• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৪ৰ অন্ত পৰাৰ দিশে, কোন শীৰ্ষ ৫ ভাৰত কন্যাই সমগ্ৰ বিশ্বতে নাম কৰিলে দেশৰ

২০২৪ৰ অন্ত পৰাৰ দিশে, কোন শীৰ্ষ ৫ ভাৰত কন্যাই সমগ্ৰ বিশ্বতে নাম কৰিলে দেশৰ

1 year ago
ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

8 hours ago
ৰাজপথত নাথাকিব দুচকীয়া বাহন!  ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

ৰাজপথত নাথাকিব দুচকীয়া বাহন! ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

8 hours ago
মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

9 hours ago
প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

10 hours ago
প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

11 hours ago
আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

12 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

12 hours ago
এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

13 hours ago
আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

14 hours ago
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

14 hours ago
প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

14 hours ago
Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৪ৰ অন্ত পৰাৰ দিশে, কোন শীৰ্ষ ৫ ভাৰত কন্যাই সমগ্ৰ বিশ্বতে নাম কৰিলে দেশৰ

editor by editor
December 5, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
২০২৪ৰ অন্ত পৰাৰ দিশে, কোন শীৰ্ষ ৫ ভাৰত কন্যাই সমগ্ৰ বিশ্বতে নাম কৰিলে দেশৰ
0
SHARES
222
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৪ৰ অন্ত পৰাৰ দিশে, কোন শীৰ্ষ ৫ ভাৰত কন্যাই সমগ্ৰ বিশ্বতে নাম কৰিলে দেশৰ

২০২৪ চন অন্ত পৰাৰ দিশেষ মাজত আৰু মাথো কেইটামান দিন বাকি । তাৰ পাছতে আৰম্ভ হব আৰু এটা নতুন বছৰৰ। ২০২৫ চন। পাছে এই ২০২৪ চনটোৰ কি কি পালে কি কি হেৰুৱালে ভাৰতবৰ্ষই। সেই খতিয়ান বহীৰ তালিকাত ৫ গৰাকী ভাৰত কন্যাৰ নাম বিশেষ ভাৱে উল্লেখযোগ্য, যিয়ে সমগ্ৰ বিশ্বতে নাম কৰিছে ভাৰতৰ।

সেই ৫ গৰাকী কন্যা হৈছে-

মনু ভাকৰ-

পেৰিছ অলিম্পিক গেমছত ভাৰতৰ হৈ দুটাকৈ পদক জয় কৰি ইতিহাসৰ পাতত নাম কৰা মনু ভাকৰৰ নাম ২০২৪ চনেই নহয়, প্ৰতিটো বছৰেই মনত কৰা যাব। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ভাৰতীয় হিচাপে এখন অলিম্পকতে দুটাকৈ পদক জয় কৰা খেলুৱৈ হিচাপে নাম কৰে মনু ভাকৰে। ২২ বৰ্ষীয় মনুই ১০ মিটাৰ এয়াৰ পিষ্টলত ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে একে সময়তে তেওঁৰ সংগী সৰবজোৎ সিঙৰ সৈতে ২৫ মিটাৰ এয়াৰ পিষ্টল খেলতো ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

অৱনী লেখাৰা-

ভাৰতীয় ৰাইফল শ্বুটাৰ অৱনী লেখাৰাই ২০২৪ চনৰ পেৰালিম্পিক গেমছত স্বৰ্ণ পদক লাভ কৰি ইতিহাস ৰচনা কৰিছিল। ২০২৪ চনৰ পেৰিছ পেৰালিম্পিক গেমছত ১০ মিটাৰ এয়াৰ পিষ্টলত দুটা পদক লাভ কৰিছিল অৱনী লেখাৰাই। ইয়াত অভনীয়ে ব্ৰঞ্জৰ পদকও লাভ কৰে। একেখন ইভেণ্টতে দুটাকৈ পদক লাভ কৰা প্ৰথমগৰাকী পেৰালিম্পিক মহিলা খেলুৱৈ অভনী।

মোহনা সিং-

বায়ুসেনাৰ তেজছ যুদ্ধ বিমান উৰুৱাই যোৱা প্ৰথমগৰাকী মহিলা পাইলট হিচাপে ইতিহাস ৰচে স্কোয়াড্ৰন নেত্ৰী মোহনা সিঙে। গুজৰাটৰ নলিয়াত থকা ১৮ নং ফ্লাইং বুলেট স্কোয়াড্ৰনৰ দায়িত্ব অৰ্পণ কৰা হৈছে। যোধপুৰৰ ‘তৰং শক্তি’ অনুশীলনৰ অংশও আছিল মোহনা সিং, য’ত তিনিওজন সেনাৰ উপ-মুখ্যৰ সৈতে ঐতিহাসিক উৰণৰ অভিজ্ঞতা লাভ কৰিছিল।

সাধনা সক্সেনা –

২০২৪ চনৰ চলিত বৰ্ষত লেফটেনেণ্ট জেনেৰেল সাধনা সক্সেনা নায়ৰ চিকিৎসা সেৱাৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি পোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। সাধাৰণ চিকিৎসালয় সেৱা (সশস্ত্ৰ বাহিনী)ৰ সঞ্চালিকা হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী মহিলা আৰু লগতে পশ্চিম বায়ু কমাণ্ডৰ প্ৰধান চিকিৎসা বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী মহিলা।

নেন্সী ত্যাগী-

উত্তৰ প্ৰদেশৰ এখন পিছপৰা গাঁৱৰ পৰা ওলাই একেবাৰে ৭৭ সংখ্যক কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত নিজে ডিজাইন কৰা সাজেৰে খোজ দিছিল নেন্সীয়ে। কতো কোনোদিনে ডিজাইনৰ কাম নিশিকি, নিজে নিজৰ হাত মেছিনেৰে কাপোৰ চিলাই জনপ্ৰিয় হৈ পৰাৰ লগতে কাঁন চলচ্চিত্ৰ মহোৎসৱত প্ৰথমবাৰৰ বাবে খোজ দি সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছিল। নেন্সীৰ প্ৰতিসাজ কাপোৰেই দৃষ্টি কাঢ়িছিল বিশ্বৰ আগশাৰীৰ ডিজাইনাৰৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2024 Year endingIndian GirlNew Year 2025Proud Indian GirlYear Ending Story
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?
জীৱনশৈলী

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

March 16, 2026
ৰাজপথত নাথাকিব দুচকীয়া বাহন!  ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?
জীৱনশৈলী

ৰাজপথত নাথাকিব দুচকীয়া বাহন! ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

March 16, 2026
মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ
জীৱনশৈলী

মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

March 16, 2026
প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

March 16, 2026
Next Post
এডিলেইডত ইতিহাস ৰচনা কৰাৰ সুযোগ বিৰাটৰ হাতত, ভংগ হব ব্রায়ান লাৰা আৰু ভিভিয়ান ৰিচাৰ্ডছৰ ৰেকৰ্ড !

এডিলেইডত ইতিহাস ৰচনা কৰাৰ সুযোগ বিৰাটৰ হাতত, ভংগ হব ব্রায়ান লাৰা আৰু ভিভিয়ান ৰিচাৰ্ডছৰ ৰেকৰ্ড !

২০২৫ত ৩ ৰাশিৰ ওপৰত বাম্পাৰ আশিৰ্বাদ পৰিব মা লক্ষ্মীৰ, দুগুণ বৃদ্ধি পাব উপাৰ্জন

২০২৫ত ৩ ৰাশিৰ ওপৰত বাম্পাৰ আশিৰ্বাদ পৰিব মা লক্ষ্মীৰ, দুগুণ বৃদ্ধি পাব উপাৰ্জন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.