• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

1 month ago
গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

9 hours ago
BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

9 hours ago
মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

9 hours ago
ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

11 hours ago
সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

11 hours ago
বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

12 hours ago
সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

13 hours ago
চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

14 hours ago
‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

15 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

16 hours ago
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

16 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

editor by editor
March 28, 2026
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত, লেখা
0
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?
0
SHARES
346
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান বজাৰত অসংখ্য বিনিয়োগ বিকল্প আছে৷ সঠিক স্থানত বিনিয়োগ কৰাটোহে গুৰুত্বপূৰ্ণ কথা৷ শ্বেয়াৰ বজাৰ বা মিউচুৱেল ফাণ্ডৰ দৰে বিকল্পসমূহত বিনিয়োগ কৰিলে ধন হেৰুওৱাৰ ভয় থাকে৷ আপুনি যদি নিৰাপদ আৰু নিশ্চিত ৰিটাৰ্ণ বিচাৰে তেতিয়া পোষ্ট অফিচৰ টাইম ডিপোজিট স্কিম আপোনাৰ বাবে সকলোতকৈ নিৰ্ভৰযোগ্য বিকল্প হ’ব পাৰে৷ মূলত এই স্কিম বেংক এফ ডিৰ দৰে৷ ইয়াত চৰকাৰী গেৰেণ্টিৰ সৈতে ভাল সুদৰ হাৰৰ সুবিধা প্ৰদান কৰে৷

পোষ্ট অফিচ TD স্কিম হৈছে নিৰ্দিষ্ট আয়ৰ স্কিম যিয়ে বিশেষভাৱে সেই বিনিয়োগকাৰীৰ বাবে তৈয়াৰ কৰা হৈছে৷ নিৰ্দিষ্ট সুদৰ হাৰৰ সৈতে নিশ্চিত ৰিটাৰ্ণ দিয়া হয়৷ এই স্কিমৰ অধীনত বিনিয়োগকাৰীয়ে তেওঁলোকৰ সুবিধা অনুসৰি ১, ২, ৩ অথৱা ৫ বছৰৰ বাবে ফাণ্ড জমা কৰিব পাৰে৷ সুদৰ হাৰ চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত হয় আৰু ই সম্পূৰ্ণ নিৰাপদ কাৰণ ই ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত৷

পোষ্ট অফিচ টি ডি স্কিমত যদি আপুনি ৪ লাখ টকা বিনিয়োগ কৰে তেন্তে আপুনি ২ বছৰৰ ম্যাদপূৰ্তিৰ পাছত ৪,৫৯,৫৫২ টকা পাব৷ ইয়াৰ অৰ্থ হৈছে আপুনি কেৱল সুদৰ পৰাই প্ৰায় ৬০,০০০ টকা লাভ কৰিব৷ এই স্কিমৰ সুদৰ হাৰ স্থিৰ, সেয়ে বিনিয়োগকাৰীয়ে পূৰ্বৰে পৰাই জানে যে ম্যাদপূৰ্তিৰ পাছত কিমান ৰিটাৰ্ণ পাব৷ বিশেষকৈ যিসকলৰ মাহিলী আয় লাগে তেওঁলোকে এই স্থানত নিৰাপদে বিনিয়োগ কৰিব পাৰে৷

এই স্কিমৰ সকলোতকৈ ডাঙৰ সুবিধা হৈছে আপুনি মাত্ৰ ১০০০ টকাৰে আৰম্ভ কৰিব পাৰে৷ কোনো বিনিয়োগৰ সীমা নাই৷ অৰ্থাৎ আপুনি যিমান সামৰ্থ্য সিমান জমা কৰিব পাৰে৷ আপুনি এবছৰৰ পৰা ৫ বছৰ পৰ্যন্ত ম্যাদ বাচি ল’ব পাৰে৷ পাঁচ বছৰৰ ম্যাদত বিনিয়োগকাৰীয়ে ৭.৫শতাংশ পৰ্যন্ত সুদৰ হাৰ পায়, যিয়ে বহু বেংকৰ ফিক্সড ডিপোজিটতকৈ বেছি৷

পোষ্ট অফিচ টি ডি স্কিমত বিনিয়োগ কৰা খুবেই সহজ৷ আপুনি কেৱল আপোনাৰ নিকটতম পোষ্ট অফিচলৈ গৈ এটা টাইম ডিপোজিট একাউণ্ট খুলিব লাগে৷ একক আৰু যৌথ উভয় একাউণ্টৰেই বিকল্প প্ৰদান কৰে৷ ইয়াৰ সৈতে এই একাউণ্টটো এজন নাবালকৰ নামেৰেও খুলিব পাৰে৷ যদি তেওঁলোকৰ বয়স ১০ বছৰৰ বেছি হয়৷ পৰিয়ালৰ প্ৰতিজন সদস্যৰ বাবে আকৰ্ষণীয় আৰু নিৰ্ভৰযোগ্য বিনিয়োগ বিকল্প৷

চৰকাৰে প্ৰতি তিনিমাহত এই স্কিমৰ সুদৰ হাৰ নিৰ্ধাৰণ কৰে৷ বৰ্তমান ১ বছৰৰ ম্যাদৰ বাবে সুদৰ হাৰ ৬.৯শতাংশ, ২ বছৰৰ ম্যাদৰ বাবে ৭শতাংশ আৰু ৫ বছৰৰ ম্যাদৰ বাবে ৭.৫শতাংশ৷ সুদ তিনিমাহত চক্ৰবৃদ্ধি কৰা হয় আৰু বছৰৰ শেষত একাউণ্টত জমা হয়৷ এই স্কিমৰ সকলোতকৈ উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ই কেৱল নিৰাপদেই নহয় বৰং কৰ সুবিধাও প্ৰদান কৰে৷ ৫ বছৰৰ টিডি স্কিমত কৰা বিনিয়োগ আয়কৰ আইনৰ ধাৰা ৮০ চিৰ অধীনত কৰ ৰেহাইৰ বাবে যোগ্য৷ ইয়াৰ অৰ্থ হৈছে আপুনি কৰ সাশ্ৰয় কৰাৰ লগে লগে নিৰাপদ বিনিয়োগৰ দ্বৈত সুবিধাও উপভোগ কৰিব পাৰিব৷

যদি কেতিয়াবা আপোনাৰ ধনৰ প্ৰয়োজন হয় তেতিয়া এই স্কিম এবছৰৰ অন্তত তুলি ল’ব পাৰে৷ ৪ লাখ যদি বিনিয়োগ কৰে তেন্তে ২ বছৰত সৰ্বোচ্চ ৬০,০০০ পৰ্যন্ত সুদ পোৱা যায়৷ মাত্ৰ ১০০০ টকাৰে আৰম্ভ কৰিব পাৰে আৰু ৫ বছৰৰ এই স্কিমে কৰ সুবিধাও প্ৰদান কৰে৷ চৰকাৰী গেৰেণ্টি আৰু চমৎকাৰ সুদৰ হাৰেও ইয়াক সকলোতকৈ নিৰাপদ বিনিয়োগ বিকল্পসমূহৰ মাজত বিশেষ কৰি তোলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা
জীৱনশৈলী

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

May 1, 2026
BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!
বিনোদন

BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

May 1, 2026
মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?
জীৱনশৈলী

মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

May 1, 2026
ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!
জীৱনশৈলী

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

May 1, 2026
Next Post
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.