• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিশোৰীক ডিজিটেল ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হ’ল ৮১ বছৰীয়া স্কেচ শিল্পী, কি এই ডিজিটেল ধৰ্ষণ?

কিশোৰীক ডিজিটেল ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হ’ল ৮১ বছৰীয়া স্কেচ শিল্পী, কি এই ডিজিটেল ধৰ্ষণ?

4 years ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

3 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

4 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

6 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

7 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

7 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

7 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

8 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

9 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

9 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

10 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

10 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কিশোৰীক ডিজিটেল ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হ’ল ৮১ বছৰীয়া স্কেচ শিল্পী, কি এই ডিজিটেল ধৰ্ষণ?

editor by editor
May 17, 2022
in অপৰাধ, ভাৰত
0
কিশোৰীক ডিজিটেল ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হ’ল ৮১ বছৰীয়া স্কেচ শিল্পী, কি এই ডিজিটেল ধৰ্ষণ?
0
SHARES
460
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী ১৭ বছৰীয়া কিশোৰীক সাত বছৰতকৈ অধিক সময় ধৰি ‘ডিজিটেল ধৰ্ষণ’ কৰাৰ অভিযোগত এগৰাকী ৮১ বছৰীয়া স্কেচ শিল্পীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷

সংবাদ সংস্থা পিটিআইৰ বাতৰিৰ মতে যোৱা ২০ বছৰ ধৰি বৃদ্ধগৰাকীৰ সৈতে কিশোৰীগৰাকীৰ পিতৃৰ পৰিচয় আছিল৷ সেই সূত্ৰে কিশোৰীগৰাকীৰ সৈতে বৃদ্ধি শিল্পীগৰাকী পৰিচিত আছিল৷

যোৱা ৭ বছৰ ধৰি কিশোৰী গৰাকীক ডিজিটেল ধৰ্ষণ কৰি অহা বৃদ্ধ শিল্পীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ কিশোৰীগৰাকী প্ৰথমে শংকিত হৈ আছিল৷ ইয়াৰ পিছতে সমগ্ৰ ঘটনাৰ বিষয়ে কিশোৰীগৰাকীয়ে পিতৃক অৱগত কৰে৷ পিতৃক কোৱাৰ পিছৰে কিশোৰীগৰাকীয়ে বৃদ্ধি শিল্পীগৰাকীৰ ভিডিঅ’ কলৰ ডিজিটেল ধৰ্ষণ দৃশ্যসমূহ ৰেকৰ্ডিং কৰি তথ্য প্ৰমাণ সংগ্ৰহ কৰে৷

লগতে পঢ়ক ফেট ৰিমুভেল অস্ত্ৰোপচাৰ কৰি মৃত্যু দক্ষিণৰ জনপ্ৰিয় ২১ বছৰীয়া অভিনেত্ৰীৰ

তথ্য প্ৰমাণ মজুত কৰাৰ পিছতে তাৰ ভিত্তিত কিশোৰীগৰাকীৰ পৰিয়ালে বৃদ্ধি স্কেচ শিল্পীগৰাকীৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷

উক্ত এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে গোচৰ ৰুজু কৰি অভিযুক্ত ৮১ বছৰীয়া বৃদ্ধ স্কেচ শিল্পীগৰাকীক গ্ৰেপ্তাৰ কৰে৷ ইতিমধ্যে আৰক্ষীয়ে বৃদ্ধ শিল্পীগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৬ (ধৰ্ষণ) ৩২৩ (স্বেচ্ছাই আঘাত কৰা) আৰু ৫০৬ (অপৰাধমূলক ভাবুকি প্ৰদান) ধাৰাত গোচৰ ৰুজু কৰিছে৷

লগতে পঢ়ক বৈবাহিক ধৰ্ষণ : দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল

কি এই ‘ডিজিটেল ধৰ্ষণ’?

আচলতে ডিজিটেলভাৱে সংঘটিত কোনো যৌন অপৰাধক ‘ডিজিটেল ধৰ্ষণ’ বুলি কোৱা নহয়৷ অৰ্থাৎ ইণ্টাৰনেটত কাৰোবাৰ পৰিচয় বিকৃত কৰা বা কোনো ডিজিটেল প্লেটফৰ্মৰ অপব্যৱহাৰ কৰা যোগেদি যৌন অপৰাধ কৰাকে ডিজিটেল ধৰ্ষণ বুলি কোৱা নহয়৷

কিন্তু সন্মতি অবিহনে কোনো ছোৱালী বা নাৰীৰ গোপন অংগত হাতৰ আঙুলি বা ভৰিৰ আঙুলি প্ৰৱেশ কৰোৱাই জোৰকৈ যৌন সম্পৰ্ক কৰাটোকহে ডিজিটেল ধৰ্ষণ বুলি কোৱা হয়৷

আনহাতে, ২০১২ চনৰ ডিচেম্বৰ মাহলৈকে ভাৰতত ডিজিটেল ধৰ্ষণক এক প্ৰকাৰৰ ধৰ্ষণ বুলি গণ্য কৰা হোৱা নাছিল। কিন্তু নিৰ্ভয়া দলবদ্ধ ধৰ্ষণ গোচৰৰ পিছত ভাৰতে এই যৌন অপৰাধক ‘ডিজিটেল ধৰ্ষণ’ হিচাপে শ্ৰেণীভুক্ত কৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamdigital rape
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

March 18, 2026
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব
জীৱনশৈলী

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

March 18, 2026
Next Post
জাৰ্মান পৰ্যটকসহ এগৰাকী ব্ৰিটিছ ভূতত্ত্ববিদক মৃত্যুদণ্ড ইৰাকত, কিন্তু কিয়?

জাৰ্মান পৰ্যটকসহ এগৰাকী ব্ৰিটিছ ভূতত্ত্ববিদক মৃত্যুদণ্ড ইৰাকত, কিন্তু কিয়?

যুৱতীলৈ মেছেজ যুৱকৰ! উলংগ কৰি গাঁৱত ঘূৰাই ঘূৰাই দিয়া হ’ল যুৱকক শাস্তি

যুৱতীলৈ মেছেজ যুৱকৰ! উলংগ কৰি গাঁৱত ঘূৰাই ঘূৰাই দিয়া হ’ল যুৱকক শাস্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.