• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জঘন্য কাণ্ড! গৰু পোৱালিক ধৰ্ষণ কৰি  ত্ৰিপুৰাত গ্ৰেপ্তাৰ হ’ল অসমৰ যুৱক

জঘন্য কাণ্ড! গৰু পোৱালিক ধৰ্ষণ কৰি ত্ৰিপুৰাত গ্ৰেপ্তাৰ হ’ল অসমৰ যুৱক

4 years ago
আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

23 minutes ago
ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ,  নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ, নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

54 minutes ago
GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

2 hours ago
বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

2 hours ago
জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

4 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

5 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

7 hours ago
অসম মোৰ দ্বিতীয় ঘৰ, ইচ্ছা কৰিও বন্যাৰ্তৰ কাষত থাকিব পৰা নাইঃ আনন্দ মিশ্ৰ

অসম মোৰ দ্বিতীয় ঘৰ, ইচ্ছা কৰিও বন্যাৰ্তৰ কাষত থাকিব পৰা নাইঃ আনন্দ মিশ্ৰ

7 hours ago
হকী ইণ্ডিয়াৰ মিথ্যাচাৰ ফাদিল! জাৰ্ছীৰ গেৰুৱাকৰণ সন্দৰ্ভত লোৱা নাছিল খেলুৱৈৰ পৰামৰ্শ

হকী ইণ্ডিয়াৰ মিথ্যাচাৰ ফাদিল! জাৰ্ছীৰ গেৰুৱাকৰণ সন্দৰ্ভত লোৱা নাছিল খেলুৱৈৰ পৰামৰ্শ

8 hours ago
‘মোৰ হৃদয়খন অসমতে থাকি যাব…’

‘মোৰ হৃদয়খন অসমতে থাকি যাব…’

8 hours ago
বিয়াৰ নামত লাখ লাখ টকা খৰচ কৰা নে ভৱিষ্যতৰ বাবে সঞ্চয় কৰা?

বিয়াৰ নামত লাখ লাখ টকা খৰচ কৰা নে ভৱিষ্যতৰ বাবে সঞ্চয় কৰা?

9 hours ago
অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?

অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

জঘন্য কাণ্ড! গৰু পোৱালিক ধৰ্ষণ কৰি ত্ৰিপুৰাত গ্ৰেপ্তাৰ হ’ল অসমৰ যুৱক

editor by editor
May 18, 2022
in অপৰাধ, অসম, উত্তৰ-পূব
0
জঘন্য কাণ্ড! গৰু পোৱালিক ধৰ্ষণ কৰি  ত্ৰিপুৰাত গ্ৰেপ্তাৰ হ’ল অসমৰ যুৱক
0
SHARES
770
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ ত্ৰিপুৰা জিলাৰ অসম-ত্ৰিপুৰা আন্তঃৰাজ্যিক সীমান্তৰ সমীপৰ কদমতলা আৰক্ষী থানাৰ অন্তৰ্গত সৰলাত মঙলবাৰে এটি গৰু পোৱালিক ধৰ্ষণ (অস্বাভাৱিক যৌন সম্পৰ্ক) কৰাৰ অভিযোগত অসমৰ এগৰাকী ২৩ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে।

ধৃত যুৱক হালিম উদ্দিন নামনি অসমৰ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ কোটামনি নিবাসী আৰু পেছাত এগৰাকী দিন মজুৰি কৰা শ্ৰমিক।

সূত্ৰৰ মতে, মঙলবাৰে নিশা প্ৰায় ১১:৪৬ বজাত শিলচৰ নগৰৰ পৰা প্ৰায় ১২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত সৰলা জিপিৰ বঙালজুম অঞ্চলত এই ঘটনাটো সংঘটিত হয়৷

লগতে পঢ়ক আৰ্ত শিশুৰ বাবে ১১৮ লিটাৰ মাতৃদুগ্ধ বিক্ৰী এগৰাকী মাতৃৰ

অভিযোগ মতে অঞ্চলটোৰ এটা পানী যোগান প্ৰকল্পত শ্ৰমিক হিচাপে কৰ্মৰত হালিমে গৰু পোৱালিটোক এক নিৰ্জন ঠাইলৈ লৈ যায়। কিন্তু চুবুৰীটোৰ এটি শিশুৱে হালিমে গৰু পোৱালিটো লৈ যোৱা দেখা পাই স্থানীয় একাংশ বাসিন্দাক অৱগত কৰে৷

