• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
bogibbel toll gate

জনসাধাৰণৰ মূৰত পুনৰ ৰাম টাঙোন, শীঘ্ৰেই মুকলি হ’ব বগীবিলৰ টোলগেট

5 years ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

40 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

1 hour ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

1 hour ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

1 hour ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

2 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

3 hours ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

4 hours ago
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

5 hours ago
Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

6 hours ago
social media

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

6 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

7 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জনসাধাৰণৰ মূৰত পুনৰ ৰাম টাঙোন, শীঘ্ৰেই মুকলি হ’ব বগীবিলৰ টোলগেট

editor by editor
November 10, 2021
in অসম, গুৱাহাটী, ভাৰত
0
bogibbel toll gate
0
SHARES
157
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ এতিয়াৰে বগীবিল দলঙত উঠিলেই দিব লাগিব টকা। শীঘ্ৰেই বগীবিলত মুকলি হ’ব টোলগেট। ধেমাজি-ডিব্ৰুগড় সংযোগী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু অসম চৰকাৰৰ গড়কাপ্তানি বিভাগে নিৰ্মাণ কৰিছে টোলগেটখন। দল-সংগঠন তথা স্থানীয় ৰাইজৰ প্ৰতিবাদকো আওকান কৰি বগীবিলত স্থাপন কৰা টোলগেটৰ নিৰ্মাণকাৰ্য ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। কম দিনৰ ভিতৰতে বগীবিলৰ টোলগেট মুকলি কৰিব কেন্দ্ৰীয় চৰকাৰে। উজনি অসমৰ উত্তৰ আৰু দক্ষিণ দিশক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মাণ কৰা বগীবিল দলং উদ্বোধনৰ দুটা বছৰৰ পিছত দলঙৰ সমীপত টোলগেট মুকলিৰ দিশে আগবাঢ়িছে চৰকাৰ। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ দ্বাৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বগীবিল দলঙৰ সমীপৰ দক্ষিণপাৰৰ বুঢ়াসজাত নিৰ্মাণ কৰা হৈছে এই টোলগেটটো। ৯ কোটি ৫৮ লাখ ৭১ হাজাৰ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা টোলগেটখন৷ ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জনসাধাৰণক কোঙা কৰি তোলাৰ সময়তে জনসাধাৰণৰ মূৰত ৰাম টাঙোন শোধাই বিজেপি চৰকাৰে বগীবিলত স্থাপন কৰা টোলগেটক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শেহতীয়াকৈ বগীবিলৰ টোলগেটৰ বিৰুদ্ধে ৰাজ্যৰ জাতীয়, জনগোষ্ঠীয় সংগঠনে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু জনতা আৰু জাতীয় সংগঠনৰ প্ৰতিবাদী কন্ঠক নস্যাৎ কৰি বগীবিল টোলগেট স্থাপনত বদ্ধপৰিকৰ হৈছে বিজেপি চৰকাৰ। উল্লখ্যে যে, বগীবিল দলঙৰ সমীপত স্থাপন কৰা টোলগেট মুকলিৰ লগে লগে উত্তৰ আৰু দক্ষিণপৰীয়া লোকসকলৰ মাজত ব্যাপক সমস্যাৰ সন্মুখীন হ’ব। কাৰণ উজনিৰ ধেমাজি, লখিমপুৰকে ধৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ প্ৰায় ৬০ শতাংশ লোক ব্যৱাসায় বা চিকিৎসাৰ কামত ডিব্ৰুগড়লৈ আহে। এইসকলৰ ভিতৰত আছে অৰ্ধেকসংখ্যক লোক দৰিদ্ৰ তথা মধ্যবিত্ত পৰিয়ালৰ। তেনেস্থলত টোলগেট স্থাপনৰ লগে লগে এইসকল সাধাৰণ লোকসকলৰ মাজত হৈ পৰিব পানীত হাঁহ নচৰা অৱস্থা। কোৱা বাহুল্য যে, উত্তৰপাৰৰ পৰা ৮০ শতাংশ শাক-পাচলি বিক্ৰীৰ বাবে আনে ডিব্ৰুগড়লৈ। ইফালে, টোলগেট স্থাপনৰ লগে লগে বৃদ্ধি পাব যান-বাহনৰ ভাড়া। কাৰণ টোলগেটত প্ৰতিখন বাহনৰ বাবদ ভৰিব লাগিব ডেৰশ টকাৰ পৰা তিনিশ টকা পৰ্যন্ত। ২০১৮ চনৰ ২৫ ডিচেম্বৰত বগীবিল দলঙে উত্তৰ আৰু দক্ষিণ পাৰক সংযোগ ঘটালেও বিজেপি চৰকাৰে উন্নয়নৰ নামত টোলগেট স্থাপনৰ কাৰ্যই সম্প্ৰতি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24bogibeel toll gatehimanta biswa sharmanarendra-moditoll plaza
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড
অসম

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

September 13, 2026
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা
অসম

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

September 13, 2026
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ
অসম

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 12, 2026
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?
বিনোদন

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

September 12, 2026
Next Post
viral photo

‘মই ট্ৰ’লিঙক কেয়াৰ নকৰো, পুত্ৰৰ সুখৰ বাবে সকলো কৰিম’,  ট্ৰ’ল সমাজলৈ প্ৰত্যাহ্বান এগৰাকী মাতৃৰ

joseph marak

নিয়তিৰ ওচৰত হাৰ মানিলে দুৰ্ভগীয়া যোচেফ মাৰাকে, ৰাজকন্যাই খুন্দিয়াই ভৰি ছিঙি পেলাইছিল যোচেফৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.