• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
image of aishwarya rai bachan

এওঁলোকেও এনেকুৱা ‘কাম’ কৰেনে? EDৰ জেৰাৰ সন্মুখীন অভিনেত্ৰী ঐশ্বৰ্য্য ৰায় বচ্চন

4 years ago
বতৰে লৈছে কালৰূপ! আপোনাৰ অঞ্চলতো আহিছে নেকি ধুমুহা-বৰষুণ?

বতৰে লৈছে কালৰূপ! আপোনাৰ অঞ্চলতো আহিছে নেকি ধুমুহা-বৰষুণ?

59 minutes ago
৫ দিন ভুলতো নকৰিব এইবোৰ কাম, ৰোগ-ব্যাধিত যাব জীৱন!

৫ দিন ভুলতো নকৰিব এইবোৰ কাম, ৰোগ-ব্যাধিত যাব জীৱন!

2 hours ago
শীঘ্ৰে কৰক বেংকৰ কাম, অহা সপ্তাহত বন্ধ থাকিব বহুকেইটা বেংক!

শীঘ্ৰে কৰক বেংকৰ কাম, অহা সপ্তাহত বন্ধ থাকিব বহুকেইটা বেংক!

2 hours ago
আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং

আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং

3 hours ago
প্ৰথম মাতৃ দিৱস কেতিয়া পালন কৰা হৈছিল? ইতিহাস, তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে জানক

প্ৰথম মাতৃ দিৱস কেতিয়া পালন কৰা হৈছিল? ইতিহাস, তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে জানক

4 hours ago
তামিলনাডুত ‘বিজয়’ৰ ৰাজ! অভিনেতাৰ পৰা মুখ্যমন্ত্ৰীলৈ থালাপতি বিজয়ৰ যাত্ৰা

তামিলনাডুত ‘বিজয়’ৰ ৰাজ! অভিনেতাৰ পৰা মুখ্যমন্ত্ৰীলৈ থালাপতি বিজয়ৰ যাত্ৰা

4 hours ago
ৰাজ্যৰ ৰাজসিংহাসনত হিমন্ত বিশ্ব শৰ্মা! সৰ্বসন্মতি ক্ৰমে মুখ্যমন্ত্ৰী নিৰ্বাচন

ৰাজ্যৰ ৰাজসিংহাসনত হিমন্ত বিশ্ব শৰ্মা! সৰ্বসন্মতি ক্ৰমে মুখ্যমন্ত্ৰী নিৰ্বাচন

5 hours ago
IPL ত নোৱাৰে প্ৰেয়সী ৰাখিব! BCCI এ বান্ধি দিলে নতুন নিয়ম

IPL ত নোৱাৰে প্ৰেয়সী ৰাখিব! BCCI এ বান্ধি দিলে নতুন নিয়ম

6 hours ago
টোপনিৰ পৰা উঠিয়েই আইনাত মুখ চোৱাটো অভ্যাস নেকি? নকৰিব জীৱন বৰ্বাদ!

টোপনিৰ পৰা উঠিয়েই আইনাত মুখ চোৱাটো অভ্যাস নেকি? নকৰিব জীৱন বৰ্বাদ!

18 hours ago
ছালৰ সমস্যাত ভুগিছে নেকি? হ’ব পাৰে কুণ্ডলীৰ কোনো গ্ৰহৰ দোষ!

ছালৰ সমস্যাত ভুগিছে নেকি? হ’ব পাৰে কুণ্ডলীৰ কোনো গ্ৰহৰ দোষ!

18 hours ago
গাখীৰ চাহ প্ৰিয় নেকি? এদিনত কিমান কাপ খোৱা উচিত জানক

গাখীৰ চাহ প্ৰিয় নেকি? এদিনত কিমান কাপ খোৱা উচিত জানক

19 hours ago
ফেটি লিভাৰত শৰীৰৰ কোনবোৰ অংগ প্ৰভাৱিত হ’ব পাৰে? বিশেষজ্ঞৰ পৰা জানক

ফেটি লিভাৰত শৰীৰৰ কোনবোৰ অংগ প্ৰভাৱিত হ’ব পাৰে? বিশেষজ্ঞৰ পৰা জানক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এওঁলোকেও এনেকুৱা ‘কাম’ কৰেনে? EDৰ জেৰাৰ সন্মুখীন অভিনেত্ৰী ঐশ্বৰ্য্য ৰায় বচ্চন

editor by editor
December 20, 2021
in অপৰাধ, অসম, গুৱাহাটী, বিশ্ব, ভাৰত
0
image of aishwarya rai bachan

ed-summons-actress-aishwarya-rai-bachchan-in-panama-paper-leak-case

0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ পানামা পেপাৰ জালিয়াতি আৰু কৰ ফাঁকিৰ গোচৰত অভিযুক্ত ঐশ্বৰ্য্য ৰায় বচ্চন EDৰ জেৰাৰ সন্মুখীন৷ মানী লণ্ডাৰিঙ গোচৰত অভিযুক্ত হৈ সোমবাৰে EDৰ জেৰাৰ সন্মুখীন হয় অভিনেত্ৰীগৰাকী৷

