• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰতিশোধেই নে? থাইলেণ্ডত ২২ টা শিশুসহ ৩৪ জন ব্যক্তিক গুলীয়াই হত্যা কৰাৰ আঁৰত কি আছে, সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

প্ৰতিশোধেই নে? থাইলেণ্ডত ২২ টা শিশুসহ ৩৪ জন ব্যক্তিক গুলীয়াই হত্যা কৰাৰ আঁৰত কি আছে, সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

4 years ago
বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

33 minutes ago
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

2 hours ago
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

3 hours ago
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

3 hours ago
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

11 hours ago
অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

11 hours ago
মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

12 hours ago
অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

12 hours ago
জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

13 hours ago
মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

14 hours ago
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

15 hours ago
ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

প্ৰতিশোধেই নে? থাইলেণ্ডত ২২ টা শিশুসহ ৩৪ জন ব্যক্তিক গুলীয়াই হত্যা কৰাৰ আঁৰত কি আছে, সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

editor by editor
October 6, 2022 - Updated on October 7, 2022
in অপৰাধ, বিবিধ, বিশ্ব
0
প্ৰতিশোধেই নে? থাইলেণ্ডত ২২ টা শিশুসহ ৩৪ জন ব্যক্তিক গুলীয়াই হত্যা কৰাৰ আঁৰত কি আছে, সবিশেষ পঢ়িবলৈ ক্লিক কৰক…
0
SHARES
740
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ হৃদয়বিদাৰক! থাইলেণ্ডত ৩৪ জনকৈ লোকক গুলীয়াই হত্যা কৰিছে এজন প্ৰাক্তন আৰক্ষীয়ে। থাইলেণ্ডৰ এটা ডে কেয়াৰ চেণ্টাৰত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা। বন্দুকধাৰী এজন আৰক্ষীয়ে ২২ টা শিশুসহ ৩৪ জন ব্যক্তিক গুলীয়াই হত্যা কৰে। ইপিনে ব্যক্তিগৰাকীয়ে নিজৰ পত্নী আৰু সন্তানকো গুলীয়াই হত্যা কৰিছে।

ড্ৰাগছ আসক্ত আৰক্ষীগৰাকীক শাস্তি হিচাপে কৰ্মৰ পৰা অব্যাহতি দিয়া হৈছিল। তাৰ পিছতেই বৃহস্পতিবাৰে শিশু কেন্দ্ৰটোত এই ভয়াৱহ আক্ৰমণ সংঘটিত কৰে প্ৰাক্তন আৰক্ষীয়ে। শিশু কেন্দ্ৰটোত থকা ৩০ টা শিশুৱে খাদ্য গ্ৰহণ কৰিবলৈ লোৱাৰ সময়তে বন্দুকধাৰী ব্যক্তিগৰাকীয়ে চেণ্টাৰটোত প্ৰৱেশ কৰে। প্ৰথমেই শিশু কেন্দ্ৰটোৰ ৫ গৰাকী কৰ্মচাৰীসহিতে এগৰাকী ৮ মহীয়া গৰ্ভৱতী শিক্ষকক গুলীয়াই হত্যা কৰে। তাৰ পিছতেই শিশক উদ্দেশ্যি নিৰ্বিচাৰ গুলীচালনা কৰে বন্দুকধাৰী আৰক্ষীয়ে। এই ভয়াৱহ আক্ৰমণ সম্পৰ্কে জিলাখনৰ জিলা বিষয়া জিদাপা বনচোমে সংবাদ সংস্থা ‘ৰয়টাৰছ’ক জনাইছে।

বিষয়াগৰাকীয়ে লগতে কয় যে, গুলীচালনাৰ শব্দক প্ৰথমতে চুবুৰীয়া বাসিন্দাসকলে আতচবাজী বুলি ভাবিছিল। সামাজিক মাধ্যমত ভাইৰেল হৈছে এই গুলীচালনাৰ দৃশ্য। থাইলেণ্ডৰ নং বুৱা লাম্ফু প্ৰদেশৰ উথাই চাৱান চহৰত চলা এই হত্যালীলাক লৈ সমগ্ৰতে চলিছে চৰ্চা। তেজৰ ডোভাত পৰি থকা শিশুকেইটা দেখি কঁপি উঠিছে বহুতৰে অন্তৰাত্মা।

থাইলেণ্ডত এনেধৰণে হোৱা গুলীচালনা ঘটনা বিৰল যদিও থাইলেণ্ডত অন্য দেশৰ তুলনাত বন্দুকৰ মালিকীস্বত্বৰ হাৰ অধিক। অবৈধ অস্ত্ৰ ৰখা লোকৰ সংখ্যাও থাইলেণ্ডতেই সৰ্বাধিক বুলি বহুসংখ্যকে সামাজিক মাধ্যমত উল্লেখ কৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে ২০২০ চনত এজন সেনাই সম্পত্তিৰ চুক্তি কেন্দ্ৰীক বিবাদক লৈ চাৰি স্থানত গুলীচালনা কৰিছিল। এই গুলীচালনাৰ ঘটনাত ২৯ জন লোকে মৃত্যুক সাবটি লোৱাৰ বিপৰীতে ৫৭ জন লোক গুৰুতৰভাৱে আহত হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?
বিনোদন

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

August 6, 2026
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান
জীৱনশৈলী

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

August 6, 2026
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!
জীৱনশৈলী

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

August 6, 2026
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?
জীৱনশৈলী

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

August 6, 2026
Next Post
নৰখাদক দম্পতী! আহাৰত প্ৰত্যেকদিনেই ভক্ষণ কৰে নৰমাংস, ক’ত এই ঘটনা? সবিশেষ জানিবলৈ ক্লিক কৰক…

নৰখাদক দম্পতী! আহাৰত প্ৰত্যেকদিনেই ভক্ষণ কৰে নৰমাংস, ক’ত এই ঘটনা? সবিশেষ জানিবলৈ ক্লিক কৰক...

সমালোচনা শুনিলেই অত্যাধিক হতাশ হৈ পৰে! নেতিবাচক কথাই মনত ক্ৰিয়া কৰি থাকে তেন্তে এইকেইটা উপায় গ্ৰহণ কৰিবই…

সমালোচনা শুনিলেই অত্যাধিক হতাশ হৈ পৰে! নেতিবাচক কথাই মনত ক্ৰিয়া কৰি থাকে তেন্তে এইকেইটা উপায় গ্ৰহণ কৰিবই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.