• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৭ বছৰীয়া মহিলাই ১২ বছৰীয়া কিশোৰী হৈ কৰিলে প্ৰতাৰণা, কিন্তু কেনেকৈ?

৩৭ বছৰীয়া মহিলাই ১২ বছৰীয়া কিশোৰী হৈ কৰিলে প্ৰতাৰণা, কিন্তু কেনেকৈ?

3 months ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

8 minutes ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

1 hour ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

2 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

3 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

17 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

17 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

18 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

18 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

19 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

19 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

19 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

৩৭ বছৰীয়া মহিলাই ১২ বছৰীয়া কিশোৰী হৈ কৰিলে প্ৰতাৰণা, কিন্তু কেনেকৈ?

কেনেকৈ ৩৭ বছৰীয়া অলিভেইৰাই বিশ্বাসযোগ্যতাৰে ১২ বছৰীয়া বুলি পৰিচয় দিছিল?

editor by editor
June 12, 2026
in অপৰাধ, বিবিধ, বিশ্ব, লেখা
0
৩৭ বছৰীয়া মহিলাই ১২ বছৰীয়া কিশোৰী হৈ কৰিলে প্ৰতাৰণা, কিন্তু কেনেকৈ?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
এগৰাকী ৩৭ বছৰীয়া মহিলাই ১২ বছৰীয়া কিশোৰীৰ দৰে আচৰণ কৰি ১৪ মাহে প্ৰৱঞ্চনা কৰিলে এটা পৰিয়ালক। বিগত ৩ জুনত পোহৰলৈ আহে এই ঘটনা। এগৰাকী ৩৭ বছৰীয়া মহিলাই নিজকে ১২ বছৰীয়া কিশোৰী বুলি পৰিচয় দি বহুদিনৰ পৰা বহুজনক কৰি আহিছিল প্ৰৱঞ্চনা। কিন্তু কেনেকৈ সম্ভৱ এই কথা। বিশ্বাস কৰকেই বা নকৰকেই ব্ৰাজিলত সংঘটিত হৈছে এই ঘটনা। নিজকে অটিজিম ৰোগত আক্ৰান্ত বুলি পৰিচয় দি দীৰ্ঘদিনে মহিলাগৰাকীয়ে প্ৰৱঞ্চনা কৰি আহিছিল পৰিয়ালটোক। অটিজিম ৰোগত আক্ৰান্ত শিশুৰ শাৰীৰিক গঠন বয়সৰ মাজত পাৰ্থক্য দেখা যায়। অৱশ্য এই ৰোগৰ ক্ষেত্ৰতো ২৫ বছৰ বয়সৰ পাৰ্থক্য যথেষ্ট বেছি। ইতিমধ্যে ৩ জুনত প্ৰতাৰণাৰ অভিযোগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আমাণ্ডা মাৰিয়া ছৌজা ডি অলিভেইৰা নামৰ মহিলাগৰাকীক। তেওঁৰ বিৰুদ্ধে প্ৰতাৰণা আৰু ভুৱা পৰিচয় ব্যৱহাৰৰ অভিযোগ উত্থাপিত হৈছে। তদন্তকাৰী বিষয়াৰ মতে অলিভেইৰাই ভুৱা পৰিচয় ব্যৱহাৰ কৰি ১৪ মাহ ধৰি এটি পৰিয়ালৰ সৈতে বাস কৰিছিল। সমগ্ৰ ব্ৰাজিলত চাঞ্চল্য সৃষ্টি কৰা এই ঘটনাৰ পিছতে দেশখনৰ চাও পাওলো, ৰিঅ’ ডি জেনেইৰো, মিনাছ জেৰাইছ, ৰিঅ’ গ্ৰান্দে ড’ ছুল আৰু গইয়াছতো মহিলগৰাকীয়ে বহু পৰিয়ালক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

কেনেকৈ ৩৭ বছৰীয়া অলিভেইৰাই বিশ্বাসযোগ্যতাৰে ১২ বছৰীয়া বুলি পৰিচয় দিছিল?

