• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
bhopal fire

ভূপাল চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড, অগ্নিদগ্ধ ৪ নৱজাতক

4 years ago
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

1 hour ago
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

3 hours ago
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

4 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

4 hours ago
LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

5 hours ago
বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

6 hours ago
কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

6 hours ago
ডালিম খাই বাকলি পেলাই দিয়ে নেকি? বাকলিৰো আছে চমৎকাৰী গুণ!

ডালিম খাই বাকলি পেলাই দিয়ে নেকি? বাকলিৰো আছে চমৎকাৰী গুণ!

7 hours ago
জীৱনত ৩ টা বস্তুক নকৰিব অৱহেলা, ধ্বংস হ’ব আপুনি!

জীৱনত ৩ টা বস্তুক নকৰিব অৱহেলা, ধ্বংস হ’ব আপুনি!

8 hours ago
সোমবাৰে ভুলতো নকৰিব এইবোৰ কাম, ক্ষুব্ধ হ’ব মহাদেৱ!

সোমবাৰে ভুলতো নকৰিব এইবোৰ কাম, ক্ষুব্ধ হ’ব মহাদেৱ!

8 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

9 hours ago
কাইলৈ কেনেকুৱা যাব আপোনাৰ দিনটো? ভাল সুযোগ আহিব বহুতৰে জীৱনলৈ

কাইলৈ কেনেকুৱা যাব আপোনাৰ দিনটো? ভাল সুযোগ আহিব বহুতৰে জীৱনলৈ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভূপাল চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড, অগ্নিদগ্ধ ৪ নৱজাতক

editor by editor
November 9, 2021
in গুৱাহাটী, ভাৰত
0
bhopal fire
0
SHARES
30
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মৰ্মান্তিক! চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত মৃত্যু ৪টিকৈ নৱজাতকৰ৷ মধ্যপ্ৰদেশৰ ভূপালত সোমবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড৷ অগ্নিকাণ্ডত মৃত্যু হয় ৪টিকৈ নৱজাতকৰ৷ ভূপালৰ কমলা নেহৰু শিশু হাস্পতালৰ এটি বিশেষ শাখাৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয়৷ নিশা প্ৰায় ৯ বজাত সংঘটিত হয় অগ্নিকাণ্ডৰ৷ চিকিৎসালয়খনৰ তৃতীয় মহলাৰ ICU কক্ষত সংঘটিত হয় অগ্নিকাণ্ডৰ৷ ৪ টি শিশুৰ মৃত্যু হয় যদিও ৩৬টি শিশুক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় চিকিৎসালয় কৰ্তৃপক্ষ৷ এই মৰ্মান্তিক ঘটনা সন্দৰ্ভত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে শোক প্ৰকাশ কৰা লগতে মৃত শিশুকেইটিৰ পৰিয়াললৈ ৪ লাখ টকাকৈ ক্ষতিপূৰণ ঘোষণা কৰে৷ আৰু ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কমল নাথে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 4 children deadasom live 24assam live 24axom live 24bhopal firebhopal hospital fire
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ
ভাৰত

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

April 6, 2026
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা
ভাৰত

স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

April 6, 2026
বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল
ভাৰত

বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

April 6, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Next Post
virat kohli

টীম ইণ্ডিয়াৰ অধিনায়কত্ব ত্যাগ বিৰাট কোহলীৰ, আৱেগিক অনুৰাগী

bogibbel toll gate

জনসাধাৰণৰ মূৰত পুনৰ ৰাম টাঙোন, শীঘ্ৰেই মুকলি হ’ব বগীবিলৰ টোলগেট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.