• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

3 months ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

37 minutes ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

58 minutes ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

1 hour ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

2 hours ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

4 hours ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

4 hours ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

12 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

12 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

13 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

13 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

14 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

Captain Coolৰ ৭টা অজনা কথা

editor by editor
July 7, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, ভাৰত
0
0
SHARES
195
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে আজি তেওঁৰ ৪৫ সংখ্যক জন্মদিন উদযাপন কৰিছে। বিশ্ব ক্ৰিকেটৰ অন্যতম সফল অধিনায়ক হিচাপে পৰিচিত ধোনীয়ে খেলপথাৰত বহু কৃতিত্ব গঢ়িছে। কিন্তু ক্ৰিকেটৰ বাহিৰে ধোনীৰ ব্যক্তিগত জীৱনত এনে বহু আকৰ্ষণীয় কাহিনী আছে যি হয়টো বহু অনুৰাগীয়ে নাজানে, আহক জানো ধোনীৰ তেনে ৭টা বিশেষ  ঘটনা বা বিশেষত্ব

১. ধোনীয়ে ফোন কিয় সহজে ৰিচিভ নকৰে?

ধোনীয়ে সহজে ফোন ৰিভিচ নকৰে বুলি ক্ৰিকেটকে ধৰি বিভিন্ন মহলত সদায়ে আলোচনাৰ বিষয় হৈ আহিছে। ভি ভি এছ লক্ষ্মণ, বিৰাট কোহলি, আনকি তেওঁৰ ঘনিষ্ঠ বন্ধু সুৰেশ ৰাইনায়ো বহু সময়ত অভিযোগ কৰিছে যে ধোনীয়ে সাধাৰণতে কাৰো ফোন সহজে ৰিচিভ নকৰে বা উত্তৰ নিদিয়ে। এই বিষয়ে এটা অনুষ্ঠানত ধোনীয়ে নিজেই ব্যাখ্যা দি কৈছিল, ‘প্ৰযুক্তি আৰু মোৰ মাজত বিশেষ সম্পৰ্ক নাই। মই মোবাইল ফোন বেছি ব্যৱহাৰ নকৰোঁ। বহুতে কয় যে মই ফোনৰ উত্তৰ নিদিওঁ, কিন্তু তেনে নহয়। প্ৰয়োজন হ’লেহে মই মোবাইল বা প্ৰযুক্তি ব্যৱহাৰ কৰোঁ আৰু দেৰিকৈ হলেও প্ৰয়োজনীয় ফোনকলবোৰৰ উত্তৰো দিও।’

২. ১৫ হাজাৰ ফুট ওপৰৰ পৰা কিয় জঁপিয়াইছিল ধোনীয়ে?

২০১১ চনত ভাৰতক বিশ্বকাপ জয় কৰোৱাৰ পিছত ধোনীক ভাৰতীয় টেৰিট’ৰিয়েল আৰ্মীয়ে ‘লেফটেনেণ্ট কৰ্ণেল’ৰ উপাধি প্ৰদান কৰিছিল। কিন্তু তেওঁ এই সন্মানক কেৱল এটা উপাধি হিচাপে গ্ৰহণ নকৰি বাস্তৱতেো সেনাৰ প্ৰশিক্ষণ গ্ৰহণৰ সিদ্ধান্ত লৈছিল ধোনীয়ে। ২০১৫ চনত তেওঁ পেৰাছুট ৰেজিমেণ্টৰ অধীনত পেৰা-ট্ৰুপাৰ হোৱাৰ বাবে প্ৰশিক্ষণ লয়। এই প্ৰশিক্ষণৰ অংশ হিচাপে আগ্ৰা বিমানঘাটিত AN-32 বিমানৰ পৰা ১৫ হাজাৰ ফুট উচ্চতাৰ পৰা ৫বাৰ সফলভাৱে পেৰাছুট জাঁপ দিছিল ধোনীয়ে।

৩. প্ৰথম দৰমহা আৰু ৰে’লৱেৰ চাকৰি

ভাৰতীয় দলত স্থান লাভ কৰাৰ আগতে ধোনীয়ে পৰিয়ালৰ আৰ্থিক সহায়ৰ বাবে চৰকাৰী চাকৰি কৰিছিল। ২০০১ চনৰ পৰা ২০০৩ চনলৈ তেওঁ পশ্চিমবংগৰ খড়গপুৰ ৰে’ল ষ্টেচনত ট্ৰেইন টিকট পৰীক্ষক (TTE) হিচাপে কৰ্মৰত আছিল। তেওঁ প্ৰথম মাহিলী দৰমহা হিচাপে লাভ কৰিছিল প্ৰায় ৩ হাজাৰ টকা।

