• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুদিনীয়া ভ্ৰমণেৰে অসমলৈ মোদী, বতৰে দিব নেকি বিধি-পথালি?

দুদিনীয়া ভ্ৰমণেৰে অসমলৈ মোদী, বতৰে দিব নেকি বিধি-পথালি?

2 years ago
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

17 minutes ago
দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?

নিশা সঘনাই প্ৰস্ৰাৱৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি জানক

46 minutes ago
ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

1 hour ago
প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

2 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

শীঘ্ৰে কৰক, নহ’লে নাপাব LPG Cylinder, এটা ভুলে ৰাজসাহায্যৰ পৰাও কৰিব পাৰে বঞ্চিত!

3 hours ago
নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

3 hours ago
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

শাওনৰ সোমবাৰে ভুলতো নকৰিব এই কাম, ক্ষুদ্ধ হ’ব মহাদেৱ!

4 hours ago
৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

5 hours ago
সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

6 hours ago
DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

7 hours ago
পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

7 hours ago
কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দুদিনীয়া ভ্ৰমণেৰে অসমলৈ মোদী, বতৰে দিব নেকি বিধি-পথালি?

দুদিনীয়া ভ্ৰমণেৰে অসমলৈ মোদী, বতৰে দিব নেকি বিধি পথালি?

editor by editor
April 16, 2024
in অসম, ভাৰত, ৰাজনীতি, লেখা
0
দুদিনীয়া ভ্ৰমণেৰে অসমলৈ মোদী, বতৰে দিব নেকি বিধি-পথালি?
0
SHARES
160
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ইতিহাসত প্ৰথমবাৰৰ বাবে আজি বন্ধ হ’ব সদাব্যস্ত GS ROAD, বিয়লি ৪ বজাৰ পৰা সন্ধিয়া ৬বজালৈকে ONE WAY কৰা হ’ব GS ROADক।সন্ধিয়া ৬ বজাৰ পৰা সম্পূৰ্ণ বন্ধ কৰি দিয়া হ’ব GS ROAD।  ABCৰ পৰা জনতা ভৱনলৈ পথচোৱা সম্পূৰ্ণৰূপে বন্ধ ৰখা হ’ব। প্ৰথমে এটা দিশেৰেই যাতায়াত কৰিব লাগিব দুয়োটা দিশৰ বাহনে।  পাছত দুয়োটো দিশেৰে বন্ধ হ’ব যাতায়াত।

আজি দুদিনীয়া ভ্ৰমণসূচীয়ে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে মহানগৰ আৰক্ষীয়ে জাৰি কৰিছে এই পথ নিৰ্দেশনা।  GS ROAD, B BAROOAH ROAD, GNB ROADত বন্ধ থাকিব ব্যৱসায়িক বাহনৰ চলাচল। ৰাষ্ট্ৰীয় ঘাইপথ, DG ROAD, MG ROADতো চলাচল কৰিব নোৱাৰিব ব্যৱসায়িক বাহন।  GS ROAD, B BAROOAH ROAD, GNB ROADত ৭ ঘণ্টাৰ বাবে বন্ধ থাকিব ঠেলা, ৰিক্সাৰ চলাচল।  বিয়লি ৩ বজাৰ পৰা নিশা ১০ বজালৈ প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।

উল্লেখ্য যে সন্ধিয়াৰ ৭বজাত গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত লেণ্ডিং কৰিব মোদীক কঢ়িয়াই অনা বিশেষ বিমান। তাৰপিছতেই প্ৰধানমন্ত্ৰীয়ে পোনে পোনে কইনাধৰালৈ যাত্ৰা কৰিব। কইনাধৰাতেই নিশাটো যাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। নিশা অহাৰ সময়তে কামাখ্য়া মন্দিৰতো সেৱা জনাই আহিব প্ৰধানমন্ত্ৰী মোদীয়ে।

ইতিমধ্যে কোনবাটেৰে কেনেকৈ যাত্ৰা কৰিব ৰোড মেপ তৈয়াৰ কৰি উলিয়াইছে মহানগৰ আৰক্ষীয়ে। প্ৰধানমন্ত্ৰীয়ে কইনাধৰালৈ যাত্ৰা কৰাৰ পৰত ৰাইজে পথত ৰৈ অভিবাদন জনাব পাৰিব প্ৰধানমন্ত্ৰী মোদীক। জিএছ ৰোডত ইতিমধ্য়েই কটকটীয়া নিৰাপত্তাবেষ্টনী গঢ়ি তোলা হৈছে। আনহাতে দ্বিতীয় দিনৰ কাৰ্যসূচীত অৰ্থাৎ ১৭ এপ্ৰিলত মোদীয়ে নৰবাৰীৰ বৰকুৰাত অনুষ্ঠিত হ’বলগীয়া বিশাল জনসভা সম্বোধন কৰিব। বৰপেটা লোকসভা নিৰ্বাচনৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব মোদীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!
জীৱনশৈলী

স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

August 1, 2026
দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?
জীৱনশৈলী

নিশা সঘনাই প্ৰস্ৰাৱৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি জানক

August 1, 2026
ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!
বাণিজ্য

ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

August 1, 2026
প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?
ভাৰত

প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

August 1, 2026
Next Post
পুত্ৰ-কন্যাক দেখিয়েই অনুপ্ৰাণিত! ২০০ কোটিৰ সম্পত্তি বিলাই সন্ন্যাসী হ’ল গুজৰাটৰ দম্পত্তি

পুত্ৰ-কন্যাক দেখিয়েই অনুপ্ৰাণিত! ২০০ কোটিৰ সম্পত্তি বিলাই সন্ন্যাসী হ’ল গুজৰাটৰ দম্পত্তি

গুগলৰ বিজ্ঞাপনৰ শীৰ্ষ স্থানত বিজেপি! ইতিমধ্যেই খৰচ ৩৯ কোটি

গুগলৰ বিজ্ঞাপনৰ শীৰ্ষ স্থানত বিজেপি! ইতিমধ্যেই খৰচ ৩৯ কোটি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.