• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নবীন পাটনায়কৰ বিশেষ চিঠি মমতা বেনাৰ্জীলৈ, সীমান্তত ৰৈ আছে ৫০ ট্ৰাক…

নবীন পাটনায়কৰ বিশেষ চিঠি মমতা বেনাৰ্জীলৈ, সীমান্তত ৰৈ আছে ৫০ ট্ৰাক…

2 years ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

14 minutes ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

38 minutes ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

57 minutes ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

2 hours ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

3 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

4 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

5 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

5 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

5 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

6 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নবীন পাটনায়কৰ বিশেষ চিঠি মমতা বেনাৰ্জীলৈ, সীমান্তত ৰৈ আছে ৫০ ট্ৰাক…

editor by editor
July 26, 2024
in ভাৰত, ৰাজনীতি
0
নবীন পাটনায়কৰ বিশেষ চিঠি মমতা বেনাৰ্জীলৈ, সীমান্তত ৰৈ আছে ৫০ ট্ৰাক…
0
SHARES
172
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নবীন পাটনায়কৰ বিশেষ চিঠি মমতা বেনাৰ্জীলৈ, সীমান্তত ৰৈ আছে ৫০ ট্ৰাক…

ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ বিশেষ চিঠি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ। এক আহ্বান জনাই এই বিশেষ চিঠি প্ৰেৰণ মমতা দিদিলৈ। ওড়িশাত বৰ্তমানে আলুৰ নাটনি আৰু আকাশলংঘী মূল্যৰ কথা গুৰুত্বসহকাৰে লক্ষ্য কৰি ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলৰ নেতা নবীন পাটনায়কে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ এখন পত্ৰ লিখি আলুৰ যোগানৰ ক্ষেত্ৰত তেওঁৰ হস্তক্ষেপ বিচাৰি চিঠি প্ৰেৰণ কৰিছে।

চিঠিখনত পাটনায়কে কয়, ‘আপুনি জানে যে আলু আমাৰ জনসাধাৰণৰ বাবে এক অপৰিহাৰ্য সামগ্ৰী। “বৰষুণৰ বাবে ওড়িশাৰ বজাৰত আলুৰ যোগান হ্ৰাস পাইছে, যাৰ ফলত আলুৰ মূল্য বৃদ্ধিৰ বাবে সাধাৰণ মানুহৰ সমস্যা বৃদ্ধি পাইছে।”

তেওঁ আৰু কয়, “মই সংবাদ মাধ্যমৰ পৰা জানিব পাৰিছো যে পশ্চিম বংগ-ওড়িশা সীমান্তত আলু ভৰ্তি ৫০খনতকৈও অধিক ট্ৰাকৰ দীঘলীয়া শাৰী ৰাজ্যখনত প্ৰৱেশৰ বাবে অপেক্ষা কৰি আছে।” লগতে চিঠিখনত ইয়াকো লিখিছে, “পূৰ্বেও একেধৰণৰ সমস্যাত আপোনাৰ উদাৰ পদক্ষেপে আমাৰ মানুহক বহু সহায় কৰিছে। ওড়িশা আৰু পশ্চিমবংগৰ জনসাধাৰণৰ মাজত সাংস্কৃতিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এইখিনি সহায় কৰিব বুলি আশা থাকিল, আমি সকলোৱে মহাপ্ৰভু শ্ৰী জগন্নাথৰ ভক্ত।”

উল্লেখ্য যে, ওড়িশাত আলুৰ খুচুৰা মূল্য প্ৰতি কেজিত ৪৫-৫০ টকা হৈছেগৈ, যাৰ বাবে সাধাৰণ মানুহৰ বহু সমস্যা হৈছে। আনহাতে, আলু ভৰ্তি শ শ ট্ৰাক আৱদ্ধ হৈ আছে লক্ষ্মন্নাথ গেটত। পিছত মেদিনীপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সৌমিক সেনগুপ্তই সেই স্থানত উপস্থিত হৈ মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰৰ নিৰ্দেশনা অনুসৰি ট্ৰাকসমূহক পশ্চিম বংগলৈ উভতি যাবলৈ কোৱা বুলি জানিব পৰা গৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Mamata BenarjeeOrissaWest Bengal. Nabin Patnaik
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি
বিশ্ব

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

September 29, 2026
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ
ভাৰত

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

September 29, 2026
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!
ভাৰত

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

September 29, 2026
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম
জীৱনশৈলী

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

September 28, 2026
Next Post
অলিম্পিকৰ বাবে ফ্ৰান্সত হঠাতে অঘটন, ৮ লাখ লোক ক্ষতিগ্ৰস্ত

অলিম্পিকৰ বাবে ফ্ৰান্সত হঠাতে অঘটন, ৮ লাখ লোক ক্ষতিগ্ৰস্ত

বহুখিনি হ্ৰাস পালে সোণৰ মূল্য, ৰূপৰো একে অৱস্থা, এদিনতে লোকচান ১০.৭ লাখ কোটি টকা

বহুখিনি হ্ৰাস পালে সোণৰ মূল্য, ৰূপৰো একে অৱস্থা, এদিনতে লোকচান ১০.৭ লাখ কোটি টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.