• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হনুমান ভক্তৰ হিংস্ৰ ৰূপত অতিষ্ঠ জীৱশ্ৰেষ্ঠ! এমাহত হত্যা ২৫০টা কুকুৰ

4 years ago
১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

15 minutes ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

40 minutes ago
পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

1 hour ago
এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

3 hours ago
চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

5 hours ago
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

6 hours ago
বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

7 hours ago
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

8 hours ago
হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

হনুমান ভক্তৰ হিংস্ৰ ৰূপত অতিষ্ঠ জীৱশ্ৰেষ্ঠ! এমাহত হত্যা ২৫০টা কুকুৰ

editor by editor
December 18, 2021
in গুৱাহাটী, বিবিধ, ভাৰত
0
হনুমান ভক্তৰ হিংস্ৰ ৰূপত অতিষ্ঠ জীৱশ্ৰেষ্ঠ! এমাহত হত্যা ২৫০টা কুকুৰ
0
SHARES
4.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মহাৰাষ্ট্ৰৰ এটা শেহতীয়া ঘটনাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা। হনুমান ভক্তৰ হিংস্ৰৰূপে এতিয়া চিন্তিত কৰি তুলিছে মহাৰাষ্ট্ৰৰ বীড জিলাৰ লোকসকলক। এটি বান্দৰ পোৱালীৰ মৃত্যুৰ ঘটনাক লৈয়ে প্ৰতিশোধ পৰায়ন ভাৱ লৈ বৃহৎ এটি বান্দৰৰ জাকে এটা এটাকৈ হত্যা কৰিছে ২৫০ টাকৈ কুকুৰ। বিগত মাহৰ পৰা ক্ৰমাগতভাৱে কুকুৰ হত্যা কৰি আহিছে বান্দৰৰ জাকটোৱে। ঘটনা সন্দৰ্ভত ইতিমধ্যে গাঁওবাসীয়ে স্থানীয় বন বিভাগক অৱগত কৰাৰ উপৰি বান্দৰৰ জাকটোক পিঞ্জৰাবদ্ধ কৰিবলৈও আহ্বান জনাইছে লোকসকলে। কিন্তু বৰ্তমানলৈকে এটাও বান্দৰ পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হোৱা নাই বনবিভাগে। কিন্তু বান্দৰৰ জাকটোৰ এই হিংস্ৰৰূপে স্বাভাৱিকতেই চিন্তাত পেলাইছে লোকসকলক। উল্লেখ্য, ছেপ্তেম্বৰ মাহত অনুৰূপ ঘটনা সংঘটিত হৈছিল কৰ্ণাটকত। কাট্টিগেৰা জিলাৰ চিক্কামাগালাৰ অঞ্চলৰ নিকটৱৰ্তী অঞ্চলত মানুহৰ ওপৰত প্ৰতিশোধ ল’ব বাবে ২২ কিমি পথত অৱৰোধ কৰিছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24maharashtra incident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!
জীৱনশৈলী

May 7, 2026
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!
জীৱনশৈলী

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

May 7, 2026
পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

May 7, 2026
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?
জীৱনশৈলী

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

May 7, 2026
Next Post
অমিক্ৰণৰ ক্ৰমবৰ্ধমান ভয়াৱহতা সন্দৰ্ভত ভাৰতক প্ৰস্তুত থকাৰ আহ্বান AIIMSৰ মুৰব্বী ৰণদ্বীপ গুলেৰীয়াৰ

image of aishwarya rai bachan

এওঁলোকেও এনেকুৱা ‘কাম’ কৰেনে? EDৰ জেৰাৰ সন্মুখীন অভিনেত্ৰী ঐশ্বৰ্য্য ৰায় বচ্চন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন