• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৯ গৰাকী পত্নী! এগৰাকীয়েই হ’ব পাৰিব মাতৃ! কি নিয়ম কৰিলে স্বামীয়ে?

৯ গৰাকী পত্নী! এগৰাকীয়েই হ’ব পাৰিব মাতৃ! কি নিয়ম কৰিলে স্বামীয়ে?

4 years ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

28 minutes ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

58 minutes ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

3 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

3 hours ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

16 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

16 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

17 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

18 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

18 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

19 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

19 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

৯ গৰাকী পত্নী! এগৰাকীয়েই হ’ব পাৰিব মাতৃ! কি নিয়ম কৰিলে স্বামীয়ে?

editor by editor
May 17, 2022
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
৯ গৰাকী পত্নী! এগৰাকীয়েই হ’ব পাৰিব মাতৃ! কি নিয়ম কৰিলে স্বামীয়ে?
0
SHARES
450
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বহুবিবাহ কৰা এগৰাকী মডেলে নিজৰ ৯ গৰাকী পত্নীলৈ আগবঢ়াইছে এক আকৰ্ষণীয় প্ৰস্তাৱ৷ মডেলগৰাকীয়ে নিজৰ নগৰাকী পত্নীক কৈছে যে যিগৰাকীয়ে তেওঁৰ সৈতে প্ৰথমে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ আহিব সেইগৰাকী পত্নীয়েই তেওঁৰ সন্তানৰ মাতৃ হ’ব৷ জেম প্ৰেছ নামৰ সংবাদ সংস্থাটোত দিয়া সাক্ষাৎকাৰত এইদৰে কয় মডেলগৰাকীয়ে৷

মডেলগৰাকী হৈছে ব্ৰাজিলৰ অথ’ৰ অ’ উৰ্ছু৷ অথ’ৰ পেছাত এগৰাকী মডেল হোৱাৰ লগতে এগৰাকী বহুগামী৷ তেওঁ প্ৰথমে লৌনা কাজাকীক বিবাহ কৰায়৷ ইয়াৰ পিছতে তেওঁ প্ৰথমা পত্নীৰ উপস্থিতিতে চাও পাওলোৰ এটা গীৰ্জাত অন্য ৯ গৰাকী পত্নীক বিবাহ কৰাই দহগৰাকী পত্নীৰ স্বামী হৈছিল৷ কিন্তু কিছুদিনৰ পূৰ্বে এগৰাকী পত্নীয়ে তেওঁৰ সৈতে বিবাহ বিচ্ছেদ কৰিছে৷

বৰ্তমান ৯ গৰাকী পত্নীৰ স্বামী অথ’ৰে কয় যে আৰু যৌন সম্পৰ্কৰ বিচিত্ৰ অভিজ্ঞতা লাভৰ বাবে তেওঁ আৰু দুগৰাকী পত্নী বিবাহ কৰাব৷ আৰু ইয়াৰ পিছতে তেওঁ মুঠ ১১ গৰাকী পত্নীৰ মাত্ৰ এটা সন্তানৰ পিতৃ হ’ব৷

লগতে পঢ়ক বৈবাহিক ধৰ্ষণ : দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল

সেয়ে অথ’ৰ অ’ উৰ্ছুৱে ঘোষণা কৰিছে যে তেওঁ সন্তানৰ পিতৃ হোৱাৰ ঘোষণা কৰাৰ পিছতে যিগৰাকী পত্নীয়ে তেওঁৰ সৈতে যৌন সম্পৰ্ক কৰিবলৈ প্ৰথমে আগবাঢ়ি আহিব সেইগৰাকীয়েহে কেৱল তেওঁৰ সন্তানৰ মাতৃ হ’ব পাৰিব৷

ইফালে অথ’ৰে আৰু কয় যে তেওঁৰ এজনী পত্নীয়ে তেওঁৰ সন্তানৰ মাতৃ হ’লেও আটাইকেইগৰাকী পত্নীয়ে মাতৃত্বৰ অনুভৱ কৰিব পাৰিব৷ আটাইকেইগৰাকী পত্নীয়ে তেওঁৰ সন্তানক সমানে মৰম আৰু আপডাল কৰিব৷ কাৰণ তেওঁৰ আটাইকেইগৰাকী পত্নীয়েই তেওঁক সমান মৰম আৰু আদৰ কৰে যেনেকৈ তেওঁ কৰে৷

বহুবিবাহী অথ’ৰে প্ৰকাশ কৰিছে যে ইতিমধ্যে তেওঁ নগৰাকী পত্নীক যৌন সম্পৰ্ক স্থাপনৰ এক নিৰ্দিষ্ট সময়ৰ তালিকা প্ৰস্তুত কৰি লৈছে আৰু সেই অনুসৰি পত্নীসকলৰ সৈতে তেওঁ সহবাস কৰি আহিছে৷ কিন্তু সন্তান জন্মৰ ক্ষেত্ৰত তেওঁ এই নীতিক শীথিল কৰিব৷

লগতে পঢ়ক যৌন সম্পৰ্কৰ সন্তুষ্টি বয়সৰ ওপৰত নিৰ্ভৰ কৰে নেকি? গৱেষণাই কি কয়?

তেওঁ লগতে কয় যে প্ৰথমে নগৰাকী পত্নীৰে পৰিস্থিতি চম্ভালিবলৈ তেওঁ সংগ্ৰাম কৰিবলগীয়া হৈছিল যদিও এতিয়া সকলোবোৰ চিজিল লাগিছে৷

‘‘মোৰ কোনো প্ৰিয় পত্নী নাই, আমি সকলোবোৰ স্বাভাৱিকভাৱে হ’বলৈ দিছো।’’ পৰিস্থিতিটো চম্ভালি লোৱাৰ পিছত অথ’ৰে এইদৰে কয়৷ তেওঁৰ মতে আটাইকেইগৰাকী পত্নীয়ে সমানে প্ৰিয় হোৱাৰ বাবে সন্তান জন্মৰ ক্ষেত্ৰত তেওঁ এই পদ্ধতিক গ্ৰহণ কৰিছে৷

‘‘মই বিশ্বাস কৰোঁ যে প্ৰথম সন্তানটো অহাৰ পিছত আৰু বাকীসকলে গোটেই পৰিস্থিতিটো দেখাৰ পিছত তেওঁলোকে নিশ্চিতভাৱে একে অনুভৱ আৰু অভিজ্ঞতা লাভ কৰিব বিচাৰিব।’’ অথ’ৰে কয়৷

উল্লেখ্য যে ব্ৰাজিলত বহুবিবাহ অবৈধ৷ সেয়ে তেওঁৰ এই বিবাহ আইনগতভাৱে বৈধ নহয়। ইফালে অগতানুগতিক জীৱনশৈলীৰ বাবে চৰ্চিত অথ’ৰ অ’ উৰ্ছুৰ ইনষ্টাগ্ৰামত ১ লাখৰো অধিক অনুৰাগী আছে৷ তেওঁ ইনষ্টাগ্ৰামত নিজৰ পত্নীসকলৰ সৈতে কটোৱা শুভ মুহূৰ্তৰ ফ’টোসমূহ প্ৰায়ে শ্বেয়াৰ কৰি আহিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Arthur O Ursoasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!
বিনোদন

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

October 13, 2026
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!
জীৱনশৈলী

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

October 13, 2026
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

October 13, 2026
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ
জীৱনশৈলী

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

October 13, 2026
Next Post
কিশোৰীক ডিজিটেল ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হ’ল ৮১ বছৰীয়া স্কেচ শিল্পী, কি এই ডিজিটেল ধৰ্ষণ?

কিশোৰীক ডিজিটেল ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হ’ল ৮১ বছৰীয়া স্কেচ শিল্পী, কি এই ডিজিটেল ধৰ্ষণ?

জাৰ্মান পৰ্যটকসহ এগৰাকী ব্ৰিটিছ ভূতত্ত্ববিদক মৃত্যুদণ্ড ইৰাকত, কিন্তু কিয়?

জাৰ্মান পৰ্যটকসহ এগৰাকী ব্ৰিটিছ ভূতত্ত্ববিদক মৃত্যুদণ্ড ইৰাকত, কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.