• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৫ বছৰে সৰু প্ৰেমিক, মাহে ১৫ লাখ টকাৰ দৰমহা; প্ৰেমিকে কৰিব লাগে এইসমূহ কাম

১৫ বছৰে সৰু প্ৰেমিক, মাহে ১৫ লাখ টকাৰ দৰমহা; প্ৰেমিকে কৰিব লাগে এইসমূহ কাম

4 years ago
কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

12 minutes ago
বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

42 minutes ago
৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

1 hour ago
বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

1 hour ago
Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

2 hours ago
প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

3 hours ago
১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

4 hours ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

4 hours ago
পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

5 hours ago
এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

6 hours ago
চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

7 hours ago
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

১৫ বছৰে সৰু প্ৰেমিক, মাহে ১৫ লাখ টকাৰ দৰমহা; প্ৰেমিকে কৰিব লাগে এইসমূহ কাম

editor by editor
February 19, 2022
in বিবিধ, ভাৰত
0
১৫ বছৰে সৰু প্ৰেমিক, মাহে ১৫ লাখ টকাৰ দৰমহা; প্ৰেমিকে কৰিব লাগে এইসমূহ কাম
0
SHARES
413
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাম তেওঁৰ জুলি৷ এগৰাকী টিকটক লেডী৷ বয়স প্ৰায় ৪৪ বছৰ৷ জুলিয়ে নিজৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে চ’ছিয়েল মিডিয়াৰ যোগে খোলোচা কৰিছিল৷

জুলিৰ প্ৰেমৰ সম্পৰ্কই নেটিজেনসকলক মাজত বিশেষ আমোদ দিয়াৰ লগতে চৰ্চাও লাভ কৰিছিল৷ ব্ৰিটিছ সংবাদ পত্ৰ দ্য চান-এ জুলিৰ টিকটক ভিডিঅ’ৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছিল যে মহিলাগৰাকীয়ে দৰমহা দি ৰাখিছে প্ৰেমিক৷

মহিলা গৰাকীয়ে প্ৰকাশ কৰা মতে তেওঁতকৈ ১৫ বছৰে কনিষ্ঠ প্ৰেমিকক দৰমহা দি ৰাখিছে৷ প্ৰেমিকে তাৰ বিনিময়ত প্ৰেমিকাৰ সকলোবোৰ কাম কৰি দিব লাগে৷

দৰমহাৰ বাবদ ২৯ বছৰীয়া প্ৰেমিকে জুলিৰ ঘৰৰ সকলো কাম, যেনে ছুইমিং পুল চাফা কৰা, ঘৰ চাফা কৰা, পাকঘৰৰ কাম, আহাৰ ৰন্ধা মুঠতে সকলোবোৰেই কৰিব লাগে৷

ইয়াৰ বাবদত জুলিয়ে প্ৰেমিকক মাহে প্ৰায় ১৫ লাখ টকাৰ দৰমহা দি আহিছে৷ অৱশ্যে, কিছু মাহৰ পূৰ্বে প্ৰেমিকে চুইমিং পুল চাফা কৰিবলৈ পাহৰি যোৱাৰ বাবে দৰমহা ৪ লাখ হ্ৰাস কৰি ১১ লাখ কৰিছে৷

জানিব পৰা মতে জুলি এগৰাকীৰ অতি ধনী মহিলা৷ তেওঁৰ এটা বৃহৎ অট্টালিকা, বিলাসী বাহনৰ লগতে বৃহৎ বেংক ব্লেঞ্চ আছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?
জীৱনশৈলী

কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

May 7, 2026
বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা
ভাৰত

বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

May 7, 2026
৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!
বিনোদন

৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

May 7, 2026
বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?
বিনোদন

বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

May 7, 2026
Next Post
হৃদ ৰোগ নিয়ন্ত্ৰণত আদাৰ কি ভূমিকা জানেনে?

হৃদ ৰোগ নিয়ন্ত্ৰণত আদাৰ কি ভূমিকা জানেনে?

পুৰুষৰ সৈতে কৰা নাছিল শাৰীৰিক সম্পৰ্ক: তথাপিও প্ৰেগনেঞ্চিৰ ৰিপ’ৰ্ট আহিল পজিটিভ

পুৰুষৰ সৈতে কৰা নাছিল শাৰীৰিক সম্পৰ্ক: তথাপিও প্ৰেগনেঞ্চিৰ ৰিপ’ৰ্ট আহিল পজিটিভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.