• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ সামৰিক বিমান দুৰ্ঘটনাত মৃতকৰ সংখ্যা ৪৯ লৈ বৃদ্ধি, চাওঁক শিহৰণকাৰী ভিডিঅ’

ভয়ংকৰ সামৰিক বিমান দুৰ্ঘটনাত মৃতকৰ সংখ্যা ৪৯ লৈ বৃদ্ধি, চাওঁক শিহৰণকাৰী ভিডিঅ’

2 years ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

10 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

10 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

11 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

11 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

12 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

12 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

12 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

13 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

14 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

16 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

16 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভয়ংকৰ সামৰিক বিমান দুৰ্ঘটনাত মৃতকৰ সংখ্যা ৪৯ লৈ বৃদ্ধি, চাওঁক শিহৰণকাৰী ভিডিঅ’

editor by editor
February 27, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
ভয়ংকৰ সামৰিক বিমান দুৰ্ঘটনাত মৃতকৰ সংখ্যা ৪৯ লৈ বৃদ্ধি, চাওঁক শিহৰণকাৰী ভিডিঅ’
0
SHARES
3.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভয়ংকৰ সামৰিক বিমান দুৰ্ঘটনাত মৃতকৰ সংখ্যা ৪৯ লৈ বৃদ্ধি, চাওঁক শিহৰণকাৰী ভিডিঅ’

উত্তৰ আফ্ৰিকাৰ দেশ চুডানৰ ৰাজধানী খাৰ্টুমৰ উপকণ্ঠ অঞ্চলত মঙলবাৰে সন্ধিয়া এখন সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ বহু লোকে প্ৰাণ হেৰুৱায়। এই বিমান দুৰ্ঘটনাত বহু কেইগৰাকী সামৰিক বিষয়া আৰু সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

প্ৰকাশিত তথ্য অনুসৰি বৰ্তমানলৈ এই দুৰ্ঘটনাৰ ফলত ৪৯ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। মঙলবাৰে সন্ধিয়া দেশখনৰ সামৰিক বাহিনীৰ ফালৰ পৰা প্ৰকাশিত এক বিবৃতিত জানিব পৰা যায় যে, এণ্টন’ভ বিমানখনে বিমানবন্দৰৰ পৰা উৰা মৰাৰ সময়তে দুৰ্ঘটনাত পতিত। যাৰ ফলতেই বিমানখত থকা সৈন্য আৰু সাধাৰণ নাগৰিকৰ মৃত্যু হয়। লগতে বহু লোক আহত হয়।

https://x.com/tyagivinit7/status/1894693765182328926

কাৰিকৰী বিজুতি বা আন কোনো কাৰণত নিয়ন্ত্ৰণ হেৰুৱাই ওমদুৰমান জিলাৰ কাৰৰী জিলাৰ আৱাসিক এলেকাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাৰ বাবে বিমানখনত থকা মানুহখিনিয়েই নহয়, সেই স্থানত থকা বহু নাগৰিকৰো ক্ষতিসাধন হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত লগে লগে স্থানীয় প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। বিষয়াসকলে জনোৱা মতে, আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে, য’ত বহুতৰে অৱস্থা সংকটজনক হৈ আছে।

যদিও দুৰ্ঘটনাটোৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই, তথাপিও সেনাই নিশ্চিত কৰিছে যে এই দুৰ্ঘটনাত সামৰিক আৰু সাধাৰণ নাগৰিক উভয়েই প্ৰাণ হেৰুৱাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Flight CrashMilitary PlaneNorth AfricaSudan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

September 6, 2026
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ
জীৱনশৈলী

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

September 5, 2026
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন
জীৱনশৈলী

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

September 5, 2026
Next Post
দৈনিক ৰাশিফল, আজি ফাগুন অমাবস্যা, ধনিষ্ঠা নক্ষত্ৰৰ বাবে প্ৰচুৰ লাভ এই কেইটা ৰাশিৰ

দৈনিক ৰাশিফল, আজি ফাগুন অমাবস্যা, ধনিষ্ঠা নক্ষত্ৰৰ বাবে প্ৰচুৰ লাভ এই কেইটা ৰাশিৰ

মাতৃৰ বিয়োগৰ বাবে ছুটিত থকাৰ সময়তে দুৰ্ঘটনাত প্ৰাণ গ’ল আৰক্ষী পুত্ৰৰো

মাতৃৰ বিয়োগৰ বাবে ছুটিত থকাৰ সময়তে দুৰ্ঘটনাত প্ৰাণ গ'ল আৰক্ষী পুত্ৰৰো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.