৪. ধোনীৰ দীঘল চুলিৰ আঁৰত কোন আছিল

কেৰিয়াৰৰ আৰম্ভণিৰ সময়ত ধোনীৰ দীঘল চুলিকোছাই বিশ্বজুৰি এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল। আনকি পাকিস্তান ভ্ৰমণৰ সময়ত পাকিস্তানৰ তদানীন্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফেও ধোনীৰ চুলিৰ প্ৰশংসা কৰি চুলি নাকটিবলৈ পৰামৰ্শ দিছিল। আচলতে ধোনী বলীউড অভিনেতা জন আব্ৰাহামৰ অনুৰাগী আছিল। জনৰ ষ্টাইল দেখি অনুপ্ৰাণিত হৈ তেওঁ দীঘলকৈ চুলি ৰাখিবলৈ আৰম্ভ কৰিছিল।

৫. ৪-৫ লিটাৰ গাখীৰ খোৱাটো সত্য আছিলনে?

এসময়ত এটা গুজৱ বহুলভাৱে প্ৰচাৰ হৈছিল যে ধোনীয়ে প্ৰতিদিনে ৪–৫ লিটাৰ গাখীৰ পান কৰে। পিছত তেওঁ নিজেই এই কথা স্বীকাৰ কৰি কৈছিল যে তেওঁ ৪-৫ লিটাৰ গাখীৰ নহলেও দিনটোত প্ৰায় এক লিটাৰ গাখীৰ খাইছিল। গাখীৰৰ লগতে মিল্ক শ্বেক আৰু চকলেট খুব ভাল পাইছিল ধোনীয়ে।

৬. গাড়ীতকৈ বাইকৰ প্ৰতি বেছি প্ৰেম

ধোনীৰ বহুকেইখন বিলাসী বাহন আছে কিন্তু বাস্তৱত তেওঁ বাহনতকৈ অধিক ভাল পায় মটৰ চাইকেল। ৰাঁচীস্থিত তেওঁৰ ফাৰ্মহাউছত থকা দুমহলীয়া গেৰেজত ১৫০ৰো অধিক বাইক সংৰক্ষিত আছে। ইয়াত বিশ্বৰ আধুনিক আৰু দামী মটৰ চাইকেলৰ লগতে ভাৰতৰ পুৰণি ৰাজদূত আৰু Yamaha RD350ৰ দৰে ঐতিহাসিক মডেলৰ বাইকো আছে। বিশেষ কথা হৈছে, অৱসৰ সময়ত ধোনীয়ে নিজৰ বাইকসমূহ নিজ হাতে পৰিষ্কাৰ আৰু মেৰামতি কৰিবলৈ ভাল পায়।

৭ কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে

এম এছ ধোনীয়ে ৭ নম্বৰ জাৰ্ছী পৰিধান কৰাৰ আঁৰত আছে এক পৰিসংখ্যা। ধোনীৰ জন্ম হৈছিল ১৯৮১ চনৰ ৭ জুলাইত । জন্মদিন আৰু মাহ (৭ জুলাই) তথা জন্মৰ বছৰ (১৯৮১, য’ত ৮ বিয়োগ ১ কৰিলে ৭ পোৱা যায়) এই সকলোবোৰৰ সৈতে ৭ সংখ্যাটো জড়িত থকাৰ বাবেই তেওঁ এই সংখ্যাটো নিজৰ জাৰ্ছীৰ বাবে বাছি লৈছিল বুলি ধোনীৰ ঘনিষ্ঠ বহুকেইজন লোকে বিভিন্ন সময়ত সদৰী কৰিছে।
মহেন্দ্ৰ সিং ধোনী কেৱল এগৰাকী সফল ক্ৰিকেটাৰ নহয়; শৃংখলা, সৰলতা, দেশপ্ৰেম আৰু ব্যক্তিত্বৰ বাবে তেওঁ লাখ লাখ অনুৰাগীৰ অনুপ্ৰেৰণা। খেলপথাৰতেই হওক বা ব্যক্তিগত জীৱনত, তেওঁৰ প্ৰতিটো অধ্যায়েই এক অনন্য কাহিনী।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24ms dhoni
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!
প্ৰযুক্তি

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

October 18, 2026
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম
বিনোদন

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

October 18, 2026
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ
অপৰাধ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

October 18, 2026
Next Post
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.