• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰম্ভ দেৱীপক্ষ, সৌভাগ্য উজলি উঠিব ৭ৰাশিৰ, আপোনাৰ ভাগ্যত কি আছে?

আৰম্ভ দেৱীপক্ষ, সৌভাগ্য উজলি উঠিব ৭ৰাশিৰ, আপোনাৰ ভাগ্যত কি আছে?

2 years ago
তৰমুজ খোৱাৰ পূৰ্বে সাৱধান! নহ’লে ভয়ংকৰ পৰিণাম ভুগিব আপুনি!

তৰমুজ খোৱাৰ পূৰ্বে সাৱধান! নহ’লে ভয়ংকৰ পৰিণাম ভুগিব আপুনি!

4 hours ago
ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে নেপেলাব এইবোৰ বস্তু, দুৰ্ভাগ্যই আগুৰি ধৰিব!

ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে নেপেলাব এইবোৰ বস্তু, দুৰ্ভাগ্যই আগুৰি ধৰিব!

4 hours ago
ঘৰৰ এটি কোণে আপোনাক কৰিব মালামাল, মাথোঁ অনুসৰণ কৰক এই নিয়ম

ঘৰৰ এটি কোণে আপোনাক কৰিব মালামাল, মাথোঁ অনুসৰণ কৰক এই নিয়ম

5 hours ago
মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?

মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?

6 hours ago
সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!

সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!

7 hours ago
আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

7 hours ago
বেংকত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

বেংকত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

9 hours ago
ডাকঘৰৰ আঁচনিয়ে কৰিব আৰ্থিকভাৱে সৱল! ৩০০ টকাৰ সঞ্চয় কৰি জমা কৰক ১৫ লাখ টকা!

ডাকঘৰৰ আঁচনিয়ে কৰিব আৰ্থিকভাৱে সৱল! ৩০০ টকাৰ সঞ্চয় কৰি জমা কৰক ১৫ লাখ টকা!

10 hours ago
শীঘ্ৰে ভাগ্যৰ দুৱাৰ খোল খাব ৪ ৰাশিৰ লোকৰ, পাব দেৱী লক্ষ্মীৰ আশীৰ্বাদ!

শীঘ্ৰে ভাগ্যৰ দুৱাৰ খোল খাব ৪ ৰাশিৰ লোকৰ, পাব দেৱী লক্ষ্মীৰ আশীৰ্বাদ!

10 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

11 hours ago
অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

11 hours ago
স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আৰম্ভ দেৱীপক্ষ, সৌভাগ্য উজলি উঠিব ৭ৰাশিৰ, আপোনাৰ ভাগ্যত কি আছে?

আৰম্ভ দেৱীপক্ষ, সৌভাগ্য উজলি উঠিব ৭ৰাশিৰ, আপোনাৰ ভাগ্যত কি আছে?

editor by editor
October 3, 2024
in জীৱনশৈলী, ভাৰত
0
আৰম্ভ দেৱীপক্ষ, সৌভাগ্য উজলি উঠিব ৭ৰাশিৰ, আপোনাৰ ভাগ্যত কি আছে?
0
SHARES
394
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃহস্পতিবাৰ ৩ অক্টোবৰ৷ আজি চন্দ্ৰই কন্যা ৰাশি এৰি তুলা ৰাশিত প্ৰৱেশ কৰিব৷ এই সময়ত সূৰ্যই কন্যা ৰাশিত অৱস্থান কৰি আছে৷ আজি আহিন মাহৰ শুক্লা প্ৰতিপদ তিথিও৷ আজিৰ পৰাই আৰম্ভ হৈছে দেৱীপক্ষ৷ শাৰদীয় নৱৰাত্ৰিৰ প্ৰথন দিনা আজি পূজা কৰা হ’ব দেৱী শৈলপুত্ৰীৰ৷ এই তিথিত ইন্দ্ৰ যোগ আৰু বৈধৃতি যোগৰ প্ৰভাৱ আছে৷ ইয়াৰোপৰি আজি বিয়লি ৩ বাজি ৩২ মিনিটলৈকে থাকিব হস্তা নক্ষত্ৰ আৰু তাৰপাছতেই চিত্ৰা নক্ষত্ৰ৷ আজি ৬ বাজি ১৫ মিনিটৰ সূৰ্যোদয় হোৱাৰ বিপৰীতে সন্ধিয়া ৬ বাজি ৪ মিনিটত সুৰ্যাস্ত হ’ব৷ হিন্দুধৰ্ম অনুসৰি বৃহস্পতিবাৰ হৈছে শ্ৰীবিষ্ণুৰ প্ৰিয় দিন৷ এই সকলো শুভ যোগৰ প্ৰভাৱত আজিৰ দিনটো কেইটামান ৰাশিৰ জাতকৰ বাবে খুব সুন্দৰ হ’ব৷ অৱশ্যে কেইটামান ৰাশিৰ জাতক সমস্যাতো পৰিব৷ আজি নাৰায়ণৰ কৃপাত কোন কোন ৰাশিৰ সময় ভাল, কোনে কোনে সাৱধানে থাকিব? জানি থওক দিনটোৰ আৰম্ভণিতেই৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতকে ব্যৱসায়ত কাৰো ওপৰত বিশ্বাস নকৰিব, বিশ্বাস কৰিলেই লোকচান হ’ব পাৰে৷ আজি কৰোবাত যাত্ৰা কৰিলে লাভবান হ’ব৷ পৰিয়ালৰ সদস্যসকলক কোনো প্ৰতিশ্ৰুতি নিদিব৷ আপুনি যাক সহায় কৰাৰ চেষ্টা কৰিছে তেঁৱেই আপোনাৰ ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে৷ ছাত্ৰ-ছাত্ৰীসকলে একাগ্ৰ হৈ পঢ়াশুনা কৰিলে সফলতা লাভ কৰিব৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকে ব্যৱসায়ত সাফল্য অৰ্জন কৰিব৷ চাকৰিয়ালে কোনো নতুন কাম আৰম্ভ কৰিব পাৰে৷ পাৰিবাৰিক দায়িত্ব বাঢ়িব পাৰে৷ ডাঙৰৰ পৰামৰ্শ মানি চলক৷ পাৰিবাৰিক ব্যৱসায়ত ভায়েক ভনীয়েকৰ সহযোগিতা লাভ কৰিব৷ প্ৰেম জীৱন আনন্দৰ হ’ব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকে কঠিন পৰিস্থিতিৰ মোকাবিলা কৰিব লগা হ’ব পাৰে৷ নিজকে দুৰ্বল নাভাৱিব৷ চাকৰিয়ালে নতুন দায়িত্ব পাব পাৰে৷ ইয়াৰ দ্বাৰা ভৱিষ্যতে লাভ হ’ব৷ ব্যৱসায়ীসকলৰ কামৰ দায়িত্ব লাভ কৰিব৷ কোনো পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ কৰিব পাৰে৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকৰ আজিৰ দিনটো ব্যস্ততাৰে পাৰ হ’ব৷ আজি আপোনাৰ স্বাস্থ্য বেয়া হ’ব পাৰে সতৰ্ক থাকক৷ আৱেগত ভাহি কোনো ভুল সিদ্ধান্ত লৈ নেপেলাব৷ পৰবৰ্তীকালত এই কামে আপোনাৰ সমস্যাৰ কাৰণ হৈ উঠিব৷ কোনো কাম কৰাৰ পূৰ্বে ভালধৰণে চিন্তাভাৱনা কৰক৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকে কৰ্মক্ষেত্ৰত সজাগ আৰু সতৰ্ক হৈ থাকক৷ আশেপাশে কি হৈছে সেই বিষয়ে সজাগ হৈ থাকক৷ ব্যৱসায়িক প্ৰতিদ্বন্দীয়ে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে৷ ৰাজনীতিৰ ক্ষেত্ৰত দায়িত্ব বাঢ়িব৷ অৰ্থ ব্যয় হ’ব৷ সন্ধিয়াবেলা আত্মীয়ৰ সৈতে কোনো স্থানলৈ ফুৰিবলৈ যাব পাৰে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকে কৰ্মক্ষেত্ৰত কিছু পৰিবৰ্তন নিজেই অনুভৱ কৰিব৷ ইয়াৰপৰা অৱশ্যে আপোনাৰ লাভ হ’ব৷ ব্যৱসায়ত মুনাফা অৰ্জন কৰিব৷ কোনোৱে প্ৰেম নিবেদন কৰিলে পৰিস্থিতি চাইহে সিদ্ধান্ত গ্ৰহণ কৰিব৷ এইয়া নকৰিলে এই সম্পৰ্ক ভৱিষ্যতে আপোনাৰ সমস্যাৰ কাৰণ হৈ উঠিব৷ সন্ধিয়াবেলা শুভ অনুষ্ঠানত অংশ ল’ব পাৰে৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকে আজি বন্ধু বা ব্যৱসায়িক বিশেষজ্ঞৰ পৰামৰ্শ ল’ব পাৰে৷ অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰক৷ নিজৰ কথাত নিয়ন্ত্ৰণ ৰাখক৷ তেতিয়াহে কামত সফলতা আহিব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকে আজি অধিক পৰিশ্ৰম কৰিব লগা হ’ব পাৰে৷ নতুন চাকৰিৰ সন্ধানত থাকিলে আপুনি সফল হ’ব৷ নতুন ব্যৱসায় আৰম্ভ কৰাৰ ক্ষেত্ৰত অন্যৰ সহায় পাব৷ ছাত্ৰ-ছাত্ৰীসকলে নতুন বিষয়ে চিন্তাভাৱনা কৰিব৷ পাৰিবাৰিক সংঘাত হ’ব পাৰে৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতক সতৰ্ক থাকক৷ আলস্য ত্যাগ কৰি চাকৰি আৰু ব্যৱসায় কৰিলে সমস্ত কাম ভালধৰণে আগবাঢ়িব৷ সময় মানি কাম কৰক৷ অন্যথা দৰকাৰী কাম ৰৈ যাব পাৰে৷ ব্যৱসায়ত নতুন কিছু কাম কৰাৰ চিন্তা কৰিলে এয়াই উপযুক্ত সময়৷ ভাগ্যৰ পূৰ্ণ সহযোগিতা লাভ কৰিব৷ শহুৰৰ ঘৰৰ পৰা ধনসম্পত্তি পাব পাৰে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকে আইনী বিবাদত জড়িত হৈ পৰিব পাৰে৷ এই আইনী খেলিমেলি দূৰ কৰাৰ চেষ্টা কৰক৷ অন্যথা ভৱিষ্যতে বিপদ আহিব৷ কোনো মনোকামনা পূৰণ হ’লে আগবঢ়াই থোৱা সামগ্ৰী দান কৰক৷ আৰ্থিক উন্নতিৰ চেষ্টা আজি ফলদায়ক হ’ব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ চাকৰিয়াল জাতকে কাৰ্যায়লত উচ্চপদ লাভ কৰিব৷ ব্যৱসায় বৃদ্ধি হ’ব৷ আৰ্থিক উন্নতিৰ ভাল সুযোগ পাব৷ এই সুযোগক অৱহেলা নকৰিব৷ কুম্ভ ৰাশিৰ জাতকৰ অৰ্থাভাৱ আজি দূৰ হ’ব৷ কেৰিয়াৰত আজি বৃহৎ সাফল্য পাব পাৰে৷

