• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

1 month ago
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

12 minutes ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

49 minutes ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

2 hours ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

3 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

4 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

4 hours ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

13 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

13 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

14 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

14 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

15 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

'গুৱাহাটী অচিৰেই বেংকক হ'ব'-পৰিচালক হিমাংশু প্ৰসাদ দাসৰ বিস্ফোৰণ

editor by editor
August 24, 2026
in অসম, খাদ্য, জীৱনশৈলী, বিবিধ, লেখা, স্বাস্থ্য
0
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’
0
SHARES
155
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ সকলোতে ৯০ শতাংশই ভেজাল সুৰা বিক্ৰী হৈ আছে’ -এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নাট্যকৰ্মী তথা পৰিচালক হিংমাশু প্ৰসাদ দাসে। ‘একেটা ব্ৰেণ্ডৰে সুৰা ৱাইনশ্বপভেদে পৃথক পৃথক’ হোৱা বুলিও অসম Live24ৰ Podcast অনুষ্ঠানত এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে হিংমাশু প্ৰসাদ দাসে।

‘জনজাতীয় সম্প্ৰদায়ৰ মাজত সুৰা সেৱন কৰাটো এটা পৰম্পৰা কিন্তু সাংঘাটিকভাৱে চিন্তনীয় কথাটো হৈছে সম্প্ৰতি ৰাজ্যৰ অলিয়ে-গলিয়ে হাজাৰ-হাজাৰ ৱাইনশ্বপ গঢ় লৈ উঠিছে, যাৰ ফলত সৰু সৰু অবুজ লৰাবোৰৰ হাততো এতিয়া সহজলভ্য হৈ পৰিছে সুৰা। যাৰ পৰিণতিত অসমৰ হাজাৰ হাজাৰ পৰিয়াললৈ অশান্তি নামি আহিছে। হাজাৰ হাজাৰ ঘৰ ধ্বংস হৈ পৰিছে। লিভাৰ নষ্ট হোৱা, ৰাস্তা-ঘাটে যুদ্ধ বা কাজিয়া কৰি ফুৰা ঘূণীয়া প্ৰজন্ম লৈ ভাৰত কেনেকৈ বিশ্বগুৰু হ’ব’ বুলিও হিমাংশু প্ৰসাদ দাসে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। সৰু সৰু কিশোৰৰ হাতত সুৰা সহজলভ্য হৈ পৰা এই প্ৰক্ৰিয়াবোৰক হিংমাশু প্ৰসাদ দাসে ‘মদ জেহাদ’ বুলি অভিহিত কৰে।

কেৱল ‘মদ জেহাদ’-এ নহয়, গুৱাহাটী মহানগৰীৰ অলিয়ে-গলিয়ে নিশাৰ অন্ধকাৰত বিভিন্ন অনৈতিক কাৰ্যকলাপো হৈ থাকে বুলি মন্তব্য কৰে। নাম প্ৰকাশ নকৰাকৈ ৰাজ্যৰ এজন ৰাজনৈতি নেতাৰ উদ্ধৃতিৰে তেওঁ মন্তব্য কৰে যে- গুৱাহাটী ছুইজাৰলেণ্ড হ’ব নে নহয় নাজানো কিন্তু অচিৰেই গুৱাহাটী যে বেংককলৈ পৰ্যৱসিত হ’ব তাত কোনো সন্দেহ নাই। মহানগৰীৰ গণেশগুৰি, জু-ৰোডত নিশা হলেই বিভিন্ন অনৈতিক কাৰ্যকলাপ সংঘটিত হয়’ বুলি অভিযোগ উত্থাপিত কৰে নাট্যকৰ্মী তথা পৰিচালক হিমাংশু প্ৰসাদ দাসে।

অসম Live24ৰ Podcastটোত হিমাংশু প্ৰসাদ দাসে লগতে কয় যে- আদৰ্শগত পাৰ্থক্য থাকিলেও স্বীকাৰ কৰিবই লাগিব যে প্ৰকৃততে RSS কৰাসকল সাংঘাটিক ভদ্ৰ, তেওঁলোকৰ সাংঘাটিক পাৰিপাটি জীৱনশৈলী আছে। কিন্তু বৰ্তমানৰ চৰকাৰখনে সুৰা বিক্ৰীৰ প্ৰতিযোগিতা পাতিছে বুলিও অভিযোগ আনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: alcoholasom live24wineshop
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?
বাণিজ্য

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

October 6, 2026
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?
বাণিজ্য

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

October 6, 2026
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?
অসম

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

October 6, 2026
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে
জীৱনশৈলী

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

October 6, 2026
Next Post
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.