈ ব্যৱসায়ীৰ বাবে ভাল দিন ,ব্যৱসায়ৰ বাবে হঠাত কৰা যাত্ৰা ধনাত্মক পৰিণাম দিব। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। জীৱন সংগীৰ ব্যৱহাৰে আপোনাৰ কৰ্ম জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য
বাণিজ্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

August 19, 2026
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’
বিনোদন

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

August 19, 2026
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ
বিনোদন

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

August 19, 2026
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!
জীৱনশৈলী

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

August 19, 2026
Next Post
ৰাশিফল অনুযায়ী কেনে যাব আজি আপোনাৰ দিনটো?

ৰাশিফল অনুযায়ী কেনে যাব আজি আপোনাৰ দিনটো?

আপুনি নজনাকৈয়ে Toothbrushডালেও আনিব পাৰে ভয়ংকৰ বিপদ? টুথব্ৰাছ ক’ত, কেনেকৈ ৰাখিব?

আপুনি নজনাকৈয়ে Toothbrushডালেও আনিব পাৰে ভয়ংকৰ বিপদ? টুথব্ৰাছ ক'ত, কেনেকৈ ৰাখিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.