৩৭ বছৰীয়া মহিলাগৰাকী গ্ৰেপ্তাৰ হোৱাৰ পিছতে আৰক্ষীয়ে এক বিবৃতিযোগে সমগ্ৰ ঘটনাৰ বিৱৰণী এইদৰে উল্লেখ কৰিছে যে-এগৰাকী ১২ বছৰীয়া ছোৱালীৰ চৰিত্ৰটো বিশ্বাসযোগ্য কৰি তুলিবলৈ মহিলাগৰাকীয়ে নিয়মিতভাৱে শিশুৰ গাখীৰ খোৱাৰ বটল, খেলনা ব্যৱহাৰ কৰিছিল আৰু শিশুৰ দৰে আচৰণ কৰিছিল। অলিভেইৰাই নিজৰ মুখমণ্ডলক লৈ মানুহৰ আগত প্ৰকাশ কৰিছিল যে শৈশৱতে তেওঁক জোৰপূৰ্বকভাৱে হৰম’ন প্ৰয়োগ কৰা হৈছিল, যাৰ ফলত তেওঁৰ শাৰীৰিক গঠন এনে হৈ পৰিছে। যিটো পৰিয়াল প্ৰতাৰণাৰ বলি হৈছিল সেই পৰিয়ালটোৰে এজন সদস্যৰ অলিভেইৰাৰ ওপৰত লাহে লাহে সন্দেহ ওপজে আৰু আৰক্ষীক খবৰ দৰে। একেদৰে আৰক্ষীয়েও অনুসন্ধানৰ অন্তত ব্ৰাজিলৰ কেইবাখনো চহৰত অনুৰূপ ঘটনা সংঘটিত হোৱাৰ তথ্য লাভ কৰে। অৱশ্যে প্ৰৱঞ্চনাৰ বলি হোৱা পৰিয়ালটোৱে ৩৭ বছৰীয়া অলিভেইৰা সন্দৰ্ভত কয় যে-অলিভেইৰাক এজনী কিশোৰীৰ দৰে লাগিছিল। তেওঁ একেবাৰে শিশুৰ দৰে আচৰণ কৰিছিল, শিশুৰ দৰে কথা পাতিছিল, নিজকে অটিষ্টিক বুলি কৈছিল আৰু সদায় হুডিৰ দৰে মুখমণ্ডলৰ সৰহভাগ ঢাক খাই থকা কাপোৰ পৰিধান কৰিছিল। কিন্তু অলিভেইৰাই কেতিয়াও টকা-পইচা বিচৰা নাছিল। অলিভেইৰাই তেওঁলোকক বাৰে বাৰে অনুৰোধ কৰিছিল যাতে তেওঁক শিশু সুৰক্ষা পৰিষদৰ ওচৰলৈ নিয়া নহয়। মহিলাগৰাকীৰ শৰীৰৰ বিভিন্ন অংশত কিছু উদ্বেগজনক বিন্ধাৰ দৰে দাগ আছিল যাৰ বাবে তেওঁলোকে অলিভেইৰাৰ শৈশৱতে জোৰপূৰ্বক হৰম’ন প্ৰয়োগ কৰা কথাটোত সহজে পতিয়ন গৈছিল।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24CRIME
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে
জীৱনশৈলী

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

September 20, 2026
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
ভাৰত

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

September 20, 2026
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী
অসম

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

September 20, 2026
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত
অসম

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

September 20, 2026
Next Post
মহিলাৰ দৰে পুৰুষৰো হ’ব পাৰে নেকি স্তন কেঞ্চাৰ?

মহিলাৰ দৰে পুৰুষৰো হ'ব পাৰে নেকি স্তন কেঞ্চাৰ?

‘পেড্ডী’ত জাহ্নৱী কাপুৰে ৰূপায়ণ কৰা চৰিত্ৰটোক লৈ বিতৰ্ক!

'পেড্ডী'ত জাহ্নৱী কাপুৰে ৰূপায়ণ কৰা চৰিত্ৰটোক লৈ বিতৰ্ক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.