• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জঘন্য! ৮৭ বছৰীয়া বৃ্দ্ধাক ধৰ্ষণ, লুটি নিলে নগদ ধনসহ মোবাইল ফোন

জঘন্য! ৮৭ বছৰীয়া বৃ্দ্ধাক ধৰ্ষণ, লুটি নিলে নগদ ধনসহ মোবাইল ফোন

4 years ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

6 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

7 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

8 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

8 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

9 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

9 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

11 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

11 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

12 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

12 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

13 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

জঘন্য! ৮৭ বছৰীয়া বৃ্দ্ধাক ধৰ্ষণ, লুটি নিলে নগদ ধনসহ মোবাইল ফোন

editor by editor
February 14, 2022
in অপৰাধ, ভাৰত
0
জঘন্য! ৮৭ বছৰীয়া বৃ্দ্ধাক ধৰ্ষণ, লুটি নিলে নগদ ধনসহ মোবাইল ফোন
0
SHARES
154
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অন্য এক জঘন্য ধৰ্ষণ কাণ্ডৰ ঘটনা পোহৰলৈ আহিছে৷ এগৰাকী ৮৭ বছৰীয়া বৃদ্ধাক ধৰ্ষণ কৰাৰ পাশৱিক এক ঘটনাৰ তথ্য পোহৰলৈ আহিছে৷

আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণী অনুসৰি দেওবাৰে দেশৰ ৰাজধানী দিল্লীৰ তিলক নগৰত এই জঘন্য ঘটনা সংঘটিত হৈছে৷

তিলক নগৰত ৬৫ বছৰীয়া নিজ কন্যাৰ সৈতে বসবাস কৰা ৮৭ বছৰীয়া বৃদ্ধাগৰাকী কন্যা ঘৰত নথকাৰ সুযোগত কোনো অচিনাক্ত লোকে ঘৰত প্ৰৱেশ কৰি ধৰ্ষণ কৰে৷

বৃদ্ধাগৰাকীৰ কন্যাই প্ৰকাশ কৰা অনুসৰি দুপৰীয়া ১২.৩০ বজাৰপৰা ১.৩০ বজাৰ ভিতৰত কোনো অচিনাক্ত দুৰ্বৃত্তই এই জঘন্য কাণ্ড সংঘটিত কৰে৷

ধৰ্ষণ কাণ্ডটো সংঘটিত কৰিয়ে লোকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে আৰু ফাটি থকা পোছাক আৰু ৰক্তক্ষৰণ হৈ থকা অৱস্থাত বৃদ্ধাগৰাকী নিজ কন্যাই উদ্ধাৰ কৰে৷ ঘটনাৰ সন্দৰ্ভত বৃদ্ধাগৰাকীৰ কন্যাই সোমবাৰে আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰিছে৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে বৃদ্ধাগৰাকীক ধৰ্ষণ কৰি লোকজনে কিছু নগদ ধনসহ এটা মোবাইল ফোনো চুৰি কৰি লৈ গৈছে৷

ভু্ক্তভোগী বৃ্দ্ধাগৰাকীৰ কন্যাৰ অভিযোগ পিছতে অৰক্ষীয়ে গোচৰ ৰুজু কৰি ধৰ্ষণকাণ্ড সংঘটিত কৰা লোকজনৰ সন্ধানত তালাচী আৰু তদন্ত আৰম্ভ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalCRIMEdelhi policerape
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY
বিনোদন

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

August 13, 2026
Next Post
বিভীষিকাৰ অন্ত! আজিৰে পৰা ৰাজ্যত সকলোধৰণৰ কোভিড নিষেধাজ্ঞা প্ৰত্যাহাৰ

বিভীষিকাৰ অন্ত! আজিৰে পৰা ৰাজ্যত সকলোধৰণৰ কোভিড নিষেধাজ্ঞা প্ৰত্যাহাৰ

জন্মদিন উদযাপনৰ মৰ্মান্তিক পৰিণতি, অভিভাৱকৰ ভুলৰ বাবেই প্ৰাণ গ’ল দুবছৰীয়া কনমানিৰ 

জন্মদিন উদযাপনৰ মৰ্মান্তিক পৰিণতি, অভিভাৱকৰ ভুলৰ বাবেই প্ৰাণ গ’ল দুবছৰীয়া কনমানিৰ 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.