• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৱা খালী পেটতে নিতৌ খাওক দুখিলা মধুৰিআমৰ পাত, ফলাফল দেখি আচৰিত হৈ পৰিব আপুনি

পুৱা খালী পেটতে নিতৌ খাওক দুখিলা মধুৰিআমৰ পাত, ফলাফল দেখি আচৰিত হৈ পৰিব আপুনি

2 years ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

1 hour ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

2 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

3 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

4 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

4 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

4 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

5 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

6 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

7 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

8 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

8 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

পুৱা খালী পেটতে নিতৌ খাওক দুখিলা মধুৰিআমৰ পাত, ফলাফল দেখি আচৰিত হৈ পৰিব আপুনি

editor by editor
June 12, 2024
in Uncategorized
0
পুৱা খালী পেটতে নিতৌ খাওক দুখিলা মধুৰিআমৰ পাত, ফলাফল দেখি আচৰিত হৈ পৰিব আপুনি
0
SHARES
923
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুৱা খালী পেটতে নিতৌ খাওক দুখন মধুৰিআমৰ পাত, ফলাফল দেখি আচৰিত হৈ পৰিব আপুনি

নিতৌ পুৱা খালী পেটতে সেৱন কৰক মাত্ৰ দুখন মধুৰিআমৰ পাত। যিয়ে আপোনাক দিব চমৎকাৰী ফল। পেট সম্বন্ধীয় বহু সমস্যাৰ পৰা পৰিত্ৰান দিব আপোনাক। লগতে পাব আৰু বহুতো গুণ।

দুখন আগপাত তথা কুমলিয়া পাতে আপোনাৰ শৰীৰ থাণ্ডা ৰাখিব। গৰমৰ দিনত কেৱল মধুৰিআমেই নহয় ইয়াৰ পাতেও আপোনাৰ পেট থাণ্ডা ৰাখে। লগতে স্বাস্থ্যৰ বাবে বহু উপকাৰী।

পুৱাই খালী পেটত মধুৰিআমৰ পাত খালে হজম শক্তি বৃদ্ধি কৰে লগতে পেট সম্বন্ধীয় অন্য সমস্যা দূৰ কৰে।

ওজন হ্ৰাসতো সহায়ক। পুৱা খালী পেটত মধুৰিআমৰ পাত খালে শৰীৰৰ বৃদ্ধি পোৱা ওজন হ্ৰাস কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো সহায়ক। মধুৰিআমৰ পাতত ভিটামিন চি পোৱা যায়। যি ভিটামিন শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায়ক।

বহুমুত্ৰ ৰোগতো বহু উপকাৰী এই পাত। নিতো পুৱা এই পাত খালে নিয়ন্ত্ৰণত থাকে ডাইবেটিছ তথা বহুমুত্ৰ ৰোগ।

ব্লাড প্ৰেচাৰতো উপকাৰী মধুৰিআমৰ পাত। এই পাতত পটাচিয়াম আৰু ফাইবাৰৰ মাত্ৰা বহু পৰিমানে থকা বাবে ই ব্লাড প্ৰেচাৰৰ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে।

চকুৰ দৃষ্টি শক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰতো উপকাৰ কৰে এই পাতে। ভিটামিন এ ৰে সমৃদ্ধ হোৱাৰ বাবে ই চকুৰ বাবে বহু লাভদায়ক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য
Uncategorized

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

April 9, 2026
হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ
Uncategorized

হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

April 2, 2026
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক
Uncategorized

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

March 20, 2026
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ
Uncategorized

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

March 20, 2026
Next Post
মনোজ পাণ্ডেৰ বিদায়! দেশৰ নতুন সেনাপ্ৰধান হ’ব উপেন্দ্ৰ দ্বিবেদী, কোন এই উপেন্দ্ৰ দ্বিবেদী?

মনোজ পাণ্ডেৰ বিদায়! দেশৰ নতুন সেনাপ্ৰধান হ'ব উপেন্দ্ৰ দ্বিবেদী, কোন এই উপেন্দ্ৰ দ্বিবেদী?

ফিফা বিশ্বকাপ খেলাৰ সপোন শেষ, দেখদেখকৈ ভাৰতৰ সৈতে বেইমানী, কোনে কৰিলে বেইমানী…

ফিফা বিশ্বকাপ খেলাৰ সপোন শেষ, দেখদেখকৈ ভাৰতৰ সৈতে বেইমানী, কোনে কৰিলে বেইমানী...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.