• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জীৱন সঁচাকৈয়ে কচুপাতৰ পানী, এই আছে এই নাই! মৃত্যুৰ ওচৰত আমি অসহায়! আমি সঁচাকৈ বিকল্পহীন

জীৱন সঁচাকৈয়ে কচুপাতৰ পানী, এই আছে এই নাই! মৃত্যুৰ ওচৰত আমি অসহায়! আমি সঁচাকৈ বিকল্পহীন

5 years ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

48 minutes ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

2 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

3 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

3 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

4 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

5 hours ago
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

6 hours ago
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

7 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

7 hours ago
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

7 hours ago
একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

8 hours ago
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

জীৱন সঁচাকৈয়ে কচুপাতৰ পানী, এই আছে এই নাই! মৃত্যুৰ ওচৰত আমি অসহায়! আমি সঁচাকৈ বিকল্পহীন

editor by editor
December 18, 2021
in গুৱাহাটী, বিবিধ, ভাৰত
0
জীৱন সঁচাকৈয়ে কচুপাতৰ পানী, এই আছে এই নাই! মৃত্যুৰ ওচৰত আমি অসহায়! আমি সঁচাকৈ বিকল্পহীন
0
SHARES
981
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ জীৱনৰ যে কত ৰং! জীৱনৰ যে কত খেল! জীয়াই আছো আমি কিন্তু জীৱনৰ আমি কোনোদিন মূল্য বুজা নাই। জীয়াই আছো আমি কিন্তু জীৱনক আমি কোনোদিন মূল্য দিয়া নাই। ঠিকেই, জীৱন কচুপাতৰ পানী। এই আছে এই নাই। মই আছো সি নাই। কিন্তু জীৱনৰ ৰং যেতিয়া লাহে লাহে শেতা পৰিবলৈ আৰম্ভ কৰে তেতিয়া আমি জীৱন জীয়াৰ বাসনাত হাতৰ মুঠিত ধৰি ৰখা উঁইচিৰিঙাৰ দৰে চটফটাবলৈ আৰম্ভ কৰো।

আমি নাজানো আমাৰ অজ্ঞাতে আমাৰ আয়ুসে আমাৰ মৰণ কেতিয়া , ক’ত আৰু কেনেকৈ লিখি থৈছে। যেনেকৈ এই ছবিসমূহত দেখা কণমানিজনীয়েও নাজানে তাই জীৱনৰ পানী পিছল কচুপাতত কিমান দিনৰ আয়ুসৰেখা লিখি থোৱা আছে। মধ্য প্ৰদেশৰ ভূপালত জন্ম গ্ৰহণ কৰা এই দুৰ্ভগীয়া কণমানিজনীৰ নাম Gunjan Shakya৷ বয়স তাইৰ মাত্ৰ ৮ বছৰ। ৮ বছৰীয়া গুঞ্জনৰ অন্য যিকোনো সাধাৰণ কণমানিৰ দৰে সাধাৰণ এটা সপোন আছিল। তাই সপোন আছিল এগৰাকী ডাক্তৰ হোৱাৰ। কিন্তু জীৱন আৰু সময় গুঞ্জনৰ ক্ষেত্ৰত যেন আনতকৈ অলপ বেছিয়েই কঠোৰ আছিল। হয়টো জীৱন আৰু সময়ৰ এইয়া এক অবোধ খেল যে গুঞ্জনক আৰু বেছিদিন জীয়াই থাকিবলৈ নিদিয়ে।

সেয়েহে গুঞ্জনৰ দেহত মৃত্যুৱে ঠিতাপি ল’লেহি  Genetic Disorder, Progeria নামৰ এক মাৰাত্মক জটিল বেমাৰৰ নাম লৈ। কিন্তু ডাক্তৰ হ’ব বিচৰা গুঞ্জনে মৃত্যুৰ পূৰ্বে এদিনৰ বাবে এবাৰ ডাক্তৰ হৈ চোৱাৰ অনুভৱৰ কথা ১২ ডিচেম্বৰত ব্যক্ত কৰি অনুৰোধ কৰিছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানক। এই ক্ষেত্ৰত গুঞ্জনক সহায় কৰি স্থানীয় একাংশ স্বেচ্চাসেৱী সংগঠনে কথা পাতিছিল ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ সৈতে। শেষত তাৰে ‘সাহাক’ (chahak hospital) নামৰ এখন ব্যক্তিগত চিকিৎসালয়ে গুঞ্জনক মৃত্যুৰ পূৰ্বে এদিনৰ বাবে ডাক্তৰ হোৱাৰ অনুমতি প্ৰদান কৰে।

আৰু এদিনৰ বাবে ডাক্তৰ হোৱা গুঞ্জন চাকিয়াক ডাক্তৰ হিচাপে চিকিৎসালয় কৰ্তৃপক্ষই সম্ভাষণ জনোৱাৰ লগতে চিকিৎসালয়খনৰ বিভিন্ন ৰোগীক গুঞ্জনে ডাক্তৰ  হিচাপে পৰীক্ষা কৰাত সহায় কৰে সহ-চিকিৎসক নাৰ্চসকলে। ইফালে কণমানি গুঞ্জনেও এদিনৰ ডাক্তৰ হৈ চিকিৎসালয়খনৰ প্ৰায়বোৰ ৰোগীক বিছনাৰ কাষে কাষে গৈ স্বাস্থ্যও পৰীক্ষা কৰে। কিন্তু কনমানি গুঞ্জনে এদিনৰ বাবে ডাক্তৰ হোৱা এই বিশেষ দিনটোৱে সমাজৰ লগতে চিকিৎসালয়খনৰ প্ৰতিগৰাকী লোককে পুনৰ এবাৰ সোঁৱৰাই দিলে যে মৃত্যুৰ ওচৰত সঁচাকৈ আমি কিমান অসহায়, আমি কিমান বিকল্পহীন ! সেয়েহে সঁচাকৈ জীৱন কচুপাতৰ পানী, এই আছে এই নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelgunjan shakyainspiring storynarendra-modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

September 21, 2026
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?
বিনোদন

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

September 21, 2026
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!
অপৰাধ

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

September 21, 2026
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান
অপৰাধ

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

September 21, 2026
Next Post
বক্স অফিচত অভিলেখ Spider Man: No Way Homeৰ, সৰ্বকালৰ দ্বিতীয় উপাৰ্জিত অপেনাৰ ছবিৰ অভিলেখ

বক্স অফিচত অভিলেখ Spider Man: No Way Homeৰ, সৰ্বকালৰ দ্বিতীয় উপাৰ্জিত অপেনাৰ ছবিৰ অভিলেখ

হনুমান ভক্তৰ হিংস্ৰ ৰূপত অতিষ্ঠ জীৱশ্ৰেষ্ঠ! এমাহত হত্যা ২৫০টা কুকুৰ

হনুমান ভক্তৰ হিংস্ৰ ৰূপত অতিষ্ঠ জীৱশ্ৰেষ্ঠ! এমাহত হত্যা ২৫০টা কুকুৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.