• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৫ ৰাশিৰ লোকে হওক সাৱধান! আছে প্ৰতিকাৰ আৰু সমাধান

এই ৫ ৰাশিৰ লোকে হওক সাৱধান! আছে প্ৰতিকাৰ আৰু সমাধান

3 weeks ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

বৃক্কৰ সমস্যা কিদৰে হৃদযন্ত্ৰৰ বাবে হৈ পৰে বিপদ? আজিয়েই হওক সাৱধান

8 minutes ago
বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

29 minutes ago
বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

2 hours ago
পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

2 hours ago
প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

5 hours ago
ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

5 hours ago
পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

6 hours ago
NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

7 hours ago
আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

7 hours ago
আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

8 hours ago
CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

9 hours ago
CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই ৫ ৰাশিৰ লোকে হওক সাৱধান! আছে প্ৰতিকাৰ আৰু সমাধান

কৰ্কট ৰাশি এৰি সিংহ ৰাশিত প্ৰৱেশ শুক্ৰদেৱৰ

editor by editor
July 3, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
এই ৫ ৰাশিৰ লোকে হওক সাৱধান! আছে প্ৰতিকাৰ আৰু সমাধান
0
SHARES
631
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত শুক্ৰদেৱক প্ৰেম, সুখ-সমৃদ্ধি, সৌন্দৰ্য আৰু ধনৰ কাৰক গ্ৰহ বুলি গণ্য কৰা হয়। ৪ জুলাই, ২০২৬ তাৰিখে শুক্ৰদেৱ কৰ্কট ৰাশি এৰি সিংহ ৰাশিত প্ৰৱেশ কৰিব। সিংহ ৰাশি সূৰ্যদেৱৰ অধীনস্থ অগ্নি তত্ত্বৰ ৰাশি। এনে পৰিস্থিতিত কোমল স্বভাৱৰ শুক্ৰ সূৰ্যৰ গৃহত অৱস্থান কৰাৰ ফলত বহু ৰাশিৰ জীৱনত বিশেষ প্ৰভাৱ পৰিব। এই গোচৰ কিছুমানৰ বাবে শুভ হ’লেও কন্যা, মকৰ, মীন, কৰ্কট আৰু বৃষ ৰাশিৰ লোকসকলে বিশেষ সাৱধানতা অৱলম্বন কৰা উচিত। সামান্য অসাৱধানতাই সমস্যাৰ সৃষ্টি কৰিব পাৰে।

কন্যা ৰাশি
শুক্ৰ দেৱ আপোনাৰ দ্বাদশ ভাবত থাকিব। এই ভাব ব্যয় আৰু বিদেশ যাত্ৰাৰ সৈতে জড়িত। যাত্ৰা, ঘৰ-সংসাৰৰ কাম বা আন প্ৰয়োজনত ব্যয় বৃদ্ধি পাব পাৰে। মনত অস্থিৰতা আৰু উদ্বেগ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অপ্রয়োজনীয় খৰচ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰক। বিলাসী বা দেখুৱাবলৈ কৰা খৰচৰ পৰা বিৰত থাকক। মানসিক শান্তিৰ বাবে যোগ বা ধ্যানৰ অভ্যাস কৰক।
প্ৰতিকাৰ:
শুকুৰবাৰে মা লক্ষ্মীৰ পূজা কৰক আৰু ধন ব্যয়ত সংযম ৰাখক।

মকৰ ৰাশি
শুক্ৰদেৱ আপোনাৰ অষ্টম ভাবত প্ৰৱেশ কৰিব। ধনৰ লেনদেনত বিশেষ সাৱধান হওক। ডাঙৰ বিনিয়োগ বা কাকো ঋণ দিয়াৰ পৰা এই সময়ত বিৰত থাকক। সম্পৰ্কত ভুল বুজাবুজি এৰাবলৈ স্পষ্টভাৱে কথা কওক। খেলিমেলিযুক্ত বিনিয়োগ এৰাই চলক। আৰ্থিক বিবাদৰ পৰা আঁতৰি থাকক। গুপ্ত বা অপ্রত্যাশিত খৰচ হঠাতে বৃদ্ধি পাব পাৰে। প্ৰয়োজনীয় নথি-পত্ৰ সযতনে সংৰক্ষণ কৰক।
প্ৰতিকাৰ:
সম্পূৰ্ণ তথ্য নোপোৱাকৈ কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত নলওক।

মীন ৰাশি
শুক্ৰদেৱ আপোনাৰ ষষ্ঠ ভাবত গোচৰ কৰিব।কৰ্মক্ষেত্ৰত কামৰ চাপ বৃদ্ধি পাব পাৰে। সহকৰ্মীৰ সৈতে সৰু-ডাঙৰ মতানৈক্য হোৱাৰ আশংকা আছে। বাক্-সংযম বজাই ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ অৱহেলা নকৰিব। কৰ্মৰ চাপ কমাবলৈ কামসমূহ ধাপে ধাপে সম্পূৰ্ণ কৰক। বাহিৰৰ খাদ্য কমকৈ খাওক আৰু স্বাস্থ্যকৰ আহাৰত গুৰুত্ব দিয়ক।
প্ৰতিকাৰ:
নিয়মীয়া জীৱনশৈলী অনুসৰণ কৰক আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক।

কৰ্কট ৰাশি
শুক্ৰদেৱ আপোনাৰ দ্বিতীয় ভাবত অৱস্থান কৰিব। দেখুৱাবলৈ বা বিলাসিতাত ব্যয় বৃদ্ধি পাব পাৰে। পৰিয়ালৰ সদস্যসকলৰ সৈতে মধুৰ ভাষাত কথা কওক। বাজেট অনুসৰি খৰচ কৰাটো এই সময়ত অতি প্ৰয়োজনীয়। আয়-ব্যয়ৰ সঠিক হিচাপ ৰাখক। সৰু-সুৰা পাৰিবাৰিক মতানৈক্য ভালপোৱাৰে সমাধান কৰক। অপ্ৰয়োজনীয় বিলাসিতাত ধন ব্যয় নকৰিব।
প্ৰতিকাৰ:
মাহেকীয়া বাজেট প্ৰস্তুত কৰি সেই অনুসৰি খৰচ কৰাৰ চেষ্টা কৰক।

বৃষ ৰাশি
শুক্ৰদেৱ আপোনাৰ চতুৰ্থ ভাবত গোচৰ কৰিব। ঘৰুৱা দায়িত্ব বৃদ্ধি পাব পাৰে। মাটি-ঘৰ বা সম্পত্তি সম্পৰ্কীয় সিদ্ধান্তত খৰখেদা নকৰিব। আপোনজনৰ পৰা অত্যধিক আশা নাৰাখিব। সৰু কথাক ডাঙৰ সমস্যালৈ ৰূপান্তৰ নকৰিব। সম্পত্তি সম্পৰ্কীয় কামত কিছু পলম হ’ব পাৰে, সেয়েহে ধৈৰ্য ধৰি আগবাঢ়ক। আৱেগত ভাহি গৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নলওক। ঘৰুৱা ব্যয় বৃদ্ধি পোৱাৰ আশংকা আছে, গতিকে কেৱল প্ৰয়োজনীয় খৰচত গুৰুত্ব দিয়ক।
প্ৰতিকাৰ:
ঘৰত শান্তি আৰু সৌহাৰ্দ্যৰ পৰিবেশ বজাই ৰাখক আৰু অপ্রয়োজনীয় তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক।

গুৰুত্বপূৰ্ণঃ
জ্যোতিষীয় গণনা বিশ্বাস আৰু পৰম্পৰাগত ধাৰণাৰ ওপৰত ভিত্তি কৰি কৰা হয়। এই তথ্যসমূহক নিশ্চিত ভৱিষ্যদ্বাণী হিচাপে নহয়, সাধাৰণ জ্যোতিষীয় ব্যাখ্যা হিচাপেহে গ্ৰহণ কৰা উচিত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Horocscope
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক
জীৱনশৈলী

বৃক্কৰ সমস্যা কিদৰে হৃদযন্ত্ৰৰ বাবে হৈ পৰে বিপদ? আজিয়েই হওক সাৱধান

July 24, 2026
বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?
অসম

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

July 24, 2026
বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক
জীৱনশৈলী

বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

July 24, 2026
পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!
বাণিজ্য

পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

July 24, 2026
Next Post
মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!

মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ'ব বাণিজ্য!

বাৰে বাৰে চুলি ফণীয়াই থাকে নেকি? প্ৰকাৰ অনুসৰি কেনেকৈ ফণীয়াব চুলি?

বাৰে বাৰে চুলি ফণীয়াই থাকে নেকি? প্ৰকাৰ অনুসৰি কেনেকৈ ফণীয়াব চুলি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.