• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃ-মাতৃৰ এই ৫ভুলেই শিশুক জেদী কৰি তোলে! আপুনিও এইকেইটা ভুল কৰি আছে নেকি?

পিতৃ-মাতৃৰ এই ৫ভুলেই শিশুক জেদী কৰি তোলে! আপুনিও এইকেইটা ভুল কৰি আছে নেকি?

2 years ago
Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

9 minutes ago
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

2 hours ago
অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

3 hours ago
ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

3 hours ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

5 hours ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

5 hours ago
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

6 hours ago
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

7 hours ago
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

8 hours ago
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

9 hours ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

9 hours ago
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পিতৃ-মাতৃৰ এই ৫ভুলেই শিশুক জেদী কৰি তোলে! আপুনিও এইকেইটা ভুল কৰি আছে নেকি?

editor by editor
March 27, 2024
in বিবিধ, ভাৰত, লেখা, শিক্ষা
0
পিতৃ-মাতৃৰ এই ৫ভুলেই শিশুক জেদী কৰি তোলে! আপুনিও এইকেইটা ভুল কৰি আছে নেকি?
0
SHARES
29.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰত্যেক পিতৃ-মাতৃয়েই তেওঁলোকৰ সন্তানক সুন্দৰভাৱে গঢ়ি তুলিব বিচাৰে৷ জীৱনাদৰ্শন শিকোৱাৰ চেষ্টাও প্ৰত্যেক পিতৃ-মাতৃয়েই কৰে৷ কোনো কোনো সন্তান বেছ বাধ্য হয় যদি কিছুমান সন্তান আকৌ খুবেই অবাধ্য৷ কিছুমান শিশু বৰ জেদীও হয়৷ ইমানেই জেদী হয় যে কোনো কথাই মানি চলিব নোখোজে৷ পিতৃ-মাতৃয়ে বাধ্য হৈ প্ৰতিটো জেদ মানি ল’বলৈ বাধ্য হয়৷ কিন্তু সন্তান একোটা এনেকৈ জেদী হোৱাটো পিতৃ মাতৃৰ ভুলৰেই পৰিণাম নেকি? বিশেষজ্ঞই কি কয়? বিশেষজ্ঞই এই ক্ষেত্ৰত পেৰেণ্টিং মিছটেককেই অগ্ৰাধিকাৰ দিব খোজে৷ অৰ্থাৎ অভিভাৱকৰ ভুলৰ বাবেই একো একোটা শিশুৰ মাজত কিছু বদভ্যাস গঢ়ি উঠে৷ আপুনিও অজ্ঞাতেই এনে কিছু ভুল কৰি আছে নেকি? ভাল অভিভাৱক হ’বলৈ আজিৰে পৰাই আপুনিও ত্যাগ কৰক এইকেইটা বদভ্যাস৷

১) সন্তানৰ সকলো দাবী মানি লোৱা
এজন শিশুৰ ভিতৰত ভাল বেয়া সকলো বিচাৰৰ ক্ষমতা নাথাকে৷ কিন্তু এজন প্ৰাপ্তবয়স্ক হিচাপে আপোনাৰ এইকথা বিচাৰ কৰাৰ ক্ষমতা আছে৷ সেয়ে শিশু এটাই কৰা সকলোবোৰ দাবীয়েই আপুনি মানি নল’ব৷ শিশুটিয়ে যে ভুল বিষয় এটাত জেদ ৰাখিছে সেই কথা শিশুটিক বুজাই দিয়াটো আপোনাৰ দায়িত্ব৷ শিশুটিক এই বিষয়বস্তু বুজাই দিওঁতে খঙৰ সলনি মৰমেৰে বুজাবলৈ যত্ন কৰিব৷ আপুনি যদি সকলো আবদাৰ সকলো সময়তে মানি লয় তেন্তে শিশুটিৰ আব্দাৰ এটা সময়ত অধিক বাঢ়ি গৈ আপোনাৰ কোনো কথাই মানি ল’ব নোখোজা হ’ব৷ শিশুক সৰুৰে পৰাই নিজৰ সীমাবদ্ধতা বুজাওক৷

২)সকলোৰে সন্মুখত সমালোচনা নকৰিব
প্ৰত্যেক শিশুৰ মাজত আত্মসন্মানৰ জ্ঞান থাকে৷ বহু পিতৃ-মাতৃয়ে অৱশ্যে শিশুৰ আত্মসন্মানৰ কথাবোৰক আওকাণ কৰি চলে৷ বহু পিতৃ-মাতৃয়ে সন্তানক সকলোৰে সন্মুখত সমালোচনা কৰিবলৈ আৰম্ভ কৰে৷ অন্যৰ সন্তানৰ সৈতে তুলনা কৰে৷ এইদৰে সমালোচনা কৰিলে শিশু মনৰ আত্মসন্মানত আঘাত লগাৰ ফলত শিশুটি জেদী হৈ উঠে৷ আপোনাৰ ভুলতেই সন্তানৰ মনত বিৰূপ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে৷ ফলত সন্তানটো জেদী হৈ উঠে৷ আপোনাৰ প্ৰতি মনে মনে ক্ষোভ কঢ়িয়াবলৈ ধৰে৷ যদি আপোনাৰো সেই অভ্যাস আছে তেন্তে আজিয়েই সেই অভ্যাস ত্যাগ কৰক৷ সচেতন হওক৷ সন্তানক সকলোৰে সন্মুখত সমালোচনা কৰাৰ অভ্যাস ত্যাগ কৰক৷

৩)প্ৰশংসা বা উৎসাহ খুবেই জৰুৰী
আপোনাৰ সন্তানে কেতিয়াবা কেতিয়াবা প্ৰশংসা শুনিব বিচাৰে৷ প্ৰশংসাই শিশুৰ মনোবল বঢ়ায়৷ সেয়ে শিশুৰ প্ৰশংসা কৰিবলৈ ভুলতো নাপাহৰিব৷ প্রশংসা কৰিলে শিশুৰ উৎসাহ বাঢ়িব৷ শিশুৱে কোনো ভাল কাম কৰিলে প্রশংসা কৰক৷

৪)এইকেইটা কাম শিশুক শিকাবই
বিশেষজ্ঞই জনোৱা অনুসৰি অধিকাংশ শিশুয়েই সৌজন্যতা প্ৰকাশ কৰিব নাজানে৷ এই অভ্যাস বহু ডাঙৰলৈ শিশুক যদি শিকোৱা নহয় পাছলৈ সমস্যাৰ সৃষ্টি হয়৷ পৰবৰ্তী সময়ত ভিন্ন সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ আজিৰে পৰাই শিশুক সৌজন্যতা প্ৰকাশ কৰিবলৈ শিকাওক৷ কোনোৱে কিবা উপহাৰ দিলে বিপৰীতে ধন্যবাদ দিবলৈ শিকাওক৷ কাৰোবাক হঠাতে আঘাত দিলে ছৰী ক’বলৈ অথৱা ভুল স্বীকাৰ কৰিবলৈ শিকাওক৷

৫)কথাৰে কাম নহ’লে…
আপোনাৰ শিশুক প্ৰকৃত মানুহ হিচাপে গঢ়ি তুলিবলৈ বাৰে বাৰে কাম কৰিবলৈ নিৰ্দেশ দি নাথাকিব৷ আপুনি দিয়া নিৰ্দেশ সি কেনেকৈ পালন কৰিছে সেই বিষয়টোতো নজৰ ৰাখিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

July 7, 2026
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?
অসম

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

July 7, 2026
অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?
বাণিজ্য

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

July 7, 2026
ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!
জীৱনশৈলী

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

July 7, 2026
Next Post
বিহু চলিব, ১৭ এপ্ৰিলৰ পৰা ৰঙাপানীহে নচলিব! ৪৭ দিনীয়া ভোটযুদ্ধ, ১৫ দিন দেশত ৰঙাপানী একেবাৰেই নিষিদ্ধ, অসমত কোন কোন তাৰিখে থাকিব ড্ৰাই ডে? সবিশেষ

বিহু চলিব, ১৭ এপ্ৰিলৰ পৰা ৰঙাপানীহে নচলিব! ৪৭ দিনীয়া ভোটযুদ্ধ, ১৫ দিন দেশত ৰঙাপানী একেবাৰেই নিষিদ্ধ, অসমত কোন কোন তাৰিখে থাকিব ড্ৰাই ডে? সবিশেষ

লক্ষ্মীবাৰে লক্ষ্মীযোগ! সৌভাগ্যৰ গ্ৰাফ আকাশলংঘী হ’ব ৫ৰাশিৰ জাতকৰ, হাতলৈ আহিব ধন

লক্ষ্মীবাৰে লক্ষ্মীযোগ! সৌভাগ্যৰ গ্ৰাফ আকাশলংঘী হ’ব ৫ৰাশিৰ জাতকৰ, হাতলৈ আহিব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.