• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন জীৱন পাব ৬ বছৰীয়াই, ফুৰ্তিতে গোটেই হাস্পতালৰে কৰ্মীক জনালে অভিবাদন, ভিডিঅ’ দেখি চকুলো নিগৰিব আপোনাৰো

নতুন জীৱন পাব ৬ বছৰীয়াই, ফুৰ্তিতে গোটেই হাস্পতালৰে কৰ্মীক জনালে অভিবাদন, ভিডিঅ’ দেখি চকুলো নিগৰিব আপোনাৰো

2 years ago
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঠাল

28 minutes ago
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

57 minutes ago
এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

2 hours ago
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

2 hours ago
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

4 hours ago
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

4 hours ago
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

5 hours ago
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

6 hours ago
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

6 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

14 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

15 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন জীৱন পাব ৬ বছৰীয়াই, ফুৰ্তিতে গোটেই হাস্পতালৰে কৰ্মীক জনালে অভিবাদন, ভিডিঅ’ দেখি চকুলো নিগৰিব আপোনাৰো

editor by editor
August 29, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
নতুন জীৱন পাব ৬ বছৰীয়াই, ফুৰ্তিতে গোটেই হাস্পতালৰে কৰ্মীক জনালে অভিবাদন, ভিডিঅ’ দেখি চকুলো নিগৰিব আপোনাৰো
0
SHARES
200
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন জীৱন পাব ৬ বছৰীয়াই, ফুৰ্তিতে গোটেই হাস্পতালৰে কৰ্মীক জনালে অভিবাদন, ভিডিঅ’ দেখি চকুলো নিগৰিব আপোনাৰো

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে ছয় বছৰীয়া ল’ৰা এটাৰ হৃদয়স্পৰ্শী ভিডিঅ’। যি ভিডিঅ’ দেখি বহুলোকৰে নিগৰিছে অশ্ৰু । ভিডিঅ’টোত শিশুটিয়ে নতুন জীৱন লাভ কৰাৰ কথা সকলোকে ফুৰ্তিতে কৈ ফুৰিছে।

সমগ্ৰ হাস্পতাল খনৰে কৰ্মীক শিশুটিয়ে আনন্দৰে ঘোষণা কৰিছে যে তেওঁ “নতুন হৃদয় লাভ কৰিছে।” অস্ত্ৰোপচাৰৰ পূৰ্বে এই কণমানি ল’ৰাটোৱে আনন্দত নাচি থকা ভিডিঅ’টো সকলোৰে বাবে এক ডাঙৰ খবৰ যেন লাগে।

বিডিঅ’ত দেখা এই কনমানি ছয় বছৰীয়া শিশুটিৰ নাম জন-হেনৰী। জন হেনৰীয়ে যোৱা ছমাহ ধৰি জীৱন ৰক্ষাকাৰী হৃদৰোগ অপাৰেচনৰ বাবে অপেক্ষা কৰি আছিল। অৱশেষত নিশ্চিত হ’ল যে তেওঁ এজন দাতাৰ পৰা হৃদযন্ত্ৰ লাভ কৰিছে। দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পৰাৰ পিছত সুখ আৰু উত্তেজনাৰে ভৰা শিশুটিৰ ভিডিঅ’টোৱে লাখ লাখ মানুহৰ হৃদয় মন্ত্ৰমুগ্ধ কৰি তুলিছে।

https://x.com/CleClinicKids/status/1828429609848934709

অহিঅ’ৰ ক্লিভলেণ্ড ক্লিনিকৰ একাউণ্টে মাইক্ৰ’ব্লগিং চাইট এক্সত পোষ্ট কৰা এই ভিডিঅ’টোত জন-হেনৰীয়ে আনন্দত জপিয়াই ফুৰা দেখা গৈছে। ভিডিঅ’টোত শিশুটিয়ে হাস্পতালৰ সকলো চিনাকি লোককে এই খবৰটো দি ফুৰা দেখা গৈছে।

জন-হেনৰীৰ জন্মতেই হাইপ’প্লাষ্টিক লেফ্ট হাৰ্ট চিনড্ৰম (HLHS) ৰোগত আক্ৰান্ত বুলি ধৰা পৰিছিল। জন্মৰ সময়ত এই বিৰল ৰোগ, য’ত হৃদযন্ত্ৰৰ এটা অংশ অবিকশিত হৈ শৰীৰলৈ পৰ্যাপ্ত পৰিমাণৰ তেজ পাম্প কৰিব নোৱাৰে। জন্মৰ আগতেই জন-হেনৰীৰ এই অৱস্থা ডাক্তৰে ধৰা পেলাইছিল।

যাৰ বাবে অস্ত্ৰোপচাৰৰ বাবে পূৰ্বৰে পৰা প্ৰস্তুত আছিল চিকিৎসকৰ দল। সেয়ে জন্মৰ মাত্ৰ ৫ দিনৰ পিছতে শিশুটিৰ প্ৰথম মুকলি হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ হৈছিল। এতিয়া নতুন হাৰ্টেৰে দ্বিতীয়টো তথা ডাঙৰ হাৰ্ট ট্ৰান্সপ্লান্ট অস্ত্ৰোপচাৰৰ সম্পন্ন হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: heart operationheart transplantsocial mediaSocial Media Viralviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঠাল
জীৱনশৈলী

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঠাল

June 27, 2026
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ
জীৱনশৈলী

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

June 27, 2026
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা
জীৱনশৈলী

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

June 27, 2026
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!
বিশ্ব

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

June 27, 2026
Next Post
তৃতীয়- চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময়সূচী ঘোষণা, কেতিয়াৰ পৰা উপলব্ধ হ’ব এডমিট কাৰ্ড

তৃতীয়- চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময়সূচী ঘোষণা, কেতিয়াৰ পৰা উপলব্ধ হ'ব এডমিট কাৰ্ড

জিঅ' সন্দৰ্ভত মুকেশ আম্বানীৰ কেইবাটাও ডাঙৰ ঘোষণা, গ্ৰাহতে লাভ কৰিব বহু সুবিধা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.