• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাজনিশা প্ৰচণ্ড ভূমিকম্পই কঁপাই গ’ল গুৱাহাটী তথা ৰাজ্য, প্ৰাবল্য ৫.১

মাজনিশা প্ৰচণ্ড ভূমিকম্পই কঁপাই গ’ল গুৱাহাটী তথা ৰাজ্য, প্ৰাবল্য ৫.১

1 year ago
ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

1 minute ago
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

1 hour ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

2 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

2 hours ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

3 hours ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

4 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

6 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

8 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

8 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

9 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

21 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মাজনিশা প্ৰচণ্ড ভূমিকম্পই কঁপাই গ’ল গুৱাহাটী তথা ৰাজ্য, প্ৰাবল্য ৫.১

editor by editor
February 27, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
মাজনিশা প্ৰচণ্ড ভূমিকম্পই কঁপাই গ’ল গুৱাহাটী তথা ৰাজ্য, প্ৰাবল্য ৫.১
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাজনিশা প্ৰচণ্ড ভূমিকম্পই কঁপাই গ’ল গুৱাহাটী তথা ৰাজ্য, প্ৰাবল্য ৫.১

পুনৰ ৰাজ্যত ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি। ৫.১ প্ৰাবল্যৰ ভূমিকম্পত কঁপি উঠিল সমগ্ৰ ৰাজ্য।

পুৱতি নিশা ২বাজি ২৫মিনিট ৪০ ছেকেণ্ডত অনুভূত হয় এই ভূমিকম্প।  ভয়ংকৰ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মৰিগাঁও জিলা।

শদিয়াৰ পৰা ধুবুৰীলৈকে কঁপাই গ’ল ভয়ংকৰ ভূমিকম্পই। সমতলৰ পৰা ১৬ কিলোমিটাৰ গভীৰতা আছিল ইয়াৰ উৎপত্তি কেন্দ্ৰ।

ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। বিশেষকৈ প্ৰভাৱিত হয় মৰিগাঁৱৰ কাষৰীয়া জিলা , নগাঁও কামৰূপ মহানগৰ তথা গুৱাহাটী ।

ইপিনে অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয়ো কঁপাই যায় এই প্ৰচণ্ড ভূমিকম্পটোৱে। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ,ভূটান,চীনতো এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।

দীঘলীয়া আছিল এই ভূমিকম্প, প্ৰায় ১মিনিট সময় অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি।

নিশা শুই থকা অৱস্থাত অহা এই ভূমিকম্পটোৱে  শোৱাপাটী এৰি ৰাস্তালৈ ওলাই আহিবলৈ বাধ্য কৰায় ৰাইজক । ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে আতংকিত জনতা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Earthquake Assamguwahatimorigaon
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?
অসম

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

August 26, 2026
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?
অসম

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

August 25, 2026
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’
বিনোদন

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

August 25, 2026
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন
বিনোদন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

August 25, 2026
Next Post
উত্তৰ-পূৱত কিয় সঘনাই আহে ভূমিকম্প ?

উত্তৰ-পূৱত কিয় সঘনাই আহে ভূমিকম্প ?

ভয়ংকৰ সামৰিক বিমান দুৰ্ঘটনাত মৃতকৰ সংখ্যা ৪৯ লৈ বৃদ্ধি, চাওঁক শিহৰণকাৰী ভিডিঅ’

ভয়ংকৰ সামৰিক বিমান দুৰ্ঘটনাত মৃতকৰ সংখ্যা ৪৯ লৈ বৃদ্ধি, চাওঁক শিহৰণকাৰী ভিডিঅ'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.