• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বক্স অফিচত অভিলেখ Spider Man: No Way Homeৰ, সৰ্বকালৰ দ্বিতীয় উপাৰ্জিত অপেনাৰ ছবিৰ অভিলেখ

বক্স অফিচত অভিলেখ Spider Man: No Way Homeৰ, সৰ্বকালৰ দ্বিতীয় উপাৰ্জিত অপেনাৰ ছবিৰ অভিলেখ

5 years ago
পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

29 minutes ago
ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

1 hour ago
গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

2 hours ago
এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

3 hours ago
শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

4 hours ago
হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

5 hours ago
পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

5 hours ago
প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

5 hours ago
২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

6 hours ago
আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

6 hours ago
বংগোপসাগৰৰ পৰা আহি আছে ভয়ংকৰ বিপদ!

বংগোপসাগৰৰ পৰা আহি আছে ভয়ংকৰ বিপদ!

7 hours ago
২৭ লাখ ভাৰতীয়ৰ বাবে ডাঙৰ খবৰ!

২৭ লাখ ভাৰতীয়ৰ বাবে ডাঙৰ খবৰ!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বক্স অফিচত অভিলেখ Spider Man: No Way Homeৰ, সৰ্বকালৰ দ্বিতীয় উপাৰ্জিত অপেনাৰ ছবিৰ অভিলেখ

editor by editor
December 18, 2021
in Uncategorized, অসম, গুৱাহাটী, চিনেমা, বিনোদন, বিশ্ব, ভাৰত
0
বক্স অফিচত অভিলেখ Spider Man: No Way Homeৰ, সৰ্বকালৰ দ্বিতীয় উপাৰ্জিত অপেনাৰ ছবিৰ অভিলেখ
0
SHARES
610
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মুক্তিৰ প্ৰথম দিনাই বক্স অফিচত অভিলেখ হলীউড ছবি Spider Man: No Way Homeৰ। বক্স অফিচত সৰ্বকালৰ দ্বিতীয় উপাৰ্জিত অপেনাৰ ছবি হিচাপে অভিলেখ ৰচনা স্পাইডাৰ মেনৰ। ভাৰতত এদিনতে সংগ্ৰহ ৩২.৬৭ কোটি টকা। মুক্তিৰ প্ৰথম দিনাই সৰ্বাধিক চৰ্চিত ছবি ‘সূৰ্যবংশী’ক ছেৰ পেলালে Spider Man: No Way Homeয়ে। এক  অধ্যয়নত প্ৰকাশ পোৱা তথ্য অনুসৰি, ভাৰতত ক্ৰমান্বয়ে বৃদ্ধি পাইছে আন্তঃৰাষ্ট্ৰীয় ছবিৰ জনপ্ৰিয়তা। হলীউড ছবিক আকোৱালি লৈছে ভাৰতীয় দৰ্শকে।  Spider Man: No Way Home ছবিখনলৈ অভূতপূৰ্ব সঁহাৰি আগবঢ়াইছে দৰ্শকে। Jon Wattৰ পৰিচালিত  Spider-man ফিল্মচৰ MCU trilogy ৰ তৃতীয়খন ফিল্ম Spider Man: No Way Home৷ য’ত পিটাৰ পাৰ্কাৰৰ চৰিত্ৰত টম হলেণ্ডৰ কাহিনীৰ পৰিসমাপ্তি৷ মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্চ আৰু ইয়াৰ Story Arcৰ ধাৰাবাহিকতা আছিল Spider Man: No Way Home৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24avengersaxom live 24mcu superherosooryavanshispider man 2021Spider Man: No Way Hometom holland
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!
অসম

পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

October 26, 2026
ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!
অসম

ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

October 26, 2026
গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫
অসম

গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

October 26, 2026
এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে
অসম

এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

October 26, 2026
Next Post
হনুমান ভক্তৰ হিংস্ৰ ৰূপত অতিষ্ঠ জীৱশ্ৰেষ্ঠ! এমাহত হত্যা ২৫০টা কুকুৰ

হনুমান ভক্তৰ হিংস্ৰ ৰূপত অতিষ্ঠ জীৱশ্ৰেষ্ঠ! এমাহত হত্যা ২৫০টা কুকুৰ

অমিক্ৰণৰ ক্ৰমবৰ্ধমান ভয়াৱহতা সন্দৰ্ভত ভাৰতক প্ৰস্তুত থকাৰ আহ্বান AIIMSৰ মুৰব্বী ৰণদ্বীপ গুলেৰীয়াৰ

অমিক্ৰণৰ ক্ৰমবৰ্ধমান ভয়াৱহতা সন্দৰ্ভত ভাৰতক প্ৰস্তুত থকাৰ আহ্বান AIIMSৰ মুৰব্বী ৰণদ্বীপ গুলেৰীয়াৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.