• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাসন্তী দুৰ্গাপুজাৰ অষ্টমী, সৰ্বাৰ্থ সিদ্ধি যোগত সফলতা আহিব এই ৫ৰাশিৰ জাতকলৈ

বাসন্তী দুৰ্গাপুজাৰ অষ্টমী, সৰ্বাৰ্থ সিদ্ধি যোগত সফলতা আহিব এই ৫ৰাশিৰ জাতকলৈ

2 years ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

10 minutes ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

45 minutes ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

1 hour ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

1 hour ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

2 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

4 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

4 hours ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

4 hours ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

5 hours ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

5 hours ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

6 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বাসন্তী দুৰ্গাপুজাৰ অষ্টমী, সৰ্বাৰ্থ সিদ্ধি যোগত সফলতা আহিব এই ৫ৰাশিৰ জাতকলৈ

বাসন্তী দুৰ্গাপুজাৰ অষ্টমী, সৰ্বাৰ্থ সিদ্ধি যোগত সফলতা আহিব এই ৫ৰাশিৰ জাতকলৈ

editor by editor
April 16, 2024
in ভাৰত, লেখা
0
বাসন্তী দুৰ্গাপুজাৰ অষ্টমী, সৰ্বাৰ্থ সিদ্ধি যোগত সফলতা আহিব এই ৫ৰাশিৰ জাতকলৈ
0
SHARES
168
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১৬ এপ্ৰিল ২০২৪ মঙলবাৰ পঞ্জিকা অনুসৰি চ’ত মাহৰ শুক্লপক্ষৰ অষ্টমী তিথি। চন্দ্ৰই কৰ্কট ৰাশিত বিৰাজ কৰিছে। ইয়াৰোপৰি আজি বাসন্তী দুৰ্গাপূজাৰ অষ্টমী তিথি। এই বাসন্তী পূজাক চ’ত নৱৰাত্ৰি বুলিও বহুতে কয়। নৱৰাত্ৰিৰ অষ্টমী তিথিত মহাগৌৰীৰ পূজা কৰা হয়। কেইবাটাও শুভ যোগৰ সৃষ্টি হ’ব এই সময়ত। এই শুভ যোগসমূহ হৈছে সৰ্বাৰ্থ সিদ্ধি যোগ আৰু ৰবি যোগ। ইয়াৰোপৰি  দিনজুৰি থাকিব পুষ্য নক্ষত্ৰৰ প্ৰভাৱ। ইয়াৰ ফলত আজিৰ দিনটোৰ গুৰুত্ব বিশেষভাৱে বৃদ্ধি পাইছে। জ্যোতিষ অনুসৰি মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন। ইয়াৰোপৰি  বাসন্তী পূজা চলি থকাৰ বাবে মা দুৰ্গাৰো আশীৰ্বাদ এই সময়ত লাভ কৰিব। জ্য়োতিষবিদে জনোৱা অনুসৰি এইসমূহ শুভ যোগৰ কাৰণে দিনটো বেছ সুখকৰ হ’ব কেইটামান ৰাশিৰ জাতকৰ বাবে। মঙলবাৰে জ্যোতিষ গণনা অনুসৰি সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে।

বৃষ ৰাশি

১৬ এপ্ৰিল মা দুৰ্গাৰ আশীৰ্বাদত ভালকৈ দিনটো কটাব বৃষ ৰাশিৰ জাতকে। সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ প্ৰভাৱত কেৰিয়াৰত সাফল্য় লাভ কৰিব। চাকৰি সংক্ৰান্তীয় কোনো সুখবৰ পাব পাৰে। নতুন চাকৰি লাভৰো সম্ভাৱনা আছে। সামাজিক কামত অংশ লোৱাৰ বাবে সমাজত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব।

কন্যা ৰাশি

মঙলবাৰে বজৰংবলীৰ আশীৰ্বাদ লাভ কৰিব কন্য়া ৰাশিৰ জাতকে। আপুনি নিজৰ পছন্দৰ কোনো সামগ্ৰী ক্ৰয় কৰিব পাৰে। সংসাৰক কাইলৈ আনন্দৰ পৰিবেশ বৰ্তী থাকিব। বিৰোধীসকলৰ সৈতে কঠিন যুঁজৰ অন্তত জয়লাভ কৰিব। আইনী গোচৰ থাকিলে মুক্তিলাভ কৰিব। ব্যৱসায়ত  লাভ বাঢ়িব। স্বাস্থ্য় পূৰ্বতকৈ ভালে থাকিব।

বৃশ্চিক ৰাশি

পুষ্য নক্ষত্ৰৰ শুভ প্ৰভাৱত দিনটো ভালে যাব বৃশ্চিক ৰাশিৰ জাতকে। নতুন কোনো বন্ধু গঢ়িব পাৰে। কৰোবাত বিনিয়োগ কৰিলে মোটা অংকৰ ধন লাভৰো যোগ আছে। যিসকলে কৰ্মসূত্ৰে বাহিৰত থাকে তেওঁলোকৰ দীৰ্ঘদিনৰ ইচ্ছা পূৰণ হ’ব। পৰিয়ালত সুখ শান্তি ভৰপুৰ থাকিব। সংগীৰ সৈতে সম্পৰ্কৰ বান্ধোন মজবুত হ’ব।

মকৰ ৰাশি

ৰবি যোগৰ প্ৰভাৱত সকলো কামতে সাফল্য় লাভ কৰিব মকৰ ৰাশিৰ জাতকে। অৰ্থপ্ৰাপ্তি হ’ব অপোনাৰ। ইয়াৰ ফলত নিজৰ সঞ্চয়ৰ পৰিমাণো বেচ কিছু বৃদ্ধি পাব। মাতৃৰ সৈতে কোনো বিতৰ্ক থাকিলে দূৰ হ’ব। শত্ৰুৱে আপোনাৰ ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে। সন্তানৰ সৈতে সুখৰ সময় কটাব।

মীন ৰাশি

সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ প্ৰভাৱত মোটা ধন অৰ্জন কৰিব পাৰে মীন ৰাশিৰ জাতকে। উপাৰ্জন বঢ়াৰ যোগ আছে আপোনাৰ। স্বাস্থ্য ভাল। প্ৰেম জীৱনত কোনো সুখবৰ পাব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?
অপৰাধ

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

September 29, 2026
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!
অসম

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

September 29, 2026
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ
ভাৰত

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

September 29, 2026
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?
বাণিজ্য

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

September 29, 2026
Next Post
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশি! এওঁলোকৰ সকলো সমস্যা নিজেই দূৰ কৰে বজৰংবলীয়ে

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশি! এওঁলোকৰ সকলো সমস্যা নিজেই দূৰ কৰে বজৰংবলীয়ে

দুদিনীয়া ভ্ৰমণেৰে অসমলৈ মোদী, বতৰে দিব নেকি বিধি-পথালি?

দুদিনীয়া ভ্ৰমণেৰে অসমলৈ মোদী, বতৰে দিব নেকি বিধি-পথালি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.