পানামা পেপাৰ লীক গোচৰত জড়িত দেশৰ বহুতো তাৰকা-মহা তাৰকাৰ নাম৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতাৰ নামো সংযুক্ত হৈছে পানাম পেপাৰ জালিয়াতিত৷ অৱশেষত জেৰাৰ সন্মুখীন হ’ল মোহময়ী অভিনেত্ৰীগৰাকী৷ ঐশ্বৰ্য্য ৰায় বচ্চনৰ উপৰি অমিতাভ বচ্চনৰ নামো জড়িত হৈ আছে এই অভিযোগত৷

২০১৬ চনৰ পৰা পানামা গোচৰ সন্দৰ্ভত আদালতত অব্যাহত আছে তদন্ত প্ৰক্ৰিয়া৷ উল্লেখ্য বচ্চন পৰিয়ালৰ বিৰুদ্ধে আছে ২০ হাজাৰ কোটি টকাৰ কৰ ফাঁকিৰ অভিযোগ৷ ২০০৫ চনতেই এক ব্ৰিটিছ বৰ্জিত নদীদ্বীপত স্থাপিত এটা কোম্পানীৰ ডিৰেক্টৰ আছিল ঐশ্বৰ্য্য ৰায়৷ ২০০৮ চনত বন্ধ হৈ পৰে কোম্পানীটো৷ ইফালে ৪টা শ্বিপিং কোম্পানীৰ মালিক আছিল অমিতাভ বচ্চন৷ এতিয়া অভিযোগ উঠিছে যে, কেৱল কৰ ফাঁকিৰ বাবেই এইসমূহ কোম্পানীৰ সৃষ্টি কৰিছিল নেকি বচ্চন পৰিয়ালে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aishwarya rai bachchanamitabh bachchanasom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelpanama paper leak case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বতৰে লৈছে কালৰূপ! আপোনাৰ অঞ্চলতো আহিছে নেকি ধুমুহা-বৰষুণ?
অসম

বতৰে লৈছে কালৰূপ! আপোনাৰ অঞ্চলতো আহিছে নেকি ধুমুহা-বৰষুণ?

May 10, 2026
তামিলনাডুত ‘বিজয়’ৰ ৰাজ! অভিনেতাৰ পৰা মুখ্যমন্ত্ৰীলৈ থালাপতি বিজয়ৰ যাত্ৰা
ভাৰত

তামিলনাডুত ‘বিজয়’ৰ ৰাজ! অভিনেতাৰ পৰা মুখ্যমন্ত্ৰীলৈ থালাপতি বিজয়ৰ যাত্ৰা

May 10, 2026
ৰাজ্যৰ ৰাজসিংহাসনত হিমন্ত বিশ্ব শৰ্মা! সৰ্বসন্মতি ক্ৰমে মুখ্যমন্ত্ৰী নিৰ্বাচন
অসম

ৰাজ্যৰ ৰাজসিংহাসনত হিমন্ত বিশ্ব শৰ্মা! সৰ্বসন্মতি ক্ৰমে মুখ্যমন্ত্ৰী নিৰ্বাচন

May 10, 2026
যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?
অসম

যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?

May 9, 2026
Next Post
‘কেৱল মাতৃগৰ্ভত আৰু কবৰতহে সুৰক্ষিত নাৰী’, ছুইচাইড নোটত ব্যক্ত এগৰাকী নাৰীৰ অকথিত ব্যথা

‘কেৱল মাতৃগৰ্ভত আৰু কবৰতহে সুৰক্ষিত নাৰী’, ছুইচাইড নোটত ব্যক্ত এগৰাকী নাৰীৰ অকথিত ব্যথা

সুযোগ সদায় নাহে! ২ টকীয়া মুদ্ৰাই ক্ষন্তেকতে সলনি কৰিব পাৰে আপোনাৰ ভৱিষ্যৎ

সুযোগ সদায় নাহে! ২ টকীয়া মুদ্ৰাই ক্ষন্তেকতে সলনি কৰিব পাৰে আপোনাৰ ভৱিষ্যৎ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.