স্থানীয় ৰাইজে হালিম আৰু গৰু পোৱালিটোৰ সন্ধান অভিযান চলাই হালিমে গৰু পোৱালিটোৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক স্থাপন কৰি থকাৰ সময়তে কৰায়ত্ত কৰা বুলি দাবী কৰে৷ ইয়াৰ পিছতে স্থানীয় ৰাইজে ঘটনাৰ সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে৷

ঘটনাৰ খবৰ লাভ কৰিয়েই কদমতলা থানাৰ আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত হালিমক গ্ৰেপ্তাৰ কৰে কদমতলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া এছ দেৱে বুধবাৰে সংবাদ মাধ্যমক মতে জনোৱা মতে ধৃত যুৱকজনে নিজৰ অপৰাধ আংশিকভাৱেহে স্বীকাৰ কৰিছে।

লগতে পঢ়ক যুৱতীলৈ মেছেজ যুৱকৰ! উলংগ কৰি গাঁৱত ঘূৰাই ঘূৰাই দিয়া হ’ল যুৱকক শাস্তি

ইফালে হালিমৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ আইনৰ ৩৭৭ ধাৰা (অপ্ৰাকৃতিক অপৰাধ)ৰ অধীনত আৰু পশুৰ ওপৰত নিষ্ঠুৰতা প্ৰতিৰোধ আইন, ১৯৬০ৰ সংশ্লিষ্ট ধাৰাৰ অধীনত এটা গোচৰ পঞ্জীয়ন কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে বুধবাৰে তেওঁক আদালতত হাজিৰ কৰা হ’ব।

আনহাতে, হালিমে বলপূৰ্বকভাৱে অস্বাভাৱিক যৌন সম্পৰ্ক স্থাপন কৰা গৰু পোৱালিটোক স্বাস্থ্য পৰীক্ষাৰ বাবে স্থানীয় পশু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু তাৰ পিছত পোৱালিটোৰ মালিকে ঘৰলৈ লৈ যায়।

আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে হালিমৰ অস্বাভাৱিক যৌন সম্পৰ্ক স্থাপনৰ ফলত গৰু পোৱালিটো আঘাতপ্ৰাপ্ত হৈছে। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, পোৱালিটোৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন এতিয়াও পোৱা নাই।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in Assamcalf rapeunnatural sexunnatural sex with calf
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা
অসম

জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

July 31, 2026
অসম মোৰ দ্বিতীয় ঘৰ, ইচ্ছা কৰিও বন্যাৰ্তৰ কাষত থাকিব পৰা নাইঃ আনন্দ মিশ্ৰ
অসম

অসম মোৰ দ্বিতীয় ঘৰ, ইচ্ছা কৰিও বন্যাৰ্তৰ কাষত থাকিব পৰা নাইঃ আনন্দ মিশ্ৰ

July 31, 2026
‘মোৰ হৃদয়খন অসমতে থাকি যাব…’
অসম

‘মোৰ হৃদয়খন অসমতে থাকি যাব…’

July 31, 2026
শিৱসাগৰত অনন্যা বিৰলা, বন্যাৰ্তলৈ বলীউডৰ এইজন অভিনেতাৰ ১ কোটি টকা
অসম

শিৱসাগৰত অনন্যা বিৰলা, বন্যাৰ্তলৈ বলীউডৰ এইজন অভিনেতাৰ ১ কোটি টকা

July 31, 2026
Next Post
যৌন সংগমৰ সময়ত মাত্ৰাধিক চিঞৰ বাখৰ এহাল দম্পতীৰ, প্ৰতিবেশীয়ে তৰিলে গোচৰ!

যৌন সংগমৰ সময়ত মাত্ৰাধিক চিঞৰ বাখৰ এহাল দম্পতীৰ, প্ৰতিবেশীয়ে তৰিলে গোচৰ!

সাৱধান! জলপ্ৰপাতত ফটো তুলি থাকোতে ৫০ ফুট তললৈ পৰি মৃত্যু সুন্দৰী যুৱতী পৰ্যটকৰ

সাৱধান! জলপ্ৰপাতত ফটো তুলি থাকোতে ৫০ ফুট তললৈ পৰি মৃত্যু সুন্দৰী যুৱতী পৰ্যটকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.