• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উত্তৰ-পূৱত কিয় সঘনাই আহে ভূমিকম্প ?

উত্তৰ-পূৱত কিয় সঘনাই আহে ভূমিকম্প ?

1 year ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

55 seconds ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

1 hour ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

2 hours ago
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

2 hours ago
শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

3 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

3 hours ago
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

অত্যাধিক চুলি সৰাৰ সমস্যাক নকৰিব আওকাণ, হ’ব পাৰে দুৰাৰোগ্য ৰোগ!

4 hours ago
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

5 hours ago
হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

18 hours ago
ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

18 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

19 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

উত্তৰ-পূৱত কিয় সঘনাই আহে ভূমিকম্প ?

editor by editor
February 27, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
উত্তৰ-পূৱত কিয় সঘনাই আহে ভূমিকম্প ?
0
SHARES
627
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ-পূৱত কিয় সঘনাই আহে ভূমিকম্প ?

মাজ নিশা হঠাতে প্ৰচণ্ড ভূমিকম্পই কঁপাই তোলে সমগ্ৰ ৰাজ্য তথা উত্তৰপ-পূৱ লগতে কাষৰীয়া দেশ। ৰাষ্ট্ৰীয় ভূ-কম্পন বিভাগে সদৰি কৰা অনুসৰি ৫ পইণ্ট ৰিখটাৰ স্কেলৰ ভূমিকম্পটো প্ৰায় ১ মিনিট মান সময় ধৰি কঁপাই থাকে । যাৰ ফলত আতংকিত হৈ পৰি জনতা।

মৰিগাঁও আছিল ইয়াৰ অভিকেন্দ্ৰ, সমতলৰ পৰা ১৬ কিলোমিটাৰ গভীৰতাত অহা এই ভূমিকম্পৰ ফলত অৱশ্যে বৰ্তমানলৈ কোনো ধৰণৰ ক্ষয় ক্ষতিৰ বিষয়ে জানিব পৰা হোৱা নাই। কিন্তু অসম তথা উত্তৰ-পূৱত কিয় সঘনাই আহে ভূমিকম্প।

সাধাৰণ ভাষাত কবলৈ গ’লে উত্তৰ-পূৱত ভূমিকম্প অহাটো বিশেষ গুৰুতৰ কথা নহয়, কাৰণ ভাৰতৰ অন্যতম ভূমিকম্প প্ৰৱণ অঞ্চল এইটো। এই অঞ্চলটো ভি (V) জ’নত পৰে, অৰ্থাৎ ইয়াত প্ৰবল কঁপনিৰ আশংকা অধিক। যিদৰে জাপান তেনেদৰে এই উত্তৰ-পূৱ অঞ্চল।

শেহতীয়া বছৰবোৰত এই অঞ্চলত কেইবাটাও বৃহৎ ভূমিকম্পই জোকাৰি গৈছে, ২০২১ চনৰ ৬ ৰিখটাৰ স্কেলৰ ভূমিকম্প এক অন্যতম ভূমিকম্প। ঢেকিয়াজুলিত অভিকেন্দ্ৰ থকা এই ভূমিকম্পৰ ফলত ঘৰ -অট্টালিকা আদি ভাঙি পৰাৰ লগতে পাহাৰ আদিয়ো খহি পৰিছিল।

ইয়াৰ বাহিৰেও অগনন সৰু বৰ ভূমিকম্পই জোকাৰি আছে এই জ’ন। পুৰণি ভূমিকম্পৰ কথা কবলৈ গ’লে ১৯৫০ চনৰ অসম-তিব্বত ভূমিকম্প (মাত্ৰা ৮.৬) আৰু ১৮৯৭ চনৰ শিলচৰ ভূমিকম্প (মাত্ৰা ৮.১) – দুয়োটা ইতিহাসৰ আটাইতকৈ শক্তিশালী ভূমিকম্পৰ ভিতৰত অন্যতম।

ভূমিকম্পবিজ্ঞানীসকলৰ মতে আমাৰ পৃথিৱীৰ পৃষ্ঠভাগ মূলতঃ সাতখন ডাঙৰ আৰু বহুতো সৰু সৰু টেকটনিক প্লেটেৰে গঠিত। এই প্লেটবোৰ অবিৰতভাৱে গতি কৰি থাকে আৰু প্ৰায়ে ইটোৱে সিটোৰ লগত সংঘৰ্ষ হয়।

এই সংঘৰ্ষৰ ফলত প্লেটবোৰৰ চুকবোৰ বেঁকা হ’ব পাৰে আৰু আনকি অত্যধিক চাপৰ বাবে ভাঙিবও পাৰে। এনে পৰিস্থিতিত তলৰ পৰা অহা শক্তিয়ে বাহিৰলৈ যেতিয়া মাটিৰ ভিতৰৰ পৰা ওলাই আহে তেতিয়া ভূমিকম্পৰ সৃষ্টি হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamearthquakeEarthquake JoltsNational SeismologyNorthEastV Zone
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

July 26, 2026
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ
ভাৰত

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

July 26, 2026
বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?
অসম

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

July 24, 2026
CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ
বিনোদন

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

July 24, 2026
Next Post
ভয়ংকৰ সামৰিক বিমান দুৰ্ঘটনাত মৃতকৰ সংখ্যা ৪৯ লৈ বৃদ্ধি, চাওঁক শিহৰণকাৰী ভিডিঅ’

ভয়ংকৰ সামৰিক বিমান দুৰ্ঘটনাত মৃতকৰ সংখ্যা ৪৯ লৈ বৃদ্ধি, চাওঁক শিহৰণকাৰী ভিডিঅ'

দৈনিক ৰাশিফল, আজি ফাগুন অমাবস্যা, ধনিষ্ঠা নক্ষত্ৰৰ বাবে প্ৰচুৰ লাভ এই কেইটা ৰাশিৰ

দৈনিক ৰাশিফল, আজি ফাগুন অমাবস্যা, ধনিষ্ঠা নক্ষত্ৰৰ বাবে প্ৰচুৰ লাভ এই কেইটা ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.