• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
viral photo

‘মই ট্ৰ’লিঙক কেয়াৰ নকৰো, পুত্ৰৰ সুখৰ বাবে সকলো কৰিম’,  ট্ৰ’ল সমাজলৈ প্ৰত্যাহ্বান এগৰাকী মাতৃৰ

5 years ago
ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

11 minutes ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ সময়ত Mood Swings এ অশান্তি কৰে নেকি? এইদৰে পাব সকাহ

1 hour ago
পুৰুষক নে মহিলাক বেছি টোপনিৰ প্ৰয়োজন? ৯০% লোকে নাজানে সঠিক উত্তৰ

পুৰুষক নে মহিলাক বেছি টোপনিৰ প্ৰয়োজন? ৯০% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
ঘৰৰ এইটো দিশে জীৱন সলাব আপোনাৰ, মাথোঁ অনুসৰণ কৰক এই নিয়ম

ঘৰৰ এইটো দিশে জীৱন সলাব আপোনাৰ, মাথোঁ অনুসৰণ কৰক এই নিয়ম

2 hours ago
বানত থমকি যাব খোজা সপোনক ডেউকা দিলে অলখ পাণ্ডেই, অসমৰ জানমণিয়ে পালে স্বৰ্ণ পদক

বানত থমকি যাব খোজা সপোনক ডেউকা দিলে অলখ পাণ্ডেই, অসমৰ জানমণিয়ে পালে স্বৰ্ণ পদক

2 hours ago
বিপদে লগ এয়া নাই? তেন্তে এই সাধাৰণ টিপছে সলনি কৰিব ভাগ্য!

বিপদে লগ এয়া নাই? তেন্তে এই সাধাৰণ টিপছে সলনি কৰিব ভাগ্য!

5 hours ago
শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

আজি শিৱৰ কৃপা থাকিব ৫ ৰাশিৰ ওপৰত, খুলিব ভাগ্যৰ দুৱাৰ!

6 hours ago
NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

16 hours ago
দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

16 hours ago
সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

16 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

17 hours ago
একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘মই ট্ৰ’লিঙক কেয়াৰ নকৰো, পুত্ৰৰ সুখৰ বাবে সকলো কৰিম’,  ট্ৰ’ল সমাজলৈ প্ৰত্যাহ্বান এগৰাকী মাতৃৰ

editor by editor
November 10, 2021
in অসম, গুৱাহাটী
0
viral photo
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সম্প্ৰতি চৰ্চাত দিছপুৰ ফ্লাই অ’ভাৰত জন্মদিন উদযাপন কৰা এখন বিশেষ ফটো৷ ছ’চিয়েল মিডিয়াত ভাইৰেল ফ’টোখন আলোচনা তথা বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অসমত৷ নৱনিৰ্মিত দিছপুৰ ফ্লাই অ’ভাৰত জন্মদিন উপযাপন কৰি সম্প্ৰতি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে পৰিয়ালটো৷ বিশেষভাৱে সক্ষম একমাত্ৰ সন্তানৰ মুখত হাঁহি বিৰিঙাবলৈ ফ্লাই অভাৰতে উদযাপন কৰিছিল জন্মদিনৰ পাৰ্টী৷ আৰু ঘটনা সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে পিতৃ অৰূপ কলিতাই৷ ফটো ভাইৰেলক লৈ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰে পৰিয়ালটিয়ে৷ শেহতীয়াকৈ সকলো কথা প্ৰকাশ কৰিছে পৰিয়ালটোৱে৷ কিহৰ তাগিদাত ফ্লাই অ’ভাৰত জন্মদিন উদযাপন কৰিছিল পৰিয়ালটোৱে? প্ৰকৃততে সন্তানৰ সুখৰ বাবে কি কি কৰিব পাৰে এগৰাকী মাতৃয়ে৷ সন্তানৰ সুখৰ বাবে সকলো কৰিবলৈ সাজু এইগৰাকী মাতৃ৷ অৱশ্যে গুৱাহাটী পৌৰ নিগমে ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News ChannelBest News Portal in Assambirthday celebration at dispur flyoverdispur flyoverT-20 world cup update
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বানত থমকি যাব খোজা সপোনক ডেউকা দিলে অলখ পাণ্ডেই, অসমৰ জানমণিয়ে পালে স্বৰ্ণ পদক
অসম

বানত থমকি যাব খোজা সপোনক ডেউকা দিলে অলখ পাণ্ডেই, অসমৰ জানমণিয়ে পালে স্বৰ্ণ পদক

August 10, 2026
বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা
বিনোদন

বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

August 9, 2026
কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?
অসম

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

August 8, 2026
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ
বিনোদন

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

August 8, 2026
Next Post
joseph marak

নিয়তিৰ ওচৰত হাৰ মানিলে দুৰ্ভগীয়া যোচেফ মাৰাকে, ৰাজকন্যাই খুন্দিয়াই ভৰি ছিঙি পেলাইছিল যোচেফৰ

malala yousafzai

বিবাহপাশত আৱদ্ধ হ’ল মালালা ইউছুফজাই, শান্তিৰ নোবেল বঁটা প্ৰাপক মালালা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.