• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৌলৰ পূৰ্বেই DA বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ, এইবাৰ কিমান বাঢ়িব দৰমহা?

1 year ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

16 minutes ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

1 hour ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

2 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

3 hours ago
যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

22 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

23 hours ago
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

1 day ago
মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দৌলৰ পূৰ্বেই DA বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ, এইবাৰ কিমান বাঢ়িব দৰমহা?

দৌলৰ পূৰ্বেই DA বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ, এইবাৰ কিমান বাঢ়িব দৰমহা?

editor by editor
March 7, 2025
in জীৱনশৈলী, বাণিজ্য, বিবিধ, লেখা
0
দৌলৰ পূৰ্বেই DA বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ, এইবাৰ কিমান বাঢ়িব দৰমহা?
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীয়ে এইবাৰ পাব আন এক সুখবৰ৷ দৌলযাত্ৰাৰ পূৰ্বেই অৰ্থাৎ জানুৱাৰীৰ পৰা জুনৰ দৰমহা বৃদ্ধিৰ যি ধন সেই মহাৰ্ঘভাট্টা বৃদ্ধি হ’ব কৰ্মচাৰীসকলৰ৷ ৰিপৰ্ট অনুসৰি দৌলযাত্ৰাৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ মহাৰ্ঘভাট্টা ২শতাংশকৈ বৃদ্ধি পাব৷ অৰ্থাৎ এই মাহতেই সুখবৰ পাব কেন্দ্ৰীয় চৰকাৰীৰ কৰ্মীসকলে৷

মূলত বছৰত দুবাৰকৈ এই মহাৰ্ঘভাট্টা বৃদ্ধি কৰা হয় কেন্দ্ৰীয় চৰকাৰৰ পক্ষৰ পৰা৷ এবাৰ বৃদ্ধি হয় জানুৱাৰী মাহত আৰু এবাৰ বৃদ্ধি হয় জুলাই মাহত৷ প্ৰথম দুটি ছাইকেলৰ প্ৰথমটো চলে জানুৱাৰীৰ পৰা জুন মাহ পৰ্যন্ত৷ এই প্ৰথম চাইকেলৰ মহাৰ্ঘভাট্টাৰ বৃদ্ধিৰ ঘোষণা হ’ব হোলীৰ পূৰ্বে৷ ইয়াৰ মাধ্যমেৰে বৰ্তমান মুদ্ৰাস্ফীতিৰ হাৰৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ টেক হোম দৰমহাও বঢ়াৰ সম্ভাৱনা আছে৷

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ মহাৰ্ঘভাট্টা এই মাহৰ মাজত ২শতাংশ হাৰত বৃদ্ধি পাব৷ দৌলৰ পূৰ্বেই এই ডি এ বৃদ্ধিৰ ঘোষণা কৰিব পাৰে কেন্দ্ৰই৷ ইয়াৰপাছতেই ডিয়াৰনেছ এলায়েন্সো বাঢ়ি হ’ব ৫৩শতাংশৰ সলনি ৫৫শতাংশ৷ বেছিক পেৰ সৈতে এই অতিৰিক্ত ধন লাভ কৰিব কৰ্মচাৰীসকলে৷ আগন্তুক ১৪ মাৰ্চত দেশজুৰি পালিত হ’ব হোলি, তাৰ পূৰ্বেই এই ডি এ বৃদ্ধি পাব বুলি সম্ভাৱনা ব্যক্ত কৰিছে বহুসংখ্যক বিশেষজ্ঞই৷

ইয়াৰ পূৰ্বে ২০২৪ চনৰ অক্টোবৰ মাহত ৩ শতাংশ হাৰত মহাৰ্ঘভাট্টা বঢ়োৱা হৈছিল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ৷ যি সমস্ত কৰ্মীৰ বেছিক পে ১৮ হাজাৰ টকা প্ৰতি মাহে, তেওঁলোকৰ বেতনৰ সৈতে ১ জানুৱাৰী ২০২৫ৰ পৰা অতিৰিক্ত ৩৬০ টকা যুক্ত হৈছে৷ ফলত এতিয়া পূৰ্বতকৈ বেছিকৈ দৰমহা লাভ কৰিছে কৰ্মীসকলে৷ এইবাৰ ডি এ বাঢ়িলে দৰমহা আৰু বৃদ্ধি পাব৷ যদি কাৰোবাৰ মাহিলী দৰমহা ৩০,০০০ টকা তেওঁলোকৰ বেছিক পে হয় ১৮ হাজাৰ টকা আৰু এইবাৰ ডি এ হিচাপে তেওঁলোকে পাব ৯৫৪০ টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

March 11, 2026
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী
জীৱনশৈলী

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

March 11, 2026
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ
জীৱনশৈলী

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

March 11, 2026
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

March 11, 2026
Next Post
মাতৃ হোৱাৰ পথত বিনেশ ফোগাট, জীৱনৰ নতুন অধ্যায়ৰ কথা জনালে বিনেশ ফোগাটে

এটা দেহত ৩টা পুৰুষাঙ্গ! এয়া সম্ভৱ কেনেকৈ? পৰীক্ষা কৰিবলৈ গৈ চকু কঁপালত উঠিল চিকিৎসকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন