• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতত পুনৰ এগৰাকী ব্যক্তিৰ গাত ধৰা পৰিছে অমিক্ৰণ ভেৰিয়েন্টৰ ভাইৰাছ। ৪ জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

ভাৰতত পুনৰ এগৰাকী ব্যক্তিৰ গাত ধৰা পৰিছে অমিক্ৰণ ভেৰিয়েন্টৰ ভাইৰাছ। ৪ জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

5 years ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

11 hours ago
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

11 hours ago
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

12 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

13 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

14 hours ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

14 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

15 hours ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

15 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

16 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

17 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

18 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

ভাৰতত পুনৰ এগৰাকী ব্যক্তিৰ গাত ধৰা পৰিছে অমিক্ৰণ ভেৰিয়েন্টৰ ভাইৰাছ। ৪ জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

কোনোধৰণৰ ভেকচিন গ্ৰহণ কৰা নাছিল ব্যক্তি গৰাকীয়ে

editor by editor
December 5, 2021
in ভাৰত, স্বাস্থ্য
0
ভাৰতত পুনৰ এগৰাকী ব্যক্তিৰ গাত ধৰা পৰিছে অমিক্ৰণ ভেৰিয়েন্টৰ ভাইৰাছ। ৪ জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা
0
SHARES
895
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ভাৰতত ৪ জনলৈ বৃদ্ধি অমিক্ৰণত আক্ৰান্ত ব্যক্তিৰ সংখ্যা। পুনৰ এগৰাকী ব্যক্তিৰ গাত ধৰা পৰিছে অমিক্ৰণ ভেৰিয়েন্টৰ ভাইৰাছ। মুম্বাইৰ ৩৩ বছৰীয়া ব্যক্তিৰ গাত ধৰা পৰিছে এই ভাইৰাছ। উল্লেখযোগ্য যে যোৱা মাহৰ শেষৰফালে দক্ষিণ আফ্ৰিকাৰ পৰা ডুবাই আৰু দিল্লী হৈ মুম্বাইত উপস্থিত হৈছিল ব্যক্তিগৰাকী। জানিব পৰা মতে ইয়াৰ পূৰ্বে বহু মাহ ধৰি সাগৰীয় ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত আছিল ব্যক্তি গৰাকী। যাৰ বাবে তেওঁ কোনোধৰণৰ ভেকচিন গ্ৰহণ কৰিব পৰা নাছিল। মুম্বাইত আহি উপস্থিত হোৱাৰ পিছত যোৱা ২৪ নৱেম্বৰত ব্যক্তি গৰাকীয়ে প্ৰথমবাৰৰ বাবে জ্বৰ অনুভৱ কৰিছিল। বৰ্তমান মুম্বাইৰ কল্যাণ-ডম্বিভাই ক’ভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন হৈ আছে ব্যক্তিগৰাকী।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid new variant omicronomicronomicron update
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

September 20, 2026
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
ভাৰত

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

September 20, 2026
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!
জীৱনশৈলী

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

September 19, 2026
হোটেলত যুৱকক পণবন্দী যুৱতীৰ
অপৰাধ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

September 19, 2026
Next Post
5th-omicron-case-detected-in-india-delhi

কৰ্ণাটক, গুজৰাট আৰু মহাৰাষ্ট্ৰৰ পিছত এইবাৰ দিল্লীৰ এগৰাকী ব্যক্তিৰ গাত ধৰা পৰিল অমিক্ৰণ

দিল্লী-মহাৰাষ্ট্ৰসহ দেশৰ ৫ ৰাজ্যত অমিক্ৰণৰ ভয়াৱহ সংক্ৰমণ, অসমতো কোভিডৰ নতুন SOP

দিল্লী-মহাৰাষ্ট্ৰসহ দেশৰ ৫ ৰাজ্যত অমিক্ৰণৰ ভয়াৱহ সংক্ৰমণ, অসমতো কোভিডৰ নতুন SOP

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.