মীন ৰাশি

মীন ৰাশিৰ জাতকে কোনো অনুষ্ঠানত বিশেষ অতিথি হিচাপে আমন্ত্ৰিত কৰা হ’ব পাৰে৷ আজি সমাজত আপোনাৰ মান সন্মান বাঢ়িব৷ ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো অনুকূল৷ ব্যৱসায়ত ৰৈ থকা কাম সম্পন্ন কৰাৰ বাবে শুভ দিন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তৰমুজ খোৱাৰ পূৰ্বে সাৱধান! নহ’লে ভয়ংকৰ পৰিণাম ভুগিব আপুনি!
জীৱনশৈলী

তৰমুজ খোৱাৰ পূৰ্বে সাৱধান! নহ’লে ভয়ংকৰ পৰিণাম ভুগিব আপুনি!

April 8, 2026
ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে নেপেলাব এইবোৰ বস্তু, দুৰ্ভাগ্যই আগুৰি ধৰিব!
জীৱনশৈলী

ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে নেপেলাব এইবোৰ বস্তু, দুৰ্ভাগ্যই আগুৰি ধৰিব!

April 8, 2026
ঘৰৰ এটি কোণে আপোনাক কৰিব মালামাল, মাথোঁ অনুসৰণ কৰক এই নিয়ম
জীৱনশৈলী

ঘৰৰ এটি কোণে আপোনাক কৰিব মালামাল, মাথোঁ অনুসৰণ কৰক এই নিয়ম

April 8, 2026
মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?
জীৱনশৈলী

মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?

April 8, 2026
Next Post
ভাঙি পৰিছে আমিৰৰ প্ৰাক্তন পত্নী ৰীণা, প্ৰাক্তন পত্নীৰ কাষত আমিৰ খান

ভাঙি পৰিছে আমিৰৰ প্ৰাক্তন পত্নী ৰীণা, প্ৰাক্তন পত্নীৰ কাষত আমিৰ খান

ধোনী অনিশ্চিত, ২০২৫ৰ মেগা নিলামত কোন প্লেয়াৰক ধৰি ৰাখিব চেন্নাই চুপাৰ কিংছে?

ধোনী অনিশ্চিত, ২০২৫ৰ মেগা নিলামত কোন প্লেয়াৰক ধৰি ৰাখিব চেন্নাই চুপাৰ কিংছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.