• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুৱতীলৈ মেছেজ যুৱকৰ! উলংগ কৰি গাঁৱত ঘূৰাই ঘূৰাই দিয়া হ’ল যুৱকক শাস্তি

যুৱতীলৈ মেছেজ যুৱকৰ! উলংগ কৰি গাঁৱত ঘূৰাই ঘূৰাই দিয়া হ’ল যুৱকক শাস্তি

4 years ago
সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

6 minutes ago
এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

2 hours ago
ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

2 hours ago
বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

3 hours ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

17 hours ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

17 hours ago
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

18 hours ago
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

18 hours ago
মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

19 hours ago
ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

21 hours ago
পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

22 hours ago
১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

যুৱতীলৈ মেছেজ যুৱকৰ! উলংগ কৰি গাঁৱত ঘূৰাই ঘূৰাই দিয়া হ’ল যুৱকক শাস্তি

editor by editor
May 17, 2022
in অপৰাধ, ভাৰত
0
যুৱতীলৈ মেছেজ যুৱকৰ! উলংগ কৰি গাঁৱত ঘূৰাই ঘূৰাই দিয়া হ’ল যুৱকক শাস্তি
0
SHARES
255
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী যুৱতীলৈ মেচেজ প্ৰেৰণ কৰাৰ ‘অপৰাধ’ত এগৰাকী যুৱকক এখনত গাঁৱত দুদিন ধৰি মাৰপিট কৰাৰ লগতে উলংগ কৰি ঘূৰাই ফুৰাৰ দৰে এক ঘটনা পোহৰলৈ আহিছে৷ এই চাঞ্চল্যকৰ ঘটনা কৰ্ণাটকৰ আট্টিকেৰে গাঁৱত সংঘটিত হৈছে।

যদিও সোমবাৰে এই ঘটনা পোহৰলৈ আহিছিল, কিন্তু প্ৰকৃত ঘটনাটো এসপ্তাহ পূৰ্বে সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। এজন ২০ বছৰীয়া এজন যুৱকক উলংগ কৰি ঘূৰাই ফুৰাৰ একাধিক ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে আৰক্ষী স্তম্ভিত হৈ পৰে। পিছত সোমবাৰে নিৰ্যাতিত যুৱকজনৰ মাতৃৰ অভিযোগৰ ভিত্তিত ঘটনাৰে জড়িত থকাৰ অভিযোগত দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ সূত্ৰৰ অনুসৰি ভুক্তভোগী ২০ বছৰীয়া যুৱকজনৰ নাম গণেশ। যিগৰাকী যুৱতীলৈ গণেশে মেছেজ প্ৰেৰণ কৰিছিল সেই যুৱতীগৰাকীও একেখন গাঁৱৰে বাসিন্দা।

লগতে পঢ়ক কিশোৰীক ডিজিটেল ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হ’ল ৮১ বছৰীয়া স্কেচ শিল্পী, কি এই ডিজিটেল ধৰ্ষণ?

ভুক্তভোগী যুৱকজনৰ মাতৃয়ে কৰা অভিযোগ অনুসৰি যোৱা বুধবাৰে সন্ধিয়া হঠাতে গাঁৱৰে এদল লোকে তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰি তেওঁৰ পুত্ৰক টানি উলিয়াই লৈ যায়। দলটোৱে যুৱকজনক ক’লৈ লৈ যোৱা হৈছে বুলি মাতৃয়ে প্ৰশ্ন কৰিছিল যদিও তেওঁলোকে কোনো উত্তৰ দিয়া নাছিল৷

মাতৃগৰাকীয়ে মতে তেওঁৰ পুত্ৰক বলপূৰ্বকভাৱে লৈ যোৱা দলটোৱে ভাবুকি প্ৰদান কৰাৰ বাবেই আৰক্ষীৰ ওচৰত চাপিবলৈ শংকিত হৈছিল৷

ইফালে ভুক্তভোগী গণেশক অতি সামান্য কাৰণতে দুদিন বন্দী কৰি অকথ্য অত্যাচাৰ কৰা হয়। ইয়াৰ পিছত যোৱা শুকুৰবাৰে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে গণেশক গোটেই গাঁওখনতে উলংগ হৈ ঘূৰাই ফুৰিছিল।

লগতে পঢ়ক ৯ গৰাকী পত্নী! এগৰাকীয়েই হ’ব পাৰিব মাতৃ! কি নিয়ম কৰিলে স্বামীয়ে?

আনহাতে, আৰক্ষীয়ে ঘটনাৰ তদন্তৰ কৰি প্ৰকাশ কৰিছে যে যুৱতীগৰাকীয়ে যুৱকজনৰ লগত পূৰ্বৰে ইচ্ছামূলকভাৱে কথা আহিছে।

কিন্তু তেওঁলোকৰ মেছেজৰ বাৰ্তালাপ দেখি যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে ক্ৰোধান্বিত হৈ যুৱকজনৰ ঘৰলৈ গৈ আক্ৰমণ কৰে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক
ক্ৰীড়া

সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

June 11, 2026
ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি
বিশ্ব

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

June 11, 2026
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে
ভাৰত

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

June 10, 2026
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা
ভাৰত

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

June 10, 2026 - Updated on June 11, 2026
Next Post
আৰ্ত শিশুৰ বাবে ১১৮ লিটাৰ মাতৃদুগ্ধ বিক্ৰী এগৰাকী মাতৃৰ

আৰ্ত শিশুৰ বাবে ১১৮ লিটাৰ মাতৃদুগ্ধ বিক্ৰী এগৰাকী মাতৃৰ

জঘন্য কাণ্ড! গৰু পোৱালিক ধৰ্ষণ কৰি  ত্ৰিপুৰাত গ্ৰেপ্তাৰ হ’ল অসমৰ যুৱক

জঘন্য কাণ্ড! গৰু পোৱালিক ধৰ্ষণ কৰি ত্ৰিপুৰাত গ্ৰেপ্তাৰ হ’ল অসমৰ যুৱক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.