অসম লাইভ ২৪ঃ কৰ্ণাটক, গুজৰাট আৰু মহাৰাষ্ট্ৰৰ পিছত এইবাৰ দিল্লীৰ এগৰাকী ব্যক্তিৰ গাত ধৰা পৰিল অমিক্ৰণ ভাইৰাছৰ উপস্থিতি। ইয়াৰ লগে লগে ভাৰতত অমিক্ৰণত আক্ৰান্তৰ সংখ্যা ৪ জনৰ পৰা বৃদ্ধি পালে ৫ জনলৈ। উল্লেখ্য যে ব্যক্তি গৰাকীয়ে টানজানিয়াৰ পৰা ভাৰতলৈ উভতিছিল। এই কথা সদৰি কৰে দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যন্দৰ জৈনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