• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাতৃ হোৱাৰ পথত বিনেশ ফোগাট, জীৱনৰ নতুন অধ্যায়ৰ কথা জনালে বিনেশ ফোগাটে

মাতৃ হোৱাৰ পথত বিনেশ ফোগাট, জীৱনৰ নতুন অধ্যায়ৰ কথা জনালে বিনেশ ফোগাটে

1 year ago
মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

2 hours ago
কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

3 hours ago
আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

4 hours ago
ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

4 hours ago
এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

5 hours ago
‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

6 hours ago
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

7 hours ago
কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

8 hours ago
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

8 hours ago
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

9 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

11 hours ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

Relationship Tips: সংগী হ’ব চিৰদিনলৈ দূৰ! যদি আজিয়েই সলনি নকৰে এইকেইটা অভ্যাস

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

মাতৃ হোৱাৰ পথত বিনেশ ফোগাট, জীৱনৰ নতুন অধ্যায়ৰ কথা জনালে বিনেশ ফোগাটে

মাতৃ হোৱাৰ পথত বিনেশ ফোগাট, জীৱনৰ নতুন অধ্যায়ৰ কথা জনালে বিনেশ ফোগাটে

editor by editor
March 7, 2025
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত
0
মাতৃ হোৱাৰ পথত বিনেশ ফোগাট, জীৱনৰ নতুন অধ্যায়ৰ কথা জনালে বিনেশ ফোগাটে
0
SHARES
264
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সুখৰ খবৰ দিছে ফোগাট পৰিয়ালে৷ ভাৰতীয় মল্লযুদ্ধা বিনেশ ফোগাট মাতৃ হ’বলৈ ওলাইছে৷ বৃহস্পতিবাৰে নিজেই এই কথা জনাইছে বিনেশে৷ মল্লযুঁজাৰু বিনেশে জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিছে তেওঁ৷

২০১৮ চনত মল্লযুঁজাৰু সোমবীৰ ৰাঠীৰ সৈতে বিয়া কৰাইছে বিনেশে৷ বৃহস্পতিবাৰে সামাজিকমাধ্যমত তেওঁ আৰু সোমবীৰৰ এখন ছবি শ্বেয়াৰ কৰিছে বিনেশে৷ তাতেই তেওঁ লিখিছে, ‘এক নতুন অধ্যায়ৰ সৈতে আমাৰ প্ৰেমকাহিনী আগুৱাই যাব৷’ ছবিৰ সৈতে এখন সৰু ভৰিৰ ইমোজিও দিছে তেওঁ৷ এই পোষ্ট দেখি সকলোৱে বুজিব পাৰিছে যে মাতৃ হোৱাৰ পথত বিনেশ৷

এই খবৰ লাভ কৰিয়েই সামাজিকমাধ্যমত বহুজনে তেওঁক শুভেচ্ছা জনাইছে৷ মল্লযুঁজাৰু সাক্ষী মালিক, বজৰং পুনিয়াকে ধৰি বহুজনে শুভেচ্ছা জনাইছে বিনেশক৷ ভাৰতীয় মল্লযুজাৰু সংস্থাৰ প্ৰাক্তন সভাপতি ব্ৰিজভূষণ শৰণ সিঙৰ অপসাৰণৰ দাবীত দিল্লীৰ যন্তৰমন্তৰত মল্লযুঁজাৰুসকলৰ ধৰ্ণাৰ তেওঁ প্ৰধান মুখ আছিল৷ ফোগাট পৰিয়ালৰ এই কন্যা মল্লযুজাৰুৰ সেই আন্দোলনৰ পৰাই সকলোৰে চিনাকি মুখ হৈ পৰিছিল৷ তাৰপাছতেই পেৰিছ অলিম্পিক্সৰ যোগ্যতা অৰ্জনো কৰিছিল তেওঁ৷ তাতেই মহিলাৰ ৫০ কিঃগ্ৰা বিভাগৰ ফাইনেলত উঠে তেওঁ৷ ভাৰতৰ প্ৰথম মহিলা মল্লযুঁজাৰু হিচাপে এই কীৰ্তি অৰ্জন কৰিছে তেওঁ৷ কিন্তু ফাইনেলৰ দিনা পুৱা ১০০ গ্ৰাম ওজন বেছি হোৱাৰ বাবে তেওঁ খেলত নামিব নোৱাৰিলে৷ এই সিদ্ধান্তৰ বিৰুদ্ধে আন্তৰ্জাতিক ক্ৰীড়া আদালতত আবেদন কৰিও কোনো ফল নাপালে বিনেশে৷

এই ঘটনাৰ বাবে ভাৰতীয় অলিম্পিক্স সংস্থা আৰু ব্ৰিজভূষণৰ দিশত আঙুলি তুলিছিল বিনেশে৷ সেই সময়ত তেওঁক সমৰ্থন জনাইছিল সাক্ষী আৰু বজৰঙে৷ অলিম্পিক্সৰ সেই বিতৰ্কৰ পাছত মল্ল়যুঁজৰ পৰা হঠাৎ অৱসৰ লয় বিনেশে৷ তাৰপিছতেই দেশলৈ উভতি আহি হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হয় তেওঁ৷ হাৰিয়ালা জুৰি কংগ্ৰেছ হাৰিলেও জুলানা কেন্দ্ৰৰ পৰা জিকি বিধায়ক হয় বিনেশ৷ এইবাৰ জীৱনৰ আৰু এক নতুন অধ্যায় আৰম্ভ কৰাৰ পথত আগুৱাইছে বিনেশ ফোগাট৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?
জীৱনশৈলী

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

July 8, 2026
কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা
বিবিধ

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

July 8, 2026
আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়
জীৱনশৈলী

আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

July 8, 2026
ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?
বিনোদন

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

July 8, 2026
Next Post
এটা দেহত ৩টা পুৰুষাঙ্গ! এয়া সম্ভৱ কেনেকৈ? পৰীক্ষা কৰিবলৈ গৈ চকু কঁপালত উঠিল চিকিৎসকৰ

এটা দেহত ৩টা পুৰুষাঙ্গ! এয়া সম্ভৱ কেনেকৈ? পৰীক্ষা কৰিবলৈ গৈ চকু কঁপালত উঠিল চিকিৎসকৰ

হোটেলৰ দুৱাৰত ‘ডু নট ডিষ্টাৰ্ব’, প্ৰিয়তমা পত্নীৰ ভালপোৱাৰ কথাকেই কৈ শেষমুহূৰ্তত স্বামীয়ে কৰিলে এই কাম, দেশজুৰি চৰ্চিত এতিয়া এখন বিশেষ চিঠি

হোটেলৰ দুৱাৰত ‘ডু নট ডিষ্টাৰ্ব’, প্ৰিয়তমা পত্নীৰ ভালপোৱাৰ কথাকেই কৈ শেষমুহূৰ্তত স্বামীয়ে কৰিলে এই কাম, দেশজুৰি চৰ্চিত এতিয়া এখন বিশেষ চিঠি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.