• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাল খবৰ আহি আছে চৰকাৰী কৰ্মচাৰীৰ বাবে! শীঘ্ৰেই কাৰ্যকৰী হ’ব ৮ম দৰমহা আয়োগ!

ভাল খবৰ আহি আছে চৰকাৰী কৰ্মচাৰীৰ বাবে! শীঘ্ৰেই কাৰ্যকৰী হ’ব ৮ম দৰমহা আয়োগ!

4 years ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

2 minutes ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

30 minutes ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

1 hour ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

2 hours ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

2 hours ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

3 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

4 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

5 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

6 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

7 hours ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

19 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভাল খবৰ আহি আছে চৰকাৰী কৰ্মচাৰীৰ বাবে! শীঘ্ৰেই কাৰ্যকৰী হ’ব ৮ম দৰমহা আয়োগ!

editor by editor
July 21, 2022
in বিবিধ, ভাৰত
0
ভাল খবৰ আহি আছে চৰকাৰী কৰ্মচাৰীৰ বাবে! শীঘ্ৰেই কাৰ্যকৰী হ’ব ৮ম দৰমহা আয়োগ!
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বাবে এক ডাঙৰ খবৰে অপেক্ষা কৰি আছে৷ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ মতে কেন্দ্ৰীয় চৰকাৰে ৭ম দৰমহা আয়োগৰ পিছত ৮ম দৰমহা আয়োগ বলৱৎ কৰাৰ বাবে চিন্তা চৰ্চা চলিছে৷

একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে অতি শীঘ্ৰেই চৰকাৰী কৰ্মচাৰীৰ বাবে ৮ম দৰমহা আয়োগ কাৰ্যকৰী কৰা হ’ব পাৰে৷ যদি ৮ম দৰমহা আয়োগ কাৰ্যকৰী কৰা হয় তেনে চৰকাৰী কৰ্মচাৰীসকলৰ বেচিক দৰমহা বৃদ্ধি পাব৷

উল্লেখ্য যে বৰ্তমান ৭ম দৰমহা আয়োগৰ অধীনত কৰ্মচাৰীৰ ন্যূনতম বেচিক দৰমহা ১৮ হাজাৰ টকা আৰু সৰ্বোচ্চ বেছিক দৰমহা ৫৬,৯০০ টকা। ফিটমেণ্ট ফেক্টৰৰ ভিত্তিত পুৰণি বেচিক দৰমহাৰ পৰা সংশোধিত বেচিক দৰমহা গণনা কৰা হয়। দৰমহা আয়োগৰ প্ৰতিবেদনত ফিটমেণ্ট ফেক্টৰটোও এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ।

লগতে পঢ়ক অৱশেষত চৰকাৰৰ চক্ৰব্যুহ ফালিলে বৰ্ষাশ্ৰীয়ে! উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে জামিন

৭ম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি ফিটমেণ্ট ফেক্টৰ ২.৫৭ ধাৰ্য কৰা হৈছিল। ইয়াৰ ভিত্তিত কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা সংশোধন কৰি বেচিক দৰমহা ১৮,০০০ টকালৈ বৃদ্ধি কৰা হৈছিল। এতিয়া কোৱা হৈছে যে ৮ম দৰমহা আয়োগত ফিটমেণ্ট ফেক্টৰ ৩.৬৮ গুণলৈ বৃদ্ধি কৰিব পাৰে। অৰ্থাৎ কৰ্মচাৰীসকলৰ ন্যূনতম দৰমহা ১৮ হাজাৰৰ পৰা ২৬ হাজাৰলৈ বৃদ্ধি হ’ব।

এতিয়া প্ৰশ্ন হয় ৮ম দৰমহা আয়োগ কেতিয়াকৈ কাৰ্যকৰী কৰা হ’ব? এই সন্দৰ্ভত বিশেষজ্ঞসকলৰ বিভিন্ন যুক্তি দি কৈছে যে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰে ইয়াক কাৰ্যকৰী কৰিব পাৰে৷

যদি ২০২৪ চনত ইয়াক কাৰ্যকৰী কৰা নহয় তেতিয়াহ’লে ২০২৬ চনৰ জানুৱাৰীত ৮ম দৰমহা আয়োগ কাৰ্যকৰী কৰাটো নিশ্চিত বুলি কোৱা হৈছে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 7th Pay Commission8th Pay Commissionasom live 24assam live 24asssm ka tazza khabaraxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamcentral govt employees
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?
বাণিজ্য

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

July 27, 2026
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!
জীৱনশৈলী

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

July 27, 2026
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?
বাণিজ্য

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

July 27, 2026
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই
জীৱনশৈলী

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

July 27, 2026
Next Post
বাংলাদেশতো বিখ্যাত হৈছে ড০ হিমন্ত বিশ্ব শৰ্মা! কিন্তু কেনেকৈ?

বাংলাদেশতো বিখ্যাত হৈছে ড০ হিমন্ত বিশ্ব শৰ্মা! কিন্তু কেনেকৈ?

নেমুৰ আছে আচৰিত ৫ টা ঔষধী গুণ জানক কি কি?

নেমুৰ আছে আচৰিত ৫ টা ঔষধী গুণ জানক কